বিত্তীয় প্ৰতিষ্ঠান

(Financial institutions)

Chapter 3



প্ৰশ্নাৱলী

বহলাই লিখাঃ ( প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 10 ৰ পৰা 15 নম্বৰ)

1  .বিত্তীয় প্ৰতিষ্ঠান অথবা বিত্তীয় মধ্যস্থতাকাৰী কাক বোলা হয় ? কিদৰে বিত্তীয় মধ্যস্থতাকাৰীয়ে পুঁজিৰ স্থানান্তৰ কাৰ্য্য সম্পাদন কৰে চমুকৈ বৰ্ণনা কৰা।

What do you mean by financial intermediaries? Write a brief notes on how financial intermediaries perform fund transfer activities.

2  .বিত্তীয় প্ৰতিষ্ঠানৰ কাৰ্য্যাৱলীৰ ওপৰত এটা চমু টোকা লিখা।

Write a brief note on functions of financial institutions.

3.  দেশৰ অৰ্থলৈতিক উন্নয়নত বাণিজ্যিক বেংকৰ গুৰুত্ব ব্যাখ্যা কৰা।

Explain the importance of commercial bank in connection with the economic development of a country.

4  .অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান কাক বোলা হয়? এখন তালিকাৰ সহায়ত বিভিন্ন প্ৰকাৰৰ অনা- বেংকিং বিত্তীয় প্ৰতিষ্ঠানবোৰ দেখুওৱা।

What is non banking financial institution. Show the different types of non banking financial institution in form of a table.

5.  অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ ভূমিকা আৰু কাৰ্য্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা।

Describe the role and functions of non banking financial institution.

6.  বাণিজ্যিক বেংক আৰু অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

Mention the distinction between bank and non bank financial institutions.

7  .যিকোনো দুটা অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কৰা।

Discuss any two of the non banking Financial institution.

8   আধুনিক ভাৰতৰ বাণিজ্যিক বেংকৰ গাঁঠনিৰ বিষয়ে চমুকৈ লিখা।

Write a short notes on structure of modern commercial banks in India.

9.'  শেহতীয়াকৈ ভাৰতৰ বেংকিং ব্যৱস্থাত ভালেমান পৰিৱৰ্তন হেৱা দেখা গৈছে' কথাফাঁকি পৰীক্ষা কৰা।

'Recently so many changes have taken place in the Indian Banking system' Examine it.

10.    প্ৰাক-স্বাধীনতা কালত ভাৰতৰ বাণিজ্যিক বোংকৰ ওপৰত এটা বিশ্লেষণ আগবঢ়োৱা।

Give an analaysis as to Indian Commercial banking in the pre Independance era.

11.  ভাৰতৰ বাণিজ্যিক বেংকিংৰ বৰ্তমানৰ শেহতীয়া স্থিতিৰ ওপৰত এটা টোকা লিখা।

Write a note on present position of commercial banking in India.

12.  সমবায় বেংকৰ অৰ্থ লিখা। সমবায় বেংকৰ গাঁঠনিৰ বিষয়ে বৰ্ণনা কৰা।

Write the meaning of co- operative bank. Describe the structure of co-operative Bank.

13.  সমবায় বেংকৰ গুৰুত্বৰ বিষয়ে বহলাই লিখা।

State the importance of co-operative Bank in detail.

14  .আঞ্চলিক গ্ৰাম্য বেংক কাক বোলে? আঞ্চলিক গ্ৰাম্য বেংকৰ সংগঠনৰ বিষয়ে আলোচনা কৰা।

What is Regional rural bank. Discuss its constitution.

15  .'আঞ্চলিক গ্ৰাম্য বেংকৰ ভালেমান ক্ৰটী আছে' কথাফাঁকি পৰীক্ষা কৰা।

examine the defects of Regional rural Bank.

16.চমু টোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 4 ৰ পৰা 5 নম্বৰ)

1. বিত্তীয় মধ্যস্ততাকাৰীঃ Financial internediaries

2 মূলধন গঠনঃ Formation of Capital

3. আঞ্চলিক উন্নয়নঃ Regional Development

4 .বিত্তীয় মধ্যস্থতাঃ Financial Intermediation

5. আনুসূচীভূক্ত বাণিজ্যিক বেংকঃ Scheduled commercial Bank

6. ৰাজহুৱা খণ্ঢৰ বেংকঃ Public sector bank

7. ব্যক্তিগত খণ্ডৰ বেংকঃ Private sector bank

8. ভাৰতত বিদেশী বেংকঃ Foreign banks in India

9. অনুসূচীভূক্ত আৰবান সমবায় বেংকঃ Scheduled urban co-operative bank.

10 .ৰাষ্ট্ৰীয়কৃত বেংককঃ Nationalised bank

11. বেংক আৰু বীমা ব্যৱসায়ঃ Banks and Insursnce business

12. ভাৰতৰ বাণিজ্যিক বেংকিংঃ Commercial banking in India.

13 সমবায় বেংকৰ অৰ্থঃ Meaning of co-operative bank

14. প্ৰাথমিক কৃষি ঋণদানঃ Primary agricultural credit societies

15. কেন্দ্ৰীয় সমবায় বেংকঃ Central co-operative bank

16 .ৰাজ্যিক সমবায় বেংকঃ State co-operative bank

17. ভুমি উন্নয়নী বেংকঃ Land Development Bank

18 .পৃষ্ঠপোষক বেংকঃ Sponsoring Bank

19. আঞ্চলিক গ্ৰাম্য বেংকঃ Regional runal Bank

20 .আঞ্চলিক গ্ৰাম্য বেংকৰ ক্ৰটীঃ Defects of regional Rural Bank.



Dikha Bora