ঈশ্বৰ আৰু জগত
প্ৰশ্নাৱলী
অতি চমু প্ৰশ্ন (very short type questions)
1. What do you mean by Deism?
অতিৱর্তী ঈশ্বৰবাদ বুলিলে কি বুজা?
2. What is the meaning of Pantheism?
Pantheism শব্দৰ অর্থ কি?
3. Who was the founder of Pantheism?
সর্বেশ্বৰবাদৰ প্ৰতিষ্ঠাপক কোন?
4. Who supports theism?
ঈশ্বৰবাদক কোনে সমর্থন কৰিছিল?
5. What do you mean by Pantheism?
সর্বেধৰেশ্বৰবাদৰ অর্থ কি?
6. Who are the supporters of ontological argument?
তাত্ত্বিক যুক্তিৰ সমর্থকসকল কোন কোন?
7. “God is a being than which nothing greater can be concieved" Who is the propounder of this view?
“ঈশ্বৰ হ'ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনাে কিছুৰ ধাৰণা কৰিব নােৱাৰি” -এই মতৰ প্ৰৱক্তা কোন?
8. "God is a being than which nothing greater can be concieved" This is the view of teleological/ ontological/ cosmological argument.
“ঈশ্বৰ হ’ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনাে কিছুৰ ধাৰণা কৰিব নােৱাৰি” -এই মত উদ্দেশ্যমূলক/ তাত্ত্বিক/ বিশ্বতত্ত্বমূলক যুক্তিৰ।
9. "Descartes supports ontological argument for the existence of God" Is it true?
“ডেকার্ট ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিৰ সমর্থক” -এইটো সত্য নে?
10. Who was the author of 'Proslogion'?
'Proslogion' গ্ৰন্থখনৰ লেখক কোন?
11. Who is the founder of cosmological argument?
বিশ্বতত্ত্বমূলক যুক্তিৰ প্ৰৱৰ্তক কোন?
12. 'God is Supremely perfect being' -This definition offered by -------------- (fill in the blank)
"ঈশ্বৰ পৰম পূৰ্ণ সত্তা" -এই সংজ্ঞাটো আগৱঢ়াইছে ________ (খালী ঠাই পুৰণ কৰা)
13. What is the first cause, according to Aquinas?
একুইনাচৰ মতে প্ৰথম বা আদি কাৰণটো কি?
14. The cosmological argument is also called -------------- (fill in the blank)
বিশ্বতত্ত্বমূলক যুক্তিক ________ বুলিও কোৱা হয়। (খালী ঠাই পুৰণ কৰা)
15. Who is the supporter of teleological argument?
উদ্দেশ্যমূলক যুক্তিৰ সমর্থক কোন?
16. Teleological argument is also known as -------------- (fill in the blank)
উদ্দেশ্যমূলক যুক্তিক ________ বুলিও কোৱা হয়। (খালী ঠাই পুৰণ কৰা)
17. The analogy of watch offered by -------------- (fill in the blank)
________ ঘড়ীৰ উপমাটো আগবঢ়াইছে। (খালী ঠাই পুৰণ কৰা)
18. Who are the supporters of moral argument?
নৈতিক যুক্তিৰ সমর্থকসকল কোন কোন?
19. Write the name of two critics of the teleological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিৰ দুগৰাকী সমালােচকৰ নাম লিখা।
20. What is the Moral Argument for the existence of God?
ঈশ্বৰৰ অস্তিত্ববিষয়ক নৈতিক যুক্তিটো কি?
21. Write the name of one thinker who is associated with the Moral Argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক নৈতিক প্রমাণ বা যুক্তিৰ লগত জড়িত এগৰাকী চিন্তাবিদৰ নাম লিখা।
22. "God is that than which nothing greater can be thought." Who said this? Write the name of the argument associated with it.
“ঈশ্বৰ হ'ল এনে এক সত্তা যাৰ তুলনাত বৃহত্তম বা মহত্তম কোনাে কিছুৰ ধাৰণা কৰিব নােৱাৰি” -এই কথাষাৰ কোনে কৈছে? এই উক্তিটোৰ লগত জড়িত যুক্তিটোৰ নাম উল্লেখ কৰা।
23. Write the name of the thinker (philosopher) and the argument associated with" the analogy of the watch maker."
ঘড়ী নির্মাতাৰ উপমাৰ লগত জড়িত চিন্তাবিদ (দার্শনিক) গৰাকী আৰু যুক্তিটোৰ নাম উল্লেখ কৰা।
24. -------------- was the main propounder of the cosmological argument for the existence of God.
________ হ’ল ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ মূখ্য প্ৰৱক্তা।
25. Name the philosopher who criticised 'Descartes' ontological argument.
ডেকাৰ্টৰ তত্ত্বমূলক বা সত্তাত্মক যুক্তিক সমালােচনা কৰা দার্শনিক গাৰকীৰ নাম লিখা।
26. Name any two critics of ontological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক তত্ত্বমূলক বা সত্তাত্মক যুক্তিৰ দুজন সমালােচকৰ নাম লিখা।
27. God is Supremely perfect being' ----Who is associated with this statement?
"ঈশ্বৰ পৰম পূৰ্ণ সত্তা" ----এই উক্তিটোৰ লগত জড়িত দাৰ্শনিক গৰাকীৰ নাম কি?
28. What is the Ontological Argument for the existence for God?
ঈশ্বৰৰ অস্তিত্ববিষয়ক তাত্ত্বিক যুক্তিটো কি?
29. What is the prime mover, according to Acquinas?
একুইনাছৰ মতে, আদিমত গতিচালক কোন?
30. What is the first cause, according to Acquinas?
একুইনাছৰ মতে, আদি কাৰণটো কি?
31. Name the philosopher who supports causal argument.
কাৰ্যকাৰণ যুক্তিক সমৰ্থন কৰা দাৰ্শনিক গৰাকীৰ নাম লিখা।
32. Name one critic of argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক কাৰ্যকাৰণ যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা।
33. Name one critic of co0smological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক বিশ্বতত্ত্বমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা।
34. Who is the Devine Designer?
স্বৰ্গীয় পৰিকল্পক কোন?
35. Name one critic of teleological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব বিষয়ক উদ্দেশ্যমূলক যুক্তিৰ এজন সমালোচকৰ নাম উল্লেখ কৰা।
36. Who is the main propounder of teleological argument?
উদ্দেশ্যমূলক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন?
37. What is the Cosmological Argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিটো কি?
38. What is the First-cause Argument for the existence of God?
ঈশ্বৰৰ অস্তিত্ববিষয়ক বিশ্বতত্ত্বমূলক যুক্তিটো কি?
39. What is the Teleological Argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ববিষয়ক উদ্দেশ্যমূলক যুক্তিটো কি?
40. What is the Design Argument for the existence of god.
ঈশ্বৰৰ অস্তিত্ববিষয়ক পৰিকল্পনামূলক যুক্তিটো কি?
41. Who is the chief exponent of moral argument?
নৈতিক যুক্তিৰ প্ৰধান প্ৰৱক্তা কোন?
42. Name the philosopher who criticised William Paley's theory of analogy of watch macker.
উইলিয়াম পেলেৰ ঘড়ী নিৰ্মাতাৰ মতবাদটোক সমালোচনা কৰা দাৰ্শনিক গৰাকীৰ নাম লিখা।
43. Name the argument which is advocated by Descartes.
ডেকাৰ্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা।
44. Name the argument which is propounded by Anselm.
এনছেলমে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা।
45. Name the argument which is propounded by Acquinas.
একুইনাছে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা।
46. Name the argument which is advocated by Kant.
কাণ্টে প্ৰৱৰ্তন কৰা যুক্তিটোৰ নাম লিখা।
Broad Questions:
ৰচনাধৰ্মী প্ৰশ্নঃ
1. Discussin brief Theism.
ঈশ্বৰবাদ সম্পৰ্কে বহলাই আলোচনা কৰা।
2. Explain critically Deism.
অতিৱৰ্তী ঈশ্বৰবাদৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা।
3. Explain and examine Panentheism.
সৰ্বধৰেশ্বৰবাদৰ ব্যাখ্যা আৰু বিচাৰ কৰা।
4. Write shorts notes on panentheism.
সৰ্বেশ্বৰবাদৰ চমুটোকা লিখা।
5. What are the traditional proofs for the existence of God? Explain them briefly.
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰম্পৰাগত যুক্তিসমূহ কি কি?
6. Explain and examine the ontological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় তাত্ত্বিক যুক্তিটো ব্যাখ্যা আৰু পৰীক্ষা কৰা।
7. critically discuss the teleological argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় উদ্দেশ্যমূলক যুক্তিটো সমালোচনাসহ আলোচনা কৰা।
8. Discuss the causal argument for the existence of God. Is it satisfactory?
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় বিশ্বতত্ত্বমূলক যুক্তিটো সমালোচনা সহ ব্যাখ্যা কৰা।
9. Explain critically the cosmological proof for the existence of God.
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় বিশ্বতত্ত্বমূলক যুক্তিটো সমালোচনা সহ ব্যাখ্যা কৰা।
10. What is moral argument? Is it a satisfactory proof for the existence of God? Discuss.
নৈতিক যুক্তি কি? এইটো ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় সন্তোষজনক প্ৰমাণ হয় নে? আলোচনা কৰা।
11. Explain the design argument for the existence of God.
ঈশ্বৰৰ অস্তিত্ব সম্বন্ধীয় পৰিকল্পনামূলক যুক্তিটো ব্যাখ্যা কৰা।
12. Can the existence of God be rationally proved?
ঈশ্বৰৰ অস্তিত্ব যুক্তি-বিচাৰৰে প্ৰমাণ কৰিব পাৰি নে?
Type Himanku Bora
0 Comments