আভ্যন্তৰীণ বেহা-বেপাৰ

অনুশীলনী

A. শুদ্ধ উত্তৰটো বাছি উলিওৱা (Choose the Correct Answer)ঃ 

1. একেটা ঘৰতে বিভিন্ন সামগ্রী পােৱা যায় (Different goods are available in the same building is)-

(a) বিভাগীয় প্রতিষ্ঠান (Departmental Store) 

(b) চেইন ষ্ট'ৰ (Chain Store) 

(c) বহুমুখী দোকান (Mulitple Shop)

(d) ভিন্দিং মেচিন (Vending Machine) 

2. কেৱল এবিধ নির্দিষ্ট সামগ্রী বিক্ৰী কৰা প্রতিষ্ঠানটো হ'ল (Only one fixed type of goods sold in a shop called as)- 

(a) ডাক যােগে কৰা ব্যৱসায় (Mail order Business) 

(b) চুপাৰ মার্কেট (Super Market) 

(c) ফেৰিৱালা (Howkars)  

(d) চেইন ষ্ট'ৰ (Chain Store) 

3. বাটা চু কোম্পানীৰ খুচুৰা দোকানখন কোন শ্রেণীৰ দোকান? (In what class of shop belong to Bata Store Company) 

(a) চুপাৰ বজাৰ (Super Market) 

(b) সমবায় সমিতি (Co-operative Society). 

(c) সাধাৰণ দোকান (General Store) 

(d) চেইন ষ্ট'ৰ (Chain Store) 

4. বৰ্তমানৰ সময়ত বৃহৎ আকাৰৰ খুচুৰা ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ নামটো হৈছে ( Different goods are available in the same building is) 

(a) এবিধ সামগ্ৰীৰ দোকান (Simple line shop) 

(b) বহুমূখী দোকান (Multiple shop) 

(c) মলচ (Malls) 

(d) চুপাৰ বজাৰ (Super Market) 

Ans: 1. (a); 2. (d); 3. (d); 4. (c) 

B. চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)ঃ

1. আভ্যন্তৰীণ বেহা-বেপাৰ মানে কি বুজা? (What is meant by internal trade?) 

2. স্থায়ী খুচুৰা ব্যৱসায়ৰ দুটা বৈশিষ্ট্য লিখ। (Write two characteristics of fixed retailes.) 

3. উৎপাদকৰ সুবিধার্থে পাইকারী ব্যবসায়ীয়ে কেনেকৈ বজাৰ সম্বন্ধীয় তথ্যৰ যোগান দিয়ে? (How does market information provided by the whole sallers in one benefit of manufacturies?) 

4. মিতব্যয়িতাবে উৎপাদন কৰাৰ বাবে পাইকাৰী বিক্রেতাই কেনেদৰে দ্ৰব্যৰ উৎপাদনকাৰীক সহায় কৰে? (How does the wholesaller help the manufacture in availing the economic of sale? 

5. খুচুৰা বিক্রেতা আৰু পাইকাৰী বিক্রেতাৰ মাজত থকা তিনিটা পার্থক্য লিখ। (Write three difference between the retailer and wholesale.)

6. প্রত্যক্ষ বিক্ৰী আৰু পৰােক্ষ বিক্ৰীৰ এটা পার্থক্য লিখা। (Write one difference between indirect and direct sale.) 

7. খুচুৰা ব্যৱসায়ীৰ সংজ্ঞা লিখা। (Define Retail Trade.) 

8. খুচুৰা ব্যৱসায়ীৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা (Mention four features of retail trade.) ়

9. চুপাৰ বজাৰৰ তিনিটা প্রতিবন্ধকতাৰ বিষয়ে লিখা। (Write three limitation of Super Market) 

10. বিভাগীয় প্রতিষ্ঠানৰ তিনিটা অসুবিধাৰ বিষয়ে লিখা। (Write three limitation of Departmental Store.) 

C. দীঘলীয়া উত্তৰৰ প্ৰশ্ন  Long Answer Questions)ঃ 

1. পাইকাৰী ব্যৱসায় বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য কাৰ্যৱলী বর্ণনা। (What is wholesale trade? Describe the features of it) 

2. পাইকাৰী ব্যৱসায়ীয়ে দ্রব্যৰ উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায়ীলৈ আগবঢ়োৱা সেৱাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। (Explain briefly the services of wholesallers towards producers and retailers.) 

3. ভাৰত্বৰ্ষৰ খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰত ভ্রাম্যমান খুচুৰা ব্যৱসায়ীসকল এক অবিচ্ছেদ্য অংগ। বৃহদ আকাৰৰ খুচুৰা ব্যৱসায় থকা সত্ত্বেও তেওঁলোেক কেনেকৈ ব্যৱসায় কৰি আছে সেই বিষয়ে ব্যাখ্যা কৰা। (Itinerant traders have been an integral part of internal trade in India. Analyse the reasons for their survival in spite of competion from large scale retailers.) 

4. বিভাগীয় প্রতিষ্ঠানৰ বৈশিষ্ট্যবিলাক আলােচনা কৰা। বহুমুখী প্রতিষ্ঠান বা চেইষ্ট'ৰ আৰু বিভাগীয় প্রতিষ্ঠানৰ মাজত থকা পাৰ্থক্যক্যবোৰ কি কি? (Discuss the fratures of Departmental Store. Write the differences between the departmental store with the Multiple shop or chain store.) 

5. গ্রাহক সমবায় সমিতিক কিয় কম খৰছৰ দোকান হিচাপে ধৰা হয়? ডাঙৰ খুচুৰা ব্যৱসায়ৰ মানত এই শ্ৰেণীৰ সমিতিক কিয় সুবিধাজনক হিচাপে গণ্য কৰা হয়? (Why are consumer Co-operative store considered to be less expensive? What are its relative advantages over other large scale industries?) 

6. স্থানীয় বজাৰৰ অবিহনে জীৱন ধাৰণৰ বিষয়ে তুমি কল্পনা কৰাচোন। যদিহে কোনাে খুচুৰা ব্যৱসায়ী নাথাকে তেতিয়া তুমি কি সমস্যাৰ সন্মুখীন হ'বা? 

7. ডাক যােগে কৰা ব্যৱসায়ৰ উপকাৰৰ বিষয়ে ব্যাখ্যা কৰা। কেনে ধৰণৰ দ্ৰব্যৰ বাবে এইবিধ ব্যৱসায় উপযােগী? (Explain the usefulness of mail order business. For what type of products are generally useful?) 

8. খুচৰা ব্যৱসায়ৰ প্রতিবন্ধকতাসমূহ চমুকৈ আলােচনা কৰা। (Discuss briefly the limitation of retail trade.) 

9. তালিকা এখন প্রস্তুত কৰি বিভিন্ন প্ৰকাৰৰ দোকানৰ বিষয়ে আভাস দিয়া। (Draw a char to show the different types of retail store.) 

Project/Assignmentঃ

    1. তােমাৰ এলেকাত থকা বিভিন্ন প্রকাৰৰ খুচুৰা ব্যৱসায়বোেৰ শ্ৰেণীকৰণ কৰা। এনে শ্রেণীকৰণত দোকানবিলাকে বিক্রী কৰা দ্ৰব্য আৰু সেৱাক আধাৰ হিচাপে বিবেচনা কৰিবা। 

    2. তােমাৰ নগৰত যদি শ্বপিং মল আছে, তেতিয়া তুমি তেনে দোকানত প্ৰৱেশ কৰাৰ পৰা দ্রব্য ক্রয় কৰা ইত্যাদি বিলাক কথাৰে এটি টোকা লিখা। ইয়াত সর্বোচ্চ ১৫০ টা শব্দ ব্যৱহাৰ কৰিা। 

    3. সময়ৰ পৰিৱৰ্মৰ লগে লগে খুচুৰা ব্যৱসায় বিলাকৰ পৰিৱৰ্ম হৈছে। এনে পৰিৱৰ্জৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

Type Himanku Bora