বিত্তীয় পৰিচালনা | Financial Management | Chapter 9 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions 

অনুশীলনী

 বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice questions)ঃ--

(১) বিত্তৰ সস্তীয়া / মিতব্যয়ী উৎসটো হৈছে (The cheapest source of finance is)--

(ক) ঋণপত্ৰ (debenture)

(খ) সমাংশৰ অংশ মূলধন (equity share capital)

(গ) অগ্ৰাধিকাৰ অংশ (preference share)

(ঘ) সংৰক্ষিত অৰ্জন (retained earning)।


(২) পুৰণি কাৰখানা এটা উন্নীত কৰাৰ বাবে নতুন আৰু আধুনিক এটা সংগ্ৰহ কৰাৰ সিদ্ধান্ত হৈছে (A decision to acquire a new and modern plant to upgrade an old one is a)-

(ক) বিত্ত যোগান বা বিত্তায়ন সিদ্ধান্ত (financing decision)

(খ) কাৰ্যকৰী মূলধনৰ সিদ্ধান্ত (working capital decision)

(গ) বিনিয়োগ সিদ্ধান্ত (investment decision)

(ঘ) ওপৰৰ কোনোটোৱেই নহয় (divident decision) ।


(৩) আন সকলো কথা অপৰিৱৰ্তিত থকা হ'লে নিগমৰ লাভৰ ওপৰত কৰৰ হাৰ বৃদ্ধিয়ে (Other things remaining the same, an increase in the tax rate on corporate profits will)--

(ক) ঋণ গ্ৰহণ আপেক্ষিকভাৱে সস্তীয়া কৰিব (make debt relatively cheaper)

(খ) ঋণ গ্ৰহণ আপেক্ষিকভাৱে দুৰ্লভ / কঠোৰ কৰিব (make debt relatively less cheap home)

(গ) ঋণৰ ব্যয় ওপৰত প্ৰভাৱ নাথাকিব (no impact on the cost of debt)

(ঘ) ক'ব পৰা নাযায় (we can't say) ।


(৪) উচ্চ বিকাশ সম্ভাৱনীয়তাৰ কোম্পানিত সম্ভাৱ্যভাৱে (Companies with higher growth paternal are likely to)

(ক) নিম্ন লভ্যাংশ প্ৰদান কৰিব (pay lower dividends)

(খ) উচ্চ লভ্যাংশ প্ৰদান কৰিব (pay higher dividends)

(গ) বিকাশৰ বিবেচনাৰ দ্বাৰা লভ্যাংশ প্ৰভাৱান্বিত নহ'ব (dividends are not affected by growth considerations)

(ঘ) ওপৰৰ কোনোটোৱেই নহয় (none of the above) ।


(৫) বিত্তীয় উত্তোলন বল অনুকূল বুলি কোৱা হয় যদিহে (Financial leverage is called favourable if)--

(ক) বিনিয়োগৰ ওপৰত প্ৰত্যৰ্পণ / প্ৰতিদান ঋণ পুঁজিৰ ব্যয়তকৈ নিম্ন হয় (Regurn on INvestment is lower than cost of debt)

(খ) বিনিয়োগৰ ওপৰত প্ৰত্যৰ্পণ / প্ৰতিদান ঋণ পুঁজিৰ ব্যয়তকৈ উচ্চ হয় (ROI is higher than cost of debt)

(গ) ঋণ সহজতে প্ৰাপ্তিসাধ্য হয় (Debt is nearly available)

(ঘ) প্ৰচলিত / বৰ্তমানৰ বিত্তীয়ে উত্তোলনৰ মাত্ৰা যদি নিম্ন হয় (If the degree of existing financial leverage is low) ।


(ক) নিম্নতৰ বিত্তীয় বিপদাশংকাৰ (lower financial risk)
(খ) কাৰ্যকৰণীয় বিপদাশংকাৰ উচ্চতৰ মাত্ৰাৰ (higher degree of operating risk)
(গ) বিত্তীয় বিপদাশংকাৰ উচ্চতৰ মাত্ৰাৰ (higher degree of financial risk)
(ঘ) প্ৰতিটো অংশৰ বিপৰীতে উচ্চতৰ আৰ্জনৰ (higher EPS) ।

(৭) উচ্চতৰ কাৰ্যকৰী মূলধনে সচৰাচৰ ফল কঢ়িয়াই আনে (Higher working capital usually results in)--
(ক) উচ্চতৰ চলিত অনুপাত, উচ্চতৰ বিপদাশংকা আৰু উচ্চতৰ লাভৰ (higher current ratio, higher risk and higher profits)
(খ) নিম্নতৰ চলিত অনুপাত, উচ্চতৰ বিপদাশংকা আৰু লাভৰ (lower current ratio, higher risk and profits)
(গ) উচ্চতৰ সমাংশ, নিম্নতৰ বিপদাশংকা আৰু নিম্নতৰ লাভৰ (higher equitably, lower risk and lower profits)
(ঘ) নিম্নতৰ সমাংশ, নিম্নতৰ বিপদাশংকা আৰু উচ্চতৰ লাভৰ (lower equitably, lower risk and higher profits) ।

(৮) চলিত সম্পত্তিবোৰ সম্পত্তি যিবোৰ নগদ ধনলৈ ৰূপান্তৰিত হয় (Current assets are those assets which get converted into cash)--
(ক) ছমাহৰ ভিতৰত (within six month)
(খ) এবছৰৰ ভিতৰত (within one year)
(গ) এবছৰ পৰা তিনি বছৰৰ ভিতৰত (between one and there year)
(ঘ) তিনি বছৰৰ পৰা পাঁচ বছৰৰ ভিতৰত (between three and five year) ।

(৯) বিত্তীয় পৰিকল্পনাকৰণে উপনীত হয় (Financial planning arrives at)--
(ক) সমাংশৰ সহায় গ্ৰহণৰ দ্বাৰা বহিঃঋণ সৰ্বনিম্ন কৰাত (minimising the external borrowing by resorting to equity issues)
(খ) প্ৰতিষ্ঠানটোৱে প্ৰয়োজনতকৈ তাৎপৰ্যপূৰ্ণভাৱে সদায়ে অধিক পুঁজিত প্ৰৱেশ কৰাত যাতে পুঁজিৰ অভাৱ নাথাকে (entering that the firm always have sinthicicanlty more fund than required so that there is not pancity of funds)
(গ) নিশ্চিতকৰণত যাতে প্ৰতিষ্ঠানটোৱে পুঁজিৰ নাটনিতো নপৰে নাইবা অব্যৱহাৰযোগ্য পুঁজিৰ উভৈনদীও নহয় (ensuring that the firm paces neither a shortage nor a glut of unusable funds)
(ঘ) প্ৰতিষ্ঠানৰ হাতত থকা পুঁজিৰে যি সম্ভৱ হয় তাকে কৰাত (doing only what is possible with the funds that the firms has at its disposal)।

(১০) প্ৰতিটো অংশৰ উচ্চতৰ লভ্যাংশৰ মিলিত হয় (Higher dividends per share is associated with)--
(ক) উচ্চ আৰ্জন, উচ্চ নগদ প্ৰবাহ, অস্থিৰ আৰ্জন আৰু উচ্চতৰ বিকাশৰ সুযোগৰ সৈতে (higher earnings, high cash flows, unusable earnings and higher growth opportunities)
(খ) উচ্চ আৰ্জন, উচ্চ নগদ প্ৰবাহ, স্থিৰ আৰ্জন আৰু উচ্চ বিকাশৰ সুযোগৰ সৈতে (higher earnings, high cash flows, stable earnings and high growth opportunities)
(গ) উচ্চ আৰ্জন, উচ্চ নগদ প্ৰবাহ, স্থিৰ আৰ্জন আৰু নিম্নতৰ বিকাশৰ সুযোগৰ সৈতে (higher earnings, high cash flows, stable earnings and lower growth opportunities)
(ঘ) উচ্চ আৰ্জন, নিম্ন নগদ প্ৰবাহ, স্থিৰ আৰ্জন আৰু নিম্নতৰ বিকাশৰ সুযোগৰ সৈতে (high earnings, low cash flows, stable earnings and lower growth opportunities)।

(১১) স্থিৰ বা স্থায়ীত্বশীল সম্পত্তিৰ বিত্ত যোগান ধৰা উচিত (A fixed asset should be finance through )
(ক) দীৰ্ঘকালিন দেনাৰ জৰিয়তে (a long-term liability)
(খ) হ্ৰস্বাকালিন দেনাৰ জৰিয়তে (a short-term liability)
(গ) দীৰ্ঘকালিন আৰু হ্ৰস্বকালিন দেনাৰ জৰিয়তে (a mix of long and short-term liabilities)

(১২) ব্যৱসায়ৰ চলিত সম্পত্তিত বিত্ত যোগান ধৰা উচিত (Current assets of a business firm should be financed through)
(ক) চলিত দেনাৰে মাথোন (current liability only)
(খ) দীৰ্ঘকালিন দেনাৰে মাথোন (long-trem liability only)
(গ) হ্ৰস্ব / চলিত আৰু দীৰ্ঘকালিন উভয় প্ৰকাৰৰ দেনাৰে (partly from both types i.e. long and short trem liablities) ।

🤯 চমু উত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Short answer type questions)
(১) মূলধন গাঁথনিৰ দ্বাৰা কি বুজা যায় ? (What is meant by capital structure ?)
(২) বিত্তীয় পৰিকল্পনাকৰণৰ দুটা উদ্দেশ্য আলোচনা কৰা । (Discuss the two objectives of financial planning.)
(৩) বিত্তীয় বিপদাংশকা কি ? ই কিয় উদ্ভৱ হয় ? (What is 'Financial Risk' ? Why does it arise ?)
(৪) চলিত সম্পত্তিৰ সংজ্ঞা দিয়া । এনে ধৰণৰ চাৰিটা সম্পত্তিৰ উদাহৰণ দিয়া । (Define a 'Current Assets' and gave four examples ?)
(৫) বিত্তীয় পৰিচালনা তিনিটা বহল বিত্তীয় সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল / প্ৰতিষ্ঠিত । কি এই দিদ্ধান্তবোৰ ? (Financial management is based on three board financial decisions. What are these ?)
(৬) বিত্তীয় পৰিচালনাৰ প্ৰধান উদ্দেশ্যাৱলী কি কি ? চমুকৈ ব্যাখ্যা কৰা । (What is the main objectives of financial management ? Briefly explain.)
(৭) কাৰ্যকৰী মূলধনে কিদৰে ব্যৱসায়ৰ তাৰল্যতা আৰু লাভযোগ্যতা প্ৰভাৱান্বিত কৰে ? (Discuss about working capital affecting both the liquidity as well as profitablility of a business.)

😇 দীৰ্ঘোত্তৰ ধৰণৰ প্ৰশ্নাৱলী (Long answer type questions)
(১) কাৰ্যকৰী মূলধন কি ? ইয়াক কেনেদৰে গণনা কৰা / মূল্যাংকন কৰা হয় ? কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তাৰ পাঁচোতা নিৰ্দ্ধাৰণকাৰী (উপাদান) আলোচনা কৰা । (has is meant by working capital. How is it calculated. Discuss five important determinants of working capital requirements.)
(২) 'মূলধন গাঁথনি সিদ্ধান্ত অত্যাৱশ্যকীয়ভাৱে বিপদাশংকা--- প্ৰত্যৰ্পণ সম্পৰ্কৰ সৰ্বাধিক ফলপ্ৰসূকৰণ ।' মতামত দাঙি ধৰা । (Capital structure decision is essentially optimisation of risk-retrun relationship. Comment.)
(৩) 'মূলধন বাজেটকৰণীয় সিদ্ধান্ত এখন ব্যৱসায়ৰ বিত্তীয় সমৃদ্ধি পৰিৱৰ্তন সক্ষমৰ / সামৰ্থ্যৰ হয় ।' কথাষাৰৰ সৈতে তুমি একমতনে ? যদি হয় কিয় আৰু যদি নহয় কিয় ? (A capital budgeting decisions is capable of changeing the financial fortune of a business. Do you agree ? Why or Why not ?)
(৪) লভ্যাংশ সিদ্ধান্ত প্ৰভাৱান্বিত কৰা উপাদানসমূহ ব্যাখ্যা কৰা । (Explain factors affecting the divident decision.)
(৫) 'সমাংশত ব্যৱসায়' পদৰ ব্যাখ্যা আগবঢ়োৱা । কোম্পানিৰ দ্বাৰা ইয়াক কিয়, কেতিয়া আৰু কেনেদৰে ব্যৱহাৰ কৰা / অৱলম্বন কৰা হয় ? (Explain the term 'Trading on Equity'. Why, When and How it can be used by a business organisation ?)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type: Madhushmita Hazarika.