আভ্যন্তৰীণ বেহা-বেপাৰ/অন্তৰ্বাণিজ্য

অনুশীলনী

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ

১। আভ্যন্তৰীণ বেহা-বেপাৰৰ দ্বাৰা কি বুজা যায়? (What is meant by internal trade?) 

২। স্থিৰীকৃত/স্থায়ী দোকানৰ খুচুৰা বিক্রেতাৰ বৈশিষ্ট্যবােৰ নির্দিষ্ট কৰা। (Specify the characteristics of fixed shop retailers.) 

৩। পণ্যাগাৰকৰণৰ সুবিধা আগবঢ়োৱা পাইকাৰী বিক্রেতাসকলৰ দ্বাৰা কি উদ্দেশ্য পূৰণ কৰা হয়? (What purpose is served by wholesalers providing warehousing facilities?) 

৪। পাইকাৰী বিক্রেতাসকলৰ দ্বাৰা প্রস্তুতকাৰীসকলক কিদৰে বজাৰ তথ্যৰে উপকাৰ কৰে? (How does market information provided by the wholesalers benefit the manufacturers?) 

৫। পাইকাৰী বিক্রেতাসকলে প্রস্তুতকাৰীসকলক পৰিসৰ বা মাত্রাৰ মিতব্যয়িতা লাভ কৰাত সহায় কৰে? (How does the wholesaler help the manufacturer in availing the economies of scale?) 

৬। একক দিশৰ এক ৰৈখিক ভাণ্ডাৰ আৰু বৈশিষ্ট্যপূর্ণ ভাণ্ডাৰৰ মাজত পার্থক্য দেখুওৱা। তুমি তােমাৰ অৱস্থানত এনে ধৰণৰ ভাণ্ডাৰৰ চিনাক্ত কৰিব পাৰানে? (Distinguish between single line stores and speciality stores. Can you identif-y such stores in your locality.) 

৭। আলিবাটত বিক্রেতা আৰু আলিবাটৰ দোকানৰ মাজত তুমি কিদৰে পাৰ্থক্য দেখুৱাবা? (How would you differentiate between street traders and street shops?) 

৮। পাইকাৰী বিক্রেতাসকলৰ দ্বাৰা প্রস্তুতকাৰীসকললৈ আগবঢ়োৱা সেৱাসমূহ ব্যাখ্যা কৰা। (Explain the services offered by wholesalers to manufacturers.) 

৯। খুচুৰা বিক্রেতাসকলৰ দ্বাৰা পাইকাৰী বিক্রেতা আৰু উপভােক্তাসকললৈ আগবঢ়োৱা সেৱাসমূহ কি কি? (What are the services offered by retailers to wholesalers and consumers?) 

দীর্ঘোত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। ভ্রমণশীল বেহা-বেপাৰীসকল ভাৰতৰ আভ্যন্তৰীণ বেহা-বেপাৰৰ অপৰিহার্য অংগ। বৃহৎ মাত্ৰাৰ খুচুৰা ব্যৱসায়ীসকলৰ পৰা প্রতিযােগিতা সত্ত্বেও সিবিলাকৰ অস্তিত্বৰ কাৰণ বিশ্লেষণ কৰা। (Itinerant traders have been an integral part of internal trade in India. Analyse the reasons for their survival inspite of competition from large scale retailers.) 

২। বিভাগীয় ভাণ্ডাৰৰ বৈশিষ্ট্য আলােচনা কৰা। এই ভাণ্ডাৰ বহুশাখাযুক্ত দোকানৰ পৰা কিদৰে পৃথক। (Discuss the features of a departmental store. How are they different from multiple shops or chain stores.) 

৩। উপভােক্তা সমবায় ভাণ্ডাৰবােৰক কিয় কম খৰচী (মিতব্যয়ী) হিচাপে বিবেচনা কৰা হয়? বৃহৎ মাত্ৰাৰ খুচুৰা বিক্রেতাসকলৰ তুলনাত উপভােক্তা সমবায় ভাণ্ডাৰৰ সুবিধাবােৰ কি কি? (Why are consumer cooperative stores considered to be less expensive? What are its relative advantages over other large scale retailers?) 

৪। স্থানীয় বজাৰ অবিহনে জীৱন-যাত্রা কল্পনা কৰা/খুচুৰা দোকান নথকা হ'লে উপভােক্তা এজনে কি কি প্রতিবন্ধকতাৰ সন্মুখীন হব? (Imagine life without your local market. What difficulties would a consumer face if there is no retail shop?) 

৫। ডাকযোেগে ফৰমাছৰ প্রতিষ্ঠানবােৰৰ উপকাৰিতাসমূহ ব্যাখ্যা কৰা। এই প্রতিষ্ঠানবােৰৰ দ্বাৰা সাধাৰণতে কি কি প্রকাৰৰ উৎপন্ন দ্রব্যৰ ব্যৱসায় চলােৱা হয়? নির্দিষ্ট কৰা। (Explain the usefulness of mail orders houses. What type of products are generally handled by them? Specify.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

















Type Himanku Bora




Post ID : DABP004277