আন্তৰ্জাতিক ব্যৱসায়-১

অনুশীলনী

A. শুদ্ধ উত্তৰটো বাছি উলিওৱা (Choose the correct answer)

1. তলৰ কোনটো প্রৱেশ পদ্ধতিৰ দ্বাৰা দেশীয় উৎপাদনকাৰীয়ে মাচুলৰ যােগেদি বিদেশী উৎপাদনকাৰীক ট্রেডমার্ক, পণ্য চিহ্ন বৌদ্ধিক সম্পত্তি ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে। (In which of one following mode of entry, does the domestic manufacturer give the right to use intellectual property such as patent and trade mark to a manufacturer the foreign country for a fee. 

(a) অনুজ্ঞাপত্র প্রদান (licensing) 

(b) চুক্তিবদ্ধ উৎপাদন (contract of manufacture) 

(c) যৌথ উদ্যোগ (Joint-venture) 

(d) এটাও নহয় (None of them) 

2. আন্তর্জাতিক ব্যৱসায়ৰ বজাৰকৰণৰ উদ্দেশ্যত আংশিক বা সম্পূৰ্ণৰূপে উৎপাদন কার্যত বহিঃ উৎসকৰণৰ দ্বাৰা লিপ্ত হােৱা ব্যৱস্থাটোৰ নাম হৈছে Outsourcing a part of or entire operations in international business is known as- 

(a) অনুজ্ঞাপত্র প্রদান (licensing) 

(b) ফ্রানচাইজিং (Franchising) 

(c) চুক্তিবদ্ধ উৎপাদান (Contract manufacturing) 

(d) যৌথ উদ্যোগ (Joint venture) 

3. যেতিয়া দুটা বা ততােধিক প্রতিষ্ঠানে একত্ৰিত হৈ এক সুকীয়া সত্তা লৈ ব্যৱসায় কৰে যাৰ আইনৰ দৃষ্টিত ইয়াৰ প্রধান প্রতিষ্ঠানৰ (Parent) পৰা সুকীয়া হিচাপে স্বীকৃতি পায় তেতিয়া এই প্রতিষ্ঠানৰ নাম হ'ব (When two or more firms comes together to create a new business entity that is legally separate and distinct from its parents it is known as- 

(a) চুক্তিবদ্ধ উৎপাদনকাৰী (Contract manufacturing) 

(b) ফ্রানচাইজিং (Franchising) 

(c) যৌথ উদ্যোগ (Joint venture) 

(d) অনুজ্ঞাপত্ৰৰ দ্বাৰা (licensing) 

4. তলত উল্লেখিত কোনটো ৰপ্তানিৰ বাবে সুবিধাজনক নহয়? (Which of the following is not an advantage of exporting?) 

(a) আন্তর্জাতিক বজাৰত সহজে প্রৱেশ কৰাৰ উপায়। (Easier way to enter into international market) 

(b) তুলনামূলকভাবে কম পৰিমাণৰ বিপদশংকা (Comparatively lower risk) 

(c) বিদেশী বজাৰত সীমিত উপস্থিত (limited presence inforeignmarket) 

(d) কম বিনিয়ােগৰ আৱশ্যকতা (less investment requirement) 

5. তলত উল্লেখিত কোনটো ব্যৱস্থাৰে প্ৰৱেশত অধিক বিপদশংকা হােৱাৰ সম্ভাৱনা আছে? (Which one of the following mode of entry requires higher level of risks?) 

(a) অনুজ্ঞাপত্ৰ প্ৰদানৰ (licensing) 

(b) ফ্রেনচাইজিং (Franchising)

(c) চুক্তিবদ্ধ উৎপাদন (Contract manufacturing) 

(d) যৌথ উদ্যোগ (Joint venture) 

6. বিদেশত ব্যৱসায় কৰােতে তলত উল্লেখিত কোনবিধ প্রৱেশ পদ্ধতিৰ যােগেদি তাধিক নিয়ন্ত্রণ কৰিব পাৰি (Which one of the following modes of entry permits greatest degree of control over the overseas operations?) 

(a) অনুজ্ঞাপত্র প্রদান/ফ্রানচাইজিং (licensing/franchising) 

(b) সম্পূর্ণ মালিকানা অধীনস্থ (Wholly owned subsidiary) 

(c) চুক্তিবদ্ধ উৎপাদন (contract of manufacturing) 

(d) যৌথ উদ্যোগ (Joint venture) 

7. তলত উল্লেখিত কোনবিধ প্রবেশ পদ্ধতিয়ে প্রতিষ্ঠান এটাক আন্তর্জাতিক বজাৰৰ কাষলৈ নিয়ে? (Which one of the following mode of entry brings the firm closer to international markets?) 

(a) অনুজ্ঞাপত্র প্রদান (licensing) 

(b) ফ্রানচাইজিং (Franchising\) 

(c) উৎপাদনৰ চুক্তি (Contract of manufacturing) 

(d) যৌথ উদ্যোগ (Joint-venture) 

8. তলত উল্লেখিত কোনবিধ দ্রব্য ভাৰতৰ প্ৰধান ৰপ্তানি সামগ্রী নহয়— (Which one of the following is not amongest Indias major export items.) 

(a) বসু আৰু সাজ-পােছাক (Textile and garmants) 

(b) হীৰা আৰু অলংকাৰ (Gems and Jewellary) 

(e) তেল আৰু পেট্রোল জাতীয় সামগ্রী (Oil and Petroleum products) 

(d) বাচমতি চাউল (Basmoti Rice) 

9. তলত উল্লেখিত কোনবিধ ভাৰতবৰ্ষৰ মুখ্য আমদানি সামগ্রী নহয়? (Which one of the following is not amongest India's major import items?) 

(a) আয়ুর্বেদিক দৰব (Ayurvedic Medicines) 

(b) তেল আৰু পেট্রোলজাত সামগ্রী (Oil and Petroleum) 

(c) মুক্তা আৰু বহু মূল্যবান পাথৰ (Pearls and Precious Stones) 

(d) যন্ত্রপাতি (Machineries) 

10. তলত উল্লেখিত কোনখন দেশ ভাৰতবৰ্ষৰ বেহা-বেপাৰৰ প্রধান অংশীদাৰ নহয়? (Which one of the following is not amongest Indias major trading partner?) 

(a) আমেৰিকা যুক্তৰাষ্ট্র (USA) 

(b) সংযুক্তরাষ্ট্র (UK) 

(c) জার্মান (Germany) 

(d) নিউজিলেণ্ড (New Zealand) 

শুদ্ধ উত্তৰ (Correct answer)

1. (a); 2. (c); 3. (c); 4. (c); 5. (d); 6. (b); 7. (d); 8. (c); 9. (a); 1 (d).

B. চমু উত্তৰৰ প্রশ্নাবলী (Short Answer Questions)ঃ 

1. আন্তর্জাতিক বেহা-বেপাৰ আৰু আন্তর্জাতিক ব্যৱসায়ৰ মাজত পার্থক্য (Differentiate between international trade and international business). 

2. আন্তর্জাতিক ব্যৱসায়ৰ যিকোনাে তিনিটা সুবিধাৰ বিষয়ে আলােচনা কৰা (Discuss any three advantages of international trade.). 

3. দেশসমূহৰ মাজত বেহা-বেপাৰ হােৱা প্রধান কাৰণটো কি? (What is the major reason underlaying trade between nations ?) 

4. ৰাষ্ট্রসমূহে কিয় বেহা-বেপাৰ কৰে আলােচনা কৰা (Discuss why nations trade?) 

5. চুক্তিবদ্ধ উৎপাদনৰ আসোঁৱাহসমূহ উল্লেখ কৰা (Enumarate limitations of contract manufacturing). 

6. বিশ্বজুৰি সম্প্ৰসাৰণৰ বাবে কিয় অনুজ্ঞাপত্র প্রদানক এটা সহজ উপায় বুলি কোৱা হয়? (Why it is said that licensing is an easier way to expand globally) 

7. চুক্তিবদ্ধ উৎপাদন আৰু বিদেশত সম্পূর্ণ মালিকানাধীন স্থাপনৰ দ্বাৰা উৎপাদনৰ মাজত পার্থক্য দেখুওৱা (Differentiate between contract manufacturing and setting up wholly owned production subsidiary abroad. 

8. অনুজ্ঞাপত্ৰধাৰক আৰু ফ্রানচাইজিঙৰ মাজত পার্থক্য দেখুওৱা (Distinguish between licensing and franchising) 

9. ভাৰতবৰ্ষৰ পৰা ৰপ্তানি কৰা প্রধান দ্রব্যবােৰৰ এখন তালিকা প্রস্তুত কৰা। (list major items of India's export) 

10. ভাৰতবৰ্ষৰ পৰা কোনবিলাক প্রধান সামগ্ৰী ৰপ্তানি কৰা হয়। (What are the major items that are exported from India?) 

11. ভাৰতবৰ্ষই বেহা-বেপাৰ কৰা প্রধান দেশসমূহৰ এখন তালিকা প্রস্তুত কৰা। (List the major countries with whom India Trades) 

C. দীঘলীয়া উত্তৰৰ প্ৰশ্নাৱলী (Long answer questions) 

1. আন্তর্জাতিক ব্যৱসায় মানে কি? ঘৰুৱা ব্যৱসায়ৰ পৰা ই কেনেদৰে পৃথক? (What is international business? How it is different from domestic business?) 

2. ‘আন্তর্জাতিক ব্যৱসায় আন্তর্জাতিক বেহা-বেপাৰতকৈ অধিক’ মন্তব্য দিয়া। ('International business is more than international trade.' Comment.) 

3. আন্তর্জাতিক ব্যৱসায়ত প্রবেশৰ দ্বাৰা প্রতিষ্ঠানবিলাক কেনেদৰে উপকৃত হয়? (What benefits do firms derive by entering into international business?) 

4. আন্তর্জাতিক বজাৰত প্ৰবেশৰ বাবে ৰপ্তানি কার্যটো কিয় সম্পূর্ণ মালিকানা অধীনস্থ প্রতিষ্ঠান স্থাপনৰ দ্বাৰা কৰা ব্যৱসায়তকৈ অধিক উন্নত বুলি কোৱা হয়? (In what ways is exporting a better way of entering into international market that setting up wholly owned subsidiaries abroad.)

5. আন্তর্জাতিক ব্যৱসায়ত প্রবেশৰ বাবে পদ্ধতি বাছনি কৰােতে কি কি উপাদানৰ বিষয়ে বিবেচনা কৰিব লাগে সেই বিষয় আলোচনা কৰা। (Discuss briefly the factors that govern the choice of mode of entry into international business) 

6. ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ প্ৰধান গতিধাৰাৰ বিষয়ে আলােচনা কৰা। লগতে ভাৰতবৰ্ষই অন্য দেশৰ লগত কৰা বেহা-বেপাৰৰ প্রধান সামগ্রীবােৰৰ এখন তালিকা প্রস্তুত কৰা। (Discuss the major trends in Indian's foreign trade . Also list the major products that India trades with other countries.) 

7. অদৃশ্যমান বেহা-বেপাৰ কি? ভাৰতবৰ্ষৰ সেৱা বেহা-বেপাৰৰ বৈশিষ্ট্যবােৰ আলােচনা কৰা। (What is invisible trade? Discuss salient aspects of India's trade in services.)

Type Himanku Bora