অধ্যায় ৩
গোখলেৰ বিল- ১৯১১ 
(Gokhale's Bill- 1911)

প্রশ্নাৱলী । (Exercise) 

১। ১৯১১ চনৰ গােখলে প্রাথমিক শিক্ষা বিলখনৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । এই বিলখনে ভাৰতৰ প্ৰাথমিক শিক্ষাৰ বিকাশত কিমানদূৰ সহায় কৰিছিল ব্যাখ্যা কৰা । (Mention the characteristics of Gokhale Bill 1911. Explain how far the bill help in the development of primary education in India.) 
Answer:

২। ভাৰতবৰ্ষত প্রাথমিক শিক্ষাক বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত গােখলে প্রচেষ্টাৰ এটি টোকা লিখা , ভাৰতবৰ্ষৰ পৰৱতী প্রাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত প্রচেষ্টাসমূহৰ ফলশ্রুতি কি কি আছিল ? (Give a brief account of Gokhale's attempts to make Primary education in India compulsory. What are the effects of these attempts on subsequent decvelopment of primary education in India ?) 
Answer:

৩। টোকা লিখা (Write Notes on) 

ক) বাধ্যতামূলক প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত গােখলেৰ বিল । (Gokhale's Bill for compulsory primary education) 
Answer:

খ) ১৯১০-১১ চনৰ গােখলেৰ বিলৰ মূল । দিশ সমূহ । (Salient features of Gokhale Bill 1910-11) 
Answer:

৪। গােখলে বিল কি ? গােখলেৰ প্ৰস্তাৱটো কি আছিল ? বিলখন কিয় অগ্রাহ্য কৰা হ’ল ? বর্ণনা কৰা । (What is Gokhale bill ? What was the Gokhale's resolution ? Why the Bill was rejected ? Explain.)
Answer:

Hirak Jyoti Bora