অধ্যায় ১ 
ভাৰতীয় শিক্ষা আয়োগ 
(Indian Education Commission)

প্ৰশ্নাৱলী (Exercise)

১। ১৮৮২ চনৰ হান্টাৰ আয়োগে মাধ্যামিক শিক্ষাৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল ? ইয়াৰ ফলাফল কেনে ধৰণৰ আছিল ? (What were the recommendations of Hunter commission of 1882 on Secondary ? What were its effects ?)
Answer: h

২। মাধ্যামিক শিক্ষা সন্দৰ্ভত হান্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহৰ চমু বৰ্ণনা দিয়া । মাধ্যামিক শিক্ষাৰ পৰামৰ্শসমূহৰ ফলাফল তোমাৰ মতে কেনে ধৰণৰ বুলি ভাবা ? (Give a brief accounts of hunter Commissions recommendations on secondary education. What effect do you observe of the recommendations on secondary education.)
Answer:

৩। ১৮৮২ চনৰ হান্টাৰ আয়োগৰ ভাৰতবৰ্ষৰ মাধ্যামিক শিক্ষাৰ সংগঠন আৰু প্ৰশাসন সন্দৰ্ভত পৰামৰ্শবোৰ কি কি ? পৰৱৰ্তী সময়ত মাধ্যামিক শিক্ষাৰ বিকাশত পৰামৰ্শসমূহে কেনে ধৰণেৰে সহায় কৰিছিল ? (What were the Suggestions of Indian Education Commission 1882 regarding and administration of secondary education in India ? How did these suggestions help in the development of Secondary Education in subsequent period ?)
Answer:

Hirak Jyoti Bora