শৈক্ষিক পৰিসংখ্যা বিজ্ঞান । Education Statistics | Chapter 7 | HS 2nd Year Education Solution Assam | Class 12 Education Notes Assamese Medium |
👉Short Question Answer
👉Chapter 7 MCQs Answer
👉Download Free PDF
👉Paid Answer (Buy Now)
উত্তৰ দিয়াঃ
১। পৰিসংখ্যা বিজ্ঞান কি?
উত্তৰঃ যি বিজ্ঞানৰ শাখাই সংখ্যামূলক তথ্য সংগ্ৰহ কৰি তাক সুসংবদ্ধ কৰে আৰু শৃংখলাবদ্ধভাৱে উপস্থাপন কৰি তাৰ তাৎপৰ্য দাঙি ধৰে তাকে পৰিসংখ্যা বিজ্ঞান বোলে।
২। শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা প্ৰয়োগৰ তিনিটা উপযোগিতা লিখা।
উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত পৰিসংখ্যা প্ৰয়োগৰ তিনিটা উপযোগিতা হ'ল-
৩। শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল -
১৷ মূল্যায়ন [Evaluation]: ছাত্র-ছাত্রীসকলক মূল্যায়ন কৰিবৰ বাবেও পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ কৰা হয়। ছাত্র-ছাত্রীক মূল্যায়ন কৰি স্থান উলিওৱাৰ বাবে শতাংশ বিন্দু তথা আন আন পৰিসাংখ্যিক কৌশলৰ প্ৰয়োগ কৰা হয়। নির্ণয়মূলক, গঠনমূলক আৰু সাৰাংশমূলক মূল্যায়নৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ অপৰিহাৰ্য।
২৷ তুলনা [Comparability] : শিক্ষাৰ ক্ষেত্ৰত তুলনামূলক অধ্যয়ন অতি গুৰুত্বপূৰ্ণ। এজন ছাত্রই বিভিন্ন বিষয়ত লাভ কৰা নম্বৰ, দুখন বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল আদিৰে তুলনা কৰিবলৈ হ’লে পৰিসংখ্যা বিজ্ঞানৰ সহায় ল’বলগীয়া হয়।৩। পৰামৰ্শ প্রদান [Counselling ] : মনোবৈজ্ঞানিক পৰামৰ্শদানৰ বাবেও পৰিসংখ্যাৰ সহায় ল’ব লাগে। বিভিন্নধৰণৰ অভীক্ষাৰ পৰা প্ৰাপ্ত ৰাশিসমূহৰ উপযুক্ত বিশ্লেষণ কৰি সেই সম্বন্ধে ৰেকৰ্ড ৰখাৰ ব্যৱস্থা কৰা অতি প্রয়োজন, পৰিসংখ্যাৰ সহায়ত এনেধৰণৰ নিৰ্দেশনা কাৰ্য সহজ হৈ পৰে।
৪। 'পৰিসংখ্যা বিজ্ঞান হৈছে একত্ৰিকৰণ, বিশ্লেষণ, ব্যাখ্যাকৰণ আৰু তথ্যপাতি সংগ্ৰহৰ বিজ্ঞা"一 চমুকৈ আলোচনা কৰা।
উত্তৰঃ
৫। বাৰংবাৰতা বিভাজনৰ তালিকা প্ৰস্তুত কৰাৰ কাৰণ কি বুজাই লিখা?
উত্তৰঃ বাৰংবাৰতা বিভাজন তালিকা আমি কিয় প্ৰস্তত কৰিব লাগে তাৰ সম্বন্ধে তলত আলোচনা কৰা হ'ল -
বাৰংবাৰতা বিভাজন তালিকাৰ প্ৰদত্ত সামগ্ৰী বা মানাংকসমূহৰ সংখ্য়া অধিক হ'লে তাক ভালদৰে সজাই পৰাই শ্ৰেণীবিভাজন কৰি তালিকাভুক্ত কৰা হয়। ইয়াৰ যোগেদিহে যি পৰিস্থিতি সম্বন্ধে লাভ কৰা প্ৰাপ্তাংকসমূহৰ সংক্ষিপ্ত কৰি তাৰ আঁত বিচাৰি উলিয়াব পাৰি।ই এক য'ত সংগৃহীত ৰাশিসমূহৰ সুবিধা অনুসৰি কেইবাটাও ভাগত ভগোৱা হয় আৰু প্ৰতিটো ভাগত সামৰাকৈ সংখ্য়াৰ বিভাগ তৈয়াৰ কৰি প্ৰতি ভাগৰ পৰা ৰাশিৰ সংখ্য়া বিভাগটোৰ বিপৰীতে লিখি দিয়া হয়।
৬। অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱক কি বুলি কোৱা হয়?
উত্তৰঃ
৭। বাৰংবাৰতা বিভা জনৰ পৰিসৰ বুলিলে কি বুজা লিখা।
উত্তৰঃ অবিন্যস্ত সংখ্যাবোৰক শৃংখলাবদ্ধভাৱে সজোৱাটোকে বাৰংবাৰতা বিভাজন বুলি কোৱা হয় ৷ একোটা নিৰ্দিষ্ট বাৰংবাৰতা বিভাজনৰ বাবে সকলো শ্ৰেণী ব্যৱধান সমান দৈৰ্ঘ্যৰ হোৱা উচিত। সংগ্ৰহ কৰা তথ্যসমূহ সুশৃংখল কৰাৰ বাবে বাৰংবাৰতা বিভাজন হৈছে অতি সুবিধাজনক প্রক্রিয়া।
৮। শ্ৰেণী-বিভাজনৰ সীমা আৰু বাৰংবাৰতা কাক বোলে লিখা।
উত্তৰঃ
৯। তথ্য তালিকাভুক্তকৰণ কিদৰে কৰা হয়? চমুকৈ লিখা।
উত্তৰঃ
১১। তলত দিয়া 60 জন ছাত্ৰৰ নম্বৰসমূহক এখন বাৰংবাৰতা বিভাজন তালিকাত প্ৰকাশ কৰা। নিম্নতম শ্ৰেণী-বিভাজন 40 一 44 ল'বা।

১২। ৰাশিৰ শ্ৰেণী বিভাজন কিয় কৰিব লাগে? তলত দিয়া ৰাশিবোৰৰ 5 একক শ্ৰেণীৰ দৈৰ্ঘ্য লৈ এখন বিভাজন তালিকা প্ৰস্তুত কৰা।
50 |
56 |
95 |
86 |
67 |
70 |
69 |
64 |
69 |
97 |
42 |
97 |
69 |
64 |
69 |
46 |
82 |
84 |
78 |
83 |
43 |
75 |
91 |
82 |
80 |
90 |
66 |
76 |
90 |
40 |
75 |
46 |
98 |
59 |
68 |
43 |
91 |
65 |
88 |
85 |
উত্তৰঃ
১৩। লেখ চিত্ৰ উপস্থাপনৰ সাধাৰণ নীতিসমূহ কি কি লিখা।
উত্তৰঃ লেখ চিত্ৰ উপস্থাপনৰ সাধাৰণ নীতিসমূহ হল'-
১। এই দুয়োডাল অক্ষৰেখাই সংযুক্ত বিন্দু ‘O’ ত পৰস্পৰ কটা-কটি কৰে।
২৷ মূলবিন্দু ‘O' ৰ পৰা আৰম্ভ কৰি ‘x’ অক্ষত সোঁফালে To পোৱা দূৰত্ববোৰ ধনাত্মক স্থান হিচাপে আৰু মূলবিন্দুৰ বাঁওফালৰ দূৰত্ববোৰ ঋণাত্মক স্থান হিচাপে চিহ্নিত কৰা হয়। সেইদৰে ‘Y’ অক্ষত মূলবিন্দুৰ পৰা ওপৰৰ ফালে ধনাত্মক আৰু তলৰফালে ঋণাত্মক স্থান হিচাপে লোৱা হয়৷
৩। X আৰু Y অক্ষৰেখাই সমতলত চাৰিটা চোক বা ভাগ চোকত (XOY) দুয়োটাৰ মান ধনাত্মক হয়, দ্বিতীয় চোকত Y ৰ মান ধনাত্মক হয়, তৃতীয় চোকত (X'OY') দুয়োটাৰ মান ঋণাত্মক হয় আৰু চতুৰ্থ চোকত (XOY') X ৰ মান ধনাত্মক আৰু Y ৰ মান ঋণাত্মক হয়।
৪। OX অক্ষত মূলবিন্দুৰ পৰা আৰম্ভ কৰি শ্ৰেণী অন্তৰালবোৰ এটাৰ পিছত এটাকৈ বহুৱাব লাগে। এইক্ষেত্ৰত মন কৰিবলগীয়া এয়ে যে প্রদত্ত ৰাশিবোৰ যদি শূন্যৰ পৰা আৰম্ভ নহয় তেন্তে X অক্ষৰেখাত মূলবিন্দুৰ (O) পিছত ‘II’ চিন দিয়াৰ পিছতহে এককবোৰ বহুৱাব লাগে।
১৪। বাৰংবাৰতা বহুভুজ কাক বোলে লিখা।
উত্তৰঃ পৰিসংখ্যা বিজ্ঞানত বহুলভাৱে প্ৰয়োগ হোৱা লেখচিত্ৰ হ'ল বাৰংবাৰতা বহুভূজ। ইয়াৰ দ্বাৰা শ্ৰেণী অন্তৰালৰ পৰা প্ৰাপ্ত বাৰংবাৰতাবোৰ ৰেখা অংকনৰ যোগে দেখুওৱা হয়। এই চিত্ৰত বাৰংবাৰতাবোৰ বিন্দুৰে চিহ্নিত কৰি একাদিক্ৰমে সংযোগ কৰা হয়। বাৰংবাৰতা বিভাজন অংকন কৰিবৰ বাবে তলত উল্লেখ কৰা নিয়ম-প্ৰণালীবোৰ অনুসৰণ কৰিব লাগে।
(১) বাৰংবাৰতা বহুভূজ অংকণ কৰিবৰ বাবে প্ৰথমতে লেখ কাগজত OX আৰু OY অক্ষৰেখা অংকন কৰিব লাগে।
(২) ইয়াৰ পিছত OX অক্ষৰ শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুবোৰ একাদিক্ৰমে নিম্নমানৰ পৰা উচ্চমানলৈ লিপিৱদ্ধ কৰিব লাগে। মূলবিন্দুৰ পৰা মধ্যবিন্দুবোৰ কিছুমান ব্যৱধান ৰাখি বহুৱাব লাগে।
(৩) OY অক্ষৰেখাত বাৰংবাৰতা উপস্থাপনৰ বাবে এককবোৰ স্থিৰ কৰিব লাগে। এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া যে OX অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্য্য চাৰিওভাগৰ তিনিভাগ হয়।
(৪) পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেক শ্ৰেণী অন্তৰালৰ বাবে থকা বাৰংবাৰতাবোৰ OX অক্ষৰেখাত ইতিমধ্যে উপস্থাপন কৰা মধ্যবিন্দুবোৰত পৰাকৈ OY অক্ষৰ পৰা গণনা কৰি চিহ্নিত কৰিব লাগে।
১৫। তথ্য সামগ্ৰীৰ ৰেখাচৈত্ৰিক বা লেখচিত্ৰীক উপস্থাপনৰ যিকোনো এটা পদ্ধতি চমুকৈ লিখা।
উত্তৰঃ
১৬। আয়ত চিত্ৰ কাক বোলে? চমুকৈ লিখা।
উত্তৰঃ তথ্যৰ লেখচিত্ৰীয় উপস্থাপনৰ এক জনপ্ৰিয় পদ্ধতি হ'ল আয়তচিত্ৰ। এই চিত্ৰত প্ৰাপ্ত তথ্য বা ৰাশিবোৰ আয়ত আকাৰে লেখ কাগজত অংকন কৰা হয়। বিভিন্ন আয়তক্ষেত্ৰ এই লেখ চিত্ৰত ব্যৱহাৰ হোৱাৰ বাবে এই চিত্ৰক আয়তচিত্ৰ বোলে। ইয়াৰ আয়তবোৰ এটা আনটোৰ লগত সংলগ্ন হৈ থাকে। তলত আয়তচিত্ৰ অংকন প্ৰণালীৰ কেতবোৰ নিয়ম উল্লেখ কৰা হ'ল-
(১) আয়তচিত্ৰ অংকন কৰিবৰ বাবে প্ৰথমতে লেখ কাগজত OX আৰু OY ৰেখা অংকন কৰিব লাগে।
(২) OX অক্ষৰেখাত প্ৰদত্ত তথ্যৰ শ্ৰেণী অন্তৰালবোৰৰ প্ৰকৃত নিম্নমানবোৰ একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আৰু একেবাৰে শেষত অন্তিম শ্ৰেণী অন্তৰালটোৰ সম্ভাৱ্য পৰৱৰ্তী শ্ৰেণী অন্তৰালটোৰ নিম্নসীমা বহুৱাব লাগে। উদাহৰণস্বৰূপে যদি কোনো বাৰংবাৰতা বিভাজন তালিকাৰ শ্ৰেণী অন্তৰাল 50-54 হয় তেন্তে তাৰ পৰৱৰ্তী সম্ভাৱ্য শ্ৰেণী অন্তৰালটোৰ নিম্নসীমা হ'N 54.5।
(৩) OY অক্ষৰেখাত বাৰংবাৰতাবোৰ উপস্থাপন কৰিব লাগে। OY অক্ষৰেখাৰ এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া OX যে অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্য্য চাৰিভাগৰ তিনিভাগ হয়।
১৭। আয়ত চিত্ৰ আৰু বাৰংবাৰতা বহুভুজৰ মাজৰ পাৰ্থক্য কি লিখা।
উত্তৰঃ আয়ত চিত্ৰ আৰু বাৰংবাৰতা বহুভুজৰ মাজত পাৰ্থক্য তলত দিয়া হ'ল-
আয়ত চিত্ৰ ঃ
১।আয়তচিত্র অংকন কৰিবৰ বাবে প্ৰথমতে লেখ কাগজত OX আৰু OY ৰেখা অংকন কৰিব লাগে।
২। OX অক্ষৰেখাত প্রদত্ত তথ্যৰ শ্ৰেণী অন্তৰালবোৰৰ প্ৰকৃত নিম্নমানবোৰ একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আৰু একেবাৰে শেষত অন্তিম শ্ৰেণী অন্তৰালটোৰ সম্ভাৱ্য পৰৱৰ্তী শ্ৰেণী অন্তৰালটোৰ নিম্নসীমা বহুৱাব লাগে। উদাহৰণস্বৰূপে যদি কোনো বাৰংবাৰতা বিভাজন তালিকাৰ শ্ৰেণী অন্তৰাল 50-54 হয় তেন্তে তাৰ পৰৱৰ্তী সম্ভাৱ্য শ্রেণী অন্তৰালটোৰ নিম্নসীমা হ’ল 54.5।
৩। OY অক্ষৰেখাত বাৰংবাতাবোৰ উপস্থাপন কৰিব লাগে। OY অক্ষৰেখাৰ এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া OX যে অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্ঘ্য চাৰিভাগৰ তিনিভাগ হয়।
৪। পৰৱৰ্তী পৰ্যায়ত প্ৰতিটো শ্ৰেণী অন্তৰালৰ ওপৰত একোটাকৈ আয়তক্ষেত্র অংকন কৰিব লাগিব। প্ৰতিটো আয়তক্ষেত্ৰৰ বিস্তাৰ সমান হ'ব যদিও উচ্চতা প্ৰতিটো শ্ৰেণী অন্তৰালৰ অন্তৰ্গত বাৰংবাৰতা অনুযায়ী হ’ব।
৫। প্রস্তুত লেখচিত্ৰৰ নাম, OX আৰু OY অক্ষৰেখাত গ্ৰহণ কৰা একক দৈৰ্ঘ আয়তচিত্ৰত দেখুৱাব লাগে।
৬। আয়তচিত্র বুজাত সহায়ক হ’বৰ বাবে প্ৰদত্ত ৰাশিৰ বাৰংবাৰ্তা বিভাজন তালিকাখন আয়তচিত্ৰৰ কাষত প্ৰদান কৰিব লাগে।
২। ইয়াৰ পিছত OX অক্ষত শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুবোৰ একাদিক্ৰমে নিম্নমানৰ পৰা উচ্চমানলৈ লিপিৱদ্ধ কৰিব লাগে। মূলবিন্দুৰ পৰা মধ্যবিন্দুবোৰ কিছুমান ব্যৱধান ৰাখি বহুৱাব লাগে।
৩। OY অক্ষৰেখাত বাৰংবাৰ্তা উপস্থাপনৰ বাবে এককবোৰ স্থিৰ কৰিব লাগে। এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া যে OX অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্ঘ্য চাৰিভাগৰ তিনিভাগ হয়।
৪। পৰৱৰ্তী পৰ্যায়ত প্রত্যেক শ্ৰেণী অন্তৰালৰ বাবে থকা বাৰংবাতাবোৰ OX অক্ষৰেখাত ইতিমধ্যে উপস্থাপন কৰা মধ্যবিন্দুবোৰত পৰাকৈ OY অক্ষৰ পৰা গণনা কৰি চিহ্নিত কৰিব লাগে।
৫। পিছত বাৰংবাৰতাবোৰ চিহ্নিত কৰা বিন্দুবোৰ একাদিক্ৰমে সৰলৰেখাৰ সহায়েৰে সংযুক্ত কৰিব লাগে আৰু প্ৰথম মধ্যবিন্দুৰ আগৰফালে আৰু শেষৰটো মধ্যবিন্দুৰ পিছৰফালে বহুভুজটো Ox অক্ষৰেখাত সংযোগ কৰি দিব লাগে।
১৮। তলত দিয়া তালিকাৰ সহায়েৰে এখন আয়তচিত্ৰ অংকন কৰা । (গ্ৰাফ কাগজ ব্যৱহাৰ কৰিবা)
শ্ৰেণী
অন্তৰাল |
বাৰংবাৰতা |
80 - 89 |
2 |
70 - 79 |
6 |
60 - 69 |
8 |
50 - 59 |
12 |
40 - 49 |
14 |
30 - 39 |
20 |
20 - 29 |
12 |
10 -19 |
6 |






(১) বাৰংবাৰতা বহুভূজ অংকণ কৰিবৰ বাবে প্ৰথমতে লেখ কাগজত OX আৰু OY অক্ষৰেখা অংকন কৰিব লাগে।
(২) ইয়াৰ পিছত OX অক্ষৰ শ্ৰেণী অন্তৰালৰ মধ্যবিন্দুবোৰ একাদিক্ৰমে নিম্নমানৰ পৰা উচ্চমানলৈ লিপিৱদ্ধ কৰিব লাগে। মূলবিন্দুৰ পৰা মধ্যবিন্দুবোৰ কিছুমান ব্যৱধান ৰাখি বহুৱাব লাগে।
(৩) OY অক্ষৰেখাত বাৰংবাৰতা উপস্থাপনৰ বাবে এককবোৰ স্থিৰ কৰিব লাগে। এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া যে OX অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্য্য চাৰিওভাগৰ তিনিভাগ হয়।
(১) আয়তচিত্ৰ অংকন কৰিবৰ বাবে প্ৰথমতে লেখ কাগজত OX আৰু OY ৰেখা অংকন কৰিব লাগে।
(২) OX অক্ষৰেখাত প্ৰদত্ত তথ্যৰ শ্ৰেণী অন্তৰালবোৰৰ প্ৰকৃত নিম্নমানবোৰ একাদিক্ৰমে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আৰু একেবাৰে শেষত অন্তিম শ্ৰেণী অন্তৰালটোৰ সম্ভাৱ্য পৰৱৰ্তী শ্ৰেণী অন্তৰালটোৰ নিম্নসীমা বহুৱাব লাগে। উদাহৰণস্বৰূপে যদি কোনো বাৰংবাৰতা বিভাজন তালিকাৰ শ্ৰেণী অন্তৰাল 50-54 হয় তেন্তে তাৰ পৰৱৰ্তী সম্ভাৱ্য শ্ৰেণী অন্তৰালটোৰ নিম্নসীমা হ'N 54.5।
(৩) OY অক্ষৰেখাত বাৰংবাৰতাবোৰ উপস্থাপন কৰিব লাগে। OY অক্ষৰেখাৰ এককবোৰ অংকন কৰোঁতে এইটো মন কৰিবলগীয়া OX যে অক্ষৰেখাৰ তুলনাত OY অক্ষৰেখাৰ দৈৰ্য্য চাৰিভাগৰ তিনিভাগ হয়।


Paid E-Notes Available
Only 50 Rupees (Get All Chapter Notes)