অধ্যায় ২
ভাৰতীয় শিক্ষা আয়োগঃ ১৯৬৪-৬৬ 
(Indian Education Commission: 1964-66)

প্রশ্নাৱলী (Exercise) 

১। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগে আগবঢ়োৱা ১০+২+৩ শিক্ষাৰ ধাৰণাটো সমালােচনাত্মক পৰীক্ষা কৰা । (Critically Examine the 10+2+3 Patter of Education as recommended by the Education Commission of 1964=66) 
Answer:

২। ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে দিয়া পৰামর্শ মতে ভাৰতীয় শিক্ষাৰ উদ্দেশ্যবােৰ কি কি ? বর্ণনা কৰা ? (What the objectives of Indian Education as Suggest by Indian Education Commission of 1964-66) 
Answer:

৩। ৰাষ্ট্ৰীয় শিক্ষা আয়ােগে (১৯৬৬) শিক্ষাৰ লক্ষ্য কি কি বুলি পৰামর্শ দিছে, সেইবােৰ কিমানদূৰ পৰিপূৰ্ণ হৈছে। (What are aims of Education are suggested by National Education Commission (196466) ? How far have these been fulfilled ?) 
Answer:

৪। বিদ্যালয় শিক্ষা ব্যৱস্থা সন্দৰ্ভত ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে কেনেকুৱা ধৰণৰ গাঁথনিক পৰিৱর্তণৰ পৰামৰ্শ আগবঢ়াইছিল ? সেই পৰামৰ্শ সমূহৰ ওপৰত তােমাৰ মতামত সংযােগ কৰা । (What structural change in the system of school education was suggested by the Indian Education Commission (1964-66) Explain)
Answer:

৫। শিক্ষা আৰু জাতীয় উপাদনৰ মাজত সম্বন্ধ স্থাপনৰ বাবে ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়ােগে কি কি পৰামৰ্শ আগবঢ়াইছিল ? সেই পৰামৰ্শ সমূহৰ ওপৰত তােমাৰ মতামত সংযােগ কৰা । (What were the suggestions of the Indian Education Com mission of 1964-66 for a correlation between education and national productivity ? Add your comment on the suggestions.) 
Answer:

৬। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়ােগৰ পৰামর্শমতে আমাৰ স্কুলীয়া শিক্ষাৰ গাথনিক পৰিৱৰ্তন কেনেকুৱা ধৰণৰ বুলি কৈছে ? বহলাই আলােচনা কৰা । (What are the structural changes in our school education as recommended by the Indian Education Commission of 1964-66 ? Discuss elaborately) 
Answer:

৭। বিশ্ববিদ্যালয় পর্যায়ৰ শিক্ষা পুনৰ গঠন সম্বন্ধে কোঠাৰী আয়ােগে কেনে আঁচনিৰ পৰামর্শ দিছিল ? এই সমূহে আমাৰ উচ্চ শিক্ষাৰ সমস্যা কি পৰিমাণে সামাধান কৰিব পাৰিছে ? (What were the scheme recommended by Kothari Commis sion for the re-organization of University Stage of Education ?) 
Answer:

৮। ভাৰতীয় শিক্ষাৰ মানদণ্ড সমন্ধে কোঠাৰী আয়ােগৰ মতামত আৰু ইয়াক উন্নত কৰি তুলিবৰ ববে আয়ােগে দিয়া পৰামর্শ বােৰ উল্লেখ কৰা । (Mention the views of Kothari Commission on the standard of Indiam Education and the recommendations to improve it.) 
Answer:

৯। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়ােগৰ উদ্দেশ্যসমূহ কি কি ? এই আয়ােগৰ পৰামর্শ অনুসৰি শিক্ষাৰ গাঁথনি কেনেকুৱা ? (What are the objectives of Kothari Commission 1964-66 ? What type Education Structure was recommended by this Commission)
Answer:

১০। চমু টোকা লিখা (Write Notes on)

ক) কৰ্ম-অভিজ্ঞতা শিক্ষা (Work Experience)
Answer:

খ) বিজ্ঞান ভিত্তিত শিক্ষা (Science based education)
Answer:

গ) সাধাৰণ বিদ্যালয় ব্যৱস্থা (Common School System)
Answer:

ঘ) বিদ্যালয় চক্ৰ (School Complex)
Answer:

ঙ) সামাজিক আৰু জাতীয় সেৱা (Social and National Servises)
Answer:

চ) শিক্ষাত উৎপাদনমুখিতা (Productivity in Education)
Answer:

ছ) আধুনিকীকৰণ আৰু শিক্ষা (Modernization and Education)
Answer:

Hirak Jyoti Bora