ব্যৱসায়ৰ উদগমনৰ ধৰণসমূহ

অনুশীলনী

A. তলত উল্লেখিত খালী ঠাইবিলাক উপযুক্ত শব্দৰে পূৰণ কৰা (Fill in the blanks with an appropriate words)ঃ

1. ই-ব্যৱসায়ৰ আন এটা নাম হ'ল ________। (E-business is also known as ..............)

2. ইলেকট্ৰনিক ব্যৱসায়ৰ দ্বাৰা ________ সেৱা আগবঢ়োৱা হয়। (Electronic business provides .............. services.)

3. ই-ব্যৱসায়ৰ বাবে ________ লাগিব। (.............. is must for e-business.)

4. ই ব্যৱসায়ত মূল্য পৰিশোধৰ বাবে ________ ব্যৱহাৰ কৰা হয়। o(payment is made through .............. in e-business.)

5. ই-ব্যৱসায়ত ________ পৰিমাণৰ বৈদ্যুতিক শক্তিৰ প্ৰয়োজন। (E-business involves .............. electrical work.)

6. আউছ'ৰ্ছিঙৰ কামৰ ঘুণগত মানদণ্ড ________। ((In out-sourcing the quality of feature of ..............)

7. 'আনৰ বাবে কাম' এই বাশিষ্টটো হৈছে ________। (Work for another is a feature of ..............)

8. ________ ব্যৱস্থাই প্ৰতিষ্ঠানত লাভৰ পৰিমাণ বৃদ্ধি কৰে। (.............. is helpful to e4nhance the profit of a firm.)

9. কুৰিয়াৰ চাৰ্ভিছটো ________ এটা প্ৰকাৰ। (Courier service is a type of service of ..............) 

Ans: 1. ইন্টাৰনেট ব্যৱসায় (Internet business); 2. কম্পিউটাৰৰ পৰা কম্পিউটাৰলৈ; 3. কম্পিউটাৰ (Computer); 4. কেচ কার্ড (Cash card); 5. কম (less); 6. ভাল (good); 7. আউট-ছ’ছিঙে; 8. আউট ছ'ছিঙৰ; 9. আউট-ছ’ছিং। 

B. চমু প্রশ্ন (50 টা শব্দৰ ভিতৰত উত্তৰ লিখিবা) Short-question (answer within 50 words)ঃ 

1. পৰম্পৰাগত ব্যৱসায় আৰু ই-ব্যৱসায়ৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা। (State three differences between e-business and traditional business.) 

2. নতুন ব্যৱসায়ৰ পদ্ধতি এটাক আউটছ’ছিঙৰ দ্বাৰা কেনেকৈ প্রতিনিধিত্ব কৰা হয়। (How does out sourcing represent a new mode of business.) 4

3. ই-বাণিজ্যৰ ব্যৱহাৰৰ বাবে চমুকৈ বর্ণনা কৰা। (Describe briefly the application of e-business.) 

4. আউট-ছ'ঙিত কি কি নৈতিকতাৰ বিষয়সমূহ জড়িত হৈ পৰে? (What are the ethical concerns involved in outsourcing?) 

5. ই-ব্যৱসায়ত তথ্যৰ মজুতকৰণ আৰু প্ৰেৰণত উদ্ভৱ হােৱা বিপদশংকাৰ বিষয়ে চমুকৈ বর্ণনা কৰা। (Describe briefly the data storage and transmission risk in e-business.) 

C. দীঘলীয়া প্ৰশ্নৰ উত্তৰ (Long Answer Questions)ঃ

1. ই-ব্যৱসায় আৰু আউটছ'ঙিক কিয় ব্যৱসায়ৰ উদগমনৰ ধৰণ হিচাপে ধৰা হয়? এই বিষয় দুটাৰ গুৰুত্ব কি কি উপাদানে বৃদ্ধি কৰিছে সেই বিষয়ে আলােচনা কৰা। (Why are e-business and outsourcing reffered to as the emerging modes of business ? Discuss the factors responsible for growing impor-tance of there trends.) 

2. অনলাইন বেহা-বেপাৰত ল'বলগীয়া পদক্ষেপসমূহ বহলাই আলােচনা কৰা। (Elaborate the step involved in online trading) 

3. আউটছ'ছিঙৰ আৱশ্যকতাৰ আৰু ইয়াৰ সীমাবদ্ধতাৰ বিষয়ে আলােচনা কৰা। (Evaluate the need for out-sourcing and discuss limitations.) 

4. বিচি (B, C) বাণিজ্যৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা। (Discuss the salient aspects of B2C commerce.) 

5. ইলেকট্রনিক মাধ্যমেৰে কৰা ব্যৱসায়ৰ সীমাবদ্ধতাৰ বিষয়ে আলােচনা কৰা। এনে সীমাবদ্ধতাই ইয়াৰ পৰিসৰৰ বৃদ্ধিৰ ওপৰত প্ৰভাৱ পেলাব নেকি? তােমাৰ যুক্তিসহ উত্তৰ লিখা। (Discuss the limitation of electronic mode of doing business. Are there limitations severe enough to restrict its score. Give reasons for your answer.)

Projects/Assignments)ঃ

    1. ইণ্ডাৰনেট ব্যৱসায়ত আৰু স্থানীয় খুচুৰা দোকানত থকা কেইবিধমান একে জাতীয় দ্ৰব্যৰ তালিকা এখুন প্ৰস্তুত কৰা। এতিয়া এই দ্ৰ। এনে তুলনাৰ অন্তন তোমাৰ মনত ইণ্ডাৰনেট মাধ্যমেৰে নে স্থানীয় খুচুৰা দোকানতদ্ৰব্য কিনাটো ভাল সেই বিষয়ে যুক্তিসহ তোমাৰ মতামত চাৰিটা বাক্যৰে প্ৰকাশ কৰা।

    2. এনে এটা ব্যৱসায়িক গোট বা প্ৰতিষ্ঠান বাছি লোৱা যে তেওঁলোকে ই-বাণিজ্য (E-Commerce) বা ই-ব্যৱসায় (E-Business) যগোদি বেচা-কিনা কৰে। তেনে প্ৰতিষ্ঠানত কৰ্মৰত কেইজনমান কৰ্মচাৰীৰ পৰা সাক্ষাৎকাৰ লোৱা যে কাৰ্যকৰী ক্ষেত্ৰত কি কি সুবিধা পোৱা যায়।

Type Himanku Bora


Post ID : DABP003902