কোম্পানীৰ গঠন

অনুশীলনী

A. বহুমুখী পছন্দৰ প্ৰশ্ন (Multiple choice question)

1. প্ৰাইভেট কোম্পানী এটাৰ গঠনৰ বাবে আৱশ্যক হোৱা নিম্নতম সদস্যৰ সংখ্যা হৈছে- (Minimum number of members to form a Privat Company is)

(a) 2    (b) 3    (c) 5    (d) 7

2. ৰাজহুৱা কোম্পানী এটা গঠনৰ বাবে প্ৰয়োজন হোৱা সৰ্বনিম্ন সদস্যৰ সংখ্যা হৈছে- (Minimum numbers of members to form a Puplic company is)

(a) 5    (b) 7    (c) 12    (d) 21

3. কোম্পানীৰ নামটো অনুমােদন দিবৰ বাবে আবেদন কৰিব লাগে— (application for approval of name of the Company is to be made to) 

(a) of (SEBI) 

(b) কোম্পানীসমূহৰ পঞ্জীকৰ ওচৰত 

(c) উপায়ুক্ত কার্যালয়ত (DC office) 

(d) বাজ্যিক চৰকাৰৰ উপ পঞ্জীয়কৰ (Sub-Register office) 

4. অনুষ্ঠানপত্র লিপি কৰে (A prospectus is issued by) 

(a) ঘৰুৱা কোম্পানীয় (Privat Company) 

(b) ৰাজহুৱা কোম্পানী (Public Company) 

(c) চৰকাৰী কোম্পানী (Government Company) 

(d) বাবা প্রতিষ্ঠান (Public Enterprise) 

5. কোম্পানীৰ উদেশ্য দফাটো উল্লেখ থাকে (The object clause of Company is mentioned at 

(a) অনুষ্ঠানপত্ৰত (Prospectus) 

(b) অন্তৰ্লিপি (Article of Association) 

(c) স্মাৰকলিপিত (Memorandum of Association) 

(d) নিগমবদ্ধ প্রমাণপত (Certificate of Incorporation) 

Ans: 1. (a); 2. (b); 3. (d) + (d); 5. (c). 

B. চমু উত্তৰৰ প্ৰশ্ন (Short-answer question) 

1. কোম্পানী এটা গঠন কৰাৰ বিভিন্ন পর্যায়বোৰ কি কি ? 

(Name the stages in the formation of a Company), 

2. কোম্পানী এটা গঠনৰ বাবে প্রয়ােজন হোৱা নথিসমূহৰ এখন তালিকা প্রস্তুত কৰা। 

(List the documents required for the incorporation of a Company) 

3. অনুষ্ঠানপত্র কি? সকলাে কোম্পানীয়ে অনুষ্ঠানপত্র দাখিল কৰাটো আৱশ্যক নে? 

(What is prospectus? Is it necessary for every Compuny to fill a prospectus) 

4. নিম্নতম বৰঙণির পদটো ব্যাখ্যা কর। 

(Explain the term minimum subscription) 

5. প্রবর্তক কোন? (Who ib a promoter?) 

6. কোম্পানী এটা প্রবর্তন বুলিলে কি বুজা? (What do you mean by promotion of a Company?) 

7. স্মাৰকলিপিৰ অৰ্থ লিখা (Write the meaning of Memorandum of Association) 

8. অনুষ্ঠানপত্ৰ বিলি কৰাৰ তিনিটা কাৰণ লিখা। (Write the three causes for issue of Prospectus) 

9. কোম্পানী অন্তৰ্লিপি নথিখন কি? (What is the document of Article of Association) 

10. ব্যৱসায় আৰম্ভণৰ প্ৰমাণপত্ৰৰ বিষয়ে চমুকৈ লিখা। (Write in short on certificate of commencement of business) 

C. দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ প্ৰশ্ন (Long answer question) 

    1. প্রবর্তন বুলিলে কি বুজা? কোম্পানী এটা প্রবর্তনৰ সময়ত প্রবর্তক’জনৰ আইনগত স্থিতিৰ বিষয়ে আলােচনা (What is meant by the term promotion. Discuss the legal position of a promoters with respect to a company promoted by them) 

    2. কোম্পানী এটা প্রবর্তনৰ সময়ত, প্রবর্তকজনে ল'বলগীয়া পদক্ষেপসমূহ ব্যাখ্যা করা। (Explain the steps taken by the promoters in the promotion of a company 

    3. স্মাৰকলিপি কি? ইয়াত উল্লেখিত দফাসমূহ চমুকৈ লিখা।

(What is memorandum of Association? Write in short on the various clauses included in it)

    4. স্মাৰকলিপি আৰু অন্তৰ্লিপিৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা।

(Write there points of difference between memorandum of association and articles of association)

    5. অনুষ্ঠানপত্ৰ কাক বোলে? কিয় প্ৰস্তুত কৰা হয়? এনে পত্ৰত উল্লেখ থকা পাঁচোটা দফাৰ বিষয়ে লিখা।

(What is prospectus? Why it is prepared? Write five clauses as mentioned in a prospuctus.)

    6. এটা ৰাজহুৱা সীমিত কোম্পানী গঠনৰ পদ্ধতিৰ বিষয়ে 150 টা শব্দৰে প্ৰকাশ কৰা। (Write a note on formation of a public limited company with words.)

Type Himanku Bora




Post ID : DABP003904