আন্তৰ্জাতিক ব্যৱসায়-২

অনুশীলনী

A. বহুমুখী পছন্দৰ প্রশ্ন (Multiple Choice Question)ঃ 

1. ৰপ্তানি অনুজ্ঞাপত্ৰৰ বাবে তলত উল্লেখিত কোনবিধ নথিৰ আৱশ্যক নহয়? (Which of the following documents are not required for obtaining an export license?)

(a) আমদানি-ৰপ্তানিৰ নম্বৰ (IEC number) 

(b) প্রত্যয় পত্র (letter of Credit). 

(c) মেটচ ৰিচিপট (Mate's Receipts) 

(d) বিনিময় পত্র (Bill of Exchange) 

2. আমদানিৰ বাবে তলত উল্লেখিত কোনবিধ নথিৰ আৱশ্যক নহয়? (Which of the following documents are not required in connection with an import transactions?) 

(a) জাহাজৰ বহন পত্র (Bill of lading) 

(b) জাহাজ বহন চুক্তি (Shipping Bill) 

(c) উৎপত্তি স্থান প্রমাণ পত্র (Certificate of origine) 

(d) জাহাজৰ বস্তু উঠোৱাৰ পৰামর্শ (Shipment Advice) 

3. তলত উল্লেখিত কোনবিধ শুল্ক ঘূৰাই দিয়া আঁচনিৰ ভিতৰত অন্তর্ভুক্ত নহয়? (Which of the following do not form part of duty drawback scheme?) 

(a) আবকাৰী শুল্ক প্রত্যার্পণ (Refund of Excise Duty) 

(b) সীমা শুল্ক প্রত্যার্পণ (Refund of Customs Duties) 

(c) ৰপ্তানি শুল্ক প্রত্যার্পণ (Refund of Export Duties) 

(d) জাহাজত পণ্য উঠোৱাৰ সময়ত বন্দৰ শুল্কফিৎ (Refund of Income dock charge at the shipment part of) 

4. তলত উল্লেখিত কোনখন নথি সীমা শুল্ক নিয়ম নীতি পালন কৰাত আৱশ্যক নহয়? (Which one of the following is not a document related to fulfill the customs formalities) 

(a) জাহাজ বহনৰ চুক্তি (Shipping Bill)  

(b) ৰপ্তানিৰ অনুজ্ঞা পত্র (Export Licences)

(c) বীমা পত্র (Letter of Insurance) 

(d) নমুনা চালান (Proforma Invoice) 

5. নিম্ন উল্লেখিত নথিসমূহৰ ভিতৰত কোনবিধ ৰপ্তানিৰ নথি নহয়? (Which one of the following is not a part of export documents?) 

(a) বাণিজ্যিক চালান (Commercial Invoice) 

(b) উৎপত্তি স্থানৰ প্রমাণ পত্র (Certificate of Origine) 

(c) প্রৱেশ বিল (Bill of Entry) 

(d) মেটচ ৰিচিপ্ত (Mate's Receipts) 

6. জাহাজত দ্রব্য বােজাই কৰাৰ পিছত, জাহাজৰ অধীক্ষকে প্রদান কৰা নথিখনৰ নাম হৈছে (A receipts issued by the commanding officer of the ship when the Cargo is loaded on the ship is known as)

(a) জাহাজত পণ্য উঠোৰা ৰচিদ (Shipping receipts) 

(b) মেটচ ৰিপিপ্ত (Mate's Receipts) 

(c) মালবাহী জাহাজৰ ৰচিদ (Cargo Receipts) 

(d) বহন চুক্তিৰ ৰচিদ (Charter Receipts) 

7. কোনখন নথি ৰপ্তানিকাৰীয়ে প্রস্তুত কৰে আৰু ইয়াত প্রেৰিত দ্রবাব সম্পূর্ণ বিবরণ, বহনকারী জাহাজৰ চৰ্ত, জাহাজ কোম্পানীৰ নাম, পেকেটৰ নম্বৰ, জাহাজী বিল, গন্তব্য বন্দৰ, দ্ৰব। কঢ়িয়াই নিয়া জাহাজখনৰ নাম লিখা থাকে? 

(a) জাহাজ কোম্পানীৰ বিল (Shipping Bill) 

(b) পেকেজিঙৰ তালিকা (Packaging list) 

(c) মেটচ ৰিপিপ্ত (Mate's Receipts) 

(d) বিনিময় বিল (Bills of Exchange) 

8. যিখন নথিত বেংকে জানিদাৰ হিচাপে নিশ্চিত কৰে যে ৰপ্তানিকাৰকে প্রস্তুত কৰা ড্রাফট উল্লেখিত মুল্য পৰিশােধ কৰিব, সেই নথিখনৰ নামটো 

(a) জামিনযুক্ত পত্র (letter of Hypothetication) 

(b) প্ৰত্যয় প্ৰত্ৰ (letter of Credit) 

(c) জাহাজৰ বহন পত্র (Bill of lading) 

(d) বিনিময় বিল (Bills of Exchange) ়

9, তলত উল্লেখিত কোনটো প্রতিষ্ঠান বিশ্ববেংকৰ গ্ৰপৰ ভিতৰত নপৰে? (Which of the following does not belongs to the world Bank Group) 

(a) আন্তর্জাতিক পুনৰ গঠন আৰু উন্নয়ন বেংক (IBRD) 

(b) আন্তর্জাতিক বিকাশ সংস্থা (IDA) 

(c) বহজাতিক নিয়ােগ নিশ্চিত সংস্থা (MIGA়) 

(d) আন্তর্জাতিক মুদ্রা নিধি (IMF) 

10. বাণিজ্যিক সম্পর্কীয় বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (TRIPS ) বিশ্ব বাণিজ্য সংস্থাৰ আধাৰত কার্য কৰে 

(a) কৃষিজাতৰ বেহা-বেপাৰ (Trade in Agriculture) 

(b) সেৱাৰ বেহা-বেপাৰ (Trade in Service) 

(c) বেহা-বেপাৰ সম্বন্ধীয় বিনিয়ােগৰ ব্যৱস্থা (Trade related investment measures) 

(d) ইয়াৰ এটাও নহয় (Non of these) 

Ans: 1. (b); 2. (d); 3. (d); 4. (c); 5. (c); 6. (b); 7. (a); 8. (b); 9. (d); 10. (c) 

B. চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)ঃ

1. ৰপ্তানিৰ অনুজ্ঞা পত্ৰ ল'বৰ বাবে পালন কৰিবলগীয়া নিয়ম-নীতিবিলাক আলােচনা কৰা। (Discuss the formalities invalved in getting an export licences.) 

2. ৰপ্তানি উন্নয়ন পৰিষদৰ লগত কিয় পঞ্জীয়ন কৰাব লাগে? (Why is it necessary to get resistered with an Export Promotion Council?) 

3. আমদানি-ৰপ্তানি ক'ডৰ নম্বৰ মানে কি? (What is IEC number?) 

4. প্রাক জাহাজী প্রেৰণৰ বিত্তায়ন মানে কি? (What is pre-shipment finance?) 

5. ৰপ্তানি প্রতিষ্ঠান এটাৰ জাহাজত দ্রব্য উঠোৱাৰ পূর্বে কিয় পৰিদৰ্শনৰ আৱশ্যক হয়? (Why is it necessary for an export firm to go in for pre-shipment inspection?) 

6. দ্রব্য খালাচ কৰিবৰ বাবে আৱকাৰী শুল্ক আদায়ৰ পদ্ধতিৰ বিষয়ে আলােচনা কৰা। (Discuss the procedure related to excise clearance of goods.) . 

7. ৰপ্তানি কৰিবলগীয়া দ্ৰব্যৰ ক্ষেত্ৰত সীমা শুল্ক অনুমতি লােৱা পদ্ধতিটো চমুকৈ ব্যাখ্যা কৰা। (Explain briefly the process of customs clearance of export goods.) 

8. জাহাজ বহন পত্র কি ? প্রৱেশ বিলৰ লগত ইয়াৰ কি পার্থক্য আছে। (What is bill of lading ? How does it differ from bill of entry?) 

9. জাহাজ বহন চুক্তি বুলিলে কি বুজা? (What do you understand by shipping bill?) 

10. মেট ৰিচিপ্তৰ অর্থ ব্যাখ্যা কৰা। (Explain the meanining of Mats Receipt ) 

11. প্রত্যয় পত্র মানে কি? এজন ৰপ্তানি কাৰকক এই নথিখন কিয় প্রয়ােজন হয়? (What is letter of credit? Why does an exporter need puts document?) 

12. ৰপ্তানিৰ ক্ষেত্ৰত মূল্য কেনেকৈ প্রাপ্ত হয় সেই বিষয়ে আলােচনা কৰা। (Discuss the process involved in securing payments for exports.) 

13. তলত দিয়া বিষয়বােৰৰ মাজত থকা পার্থক্যবােৰ উল্লেখ কৰা। (Mention the differences of the following) 

(a) দর্শনী আৰু ম্যাদী হুণ্ডিৰ মাজত (Sight and usance drafts) 

(b) জাহাজৰ বহন পত্ৰ আৰু বিমানৰ বহন পত্ৰৰ মাজত (Bill of lading and airway bill) 

(c) প্রাক জাহাজত পণ্য উঠোৱা আৰু পৰৱৰ্তী কালৰ বিত্তায়ন (Pre-shipment and port shipment finance) 

14. বৈদেশিক বাণিজ্য মানে কি বুজা? (What do you mean by international trade?) 

15. আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ প্ৰধান ভাগকেইটাৰ নাম উল্লেখ কৰা। (Mention the main division of foreign trade) 

16. বহিঃ বাণিজ্য আৰু আভ্যন্তৰিণ বাণিজ্যৰ মাজত থকা এটা পার্থক্য লিখা। (Write a difference between the external and internal trade) 

17. বৈদেশিক বাণিজ্যত কি মুদ্ৰাৰে লেন-দেন নিষ্পত্তি কৰা হয়? (In what currency the transaction of foreign trade is settled?) 

18. আন্তঃৰাষ্ট্রীয় বাণিজ্যৰ এটা সুবিধাৰ বিষয়ে লিখা। (Write an advantage of international Trade.) 

19. জাহাজ বহন পত্র কি? (What is a bill of lading?) 

20. প্রত্যয় পত্ৰৰ অৰ্থ লিখা। (Write the meaning of letter of credit) 

21. পুনৰ ৰপ্তানি মানে কি? (What is the meaning of entrepot?) 

22. চার্টাৰ পাৰ্টিৰ নাম লিখা। (Name the types of charter Party) 

23. শুল্ক প্রত্যার্পণ মানে কি? (What is the duty draw back?) 

24. জাহাজী বিলৰ অর্থ কি? (What is the meaning of shipping bill) 

25. ৰপ্তানি আৰু আমদানি বাণিজ্যৰ অৰ্থ লিখা। (Write the meaning of export and import trade) 

26. আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুটা সুবিধা লিখা। (Write two advantages of international trade) 

27. বহিঃবাণিজ্য আবশ্যকতাৰ বিষয়ে 40 টা শব্দৰ ভিতৰত উল্লেখ কৰা। (Mention the importance of external trade within 40 words) 

28. দুখন ৰাষ্ট্ৰৰ মাজত ব্যৱসায় সংঘটিত হােৱাৰ মুখ্য কাৰণ কি? (What is the major reasons underlying trade be tween nations?) 

29. মেট বিচি গুৰ অর্থ ব্যাখ্যা কৰা। (Explain the meaning of mates receipts)

30. ৰপ্তানি বাণিজ্যত ব্যৱহাৰ কৰা দুখন আৱশ্যকীয় দলিলৰ বিষয়ে চমুকৈ লিখা। (Write in short two documents used in export trade.) 

31. আভ্যন্তৰিণ আৰু বহিঃ বাণিজ্যৰ মাজত থকা দুটা পার্থক্য লিখা। (Write two differences between external and internal trade.) 

32. বিশেষ অর্থনৈতিক এলেকা গঠনৰ উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰা। (Explain the purpose of special economic zones) 

33. বৈদেশিক বাণিজ্য কেনেকৈ উৎপত্তি হয়? (How does foreign trade originate?) 

34. এখন দেশত বৈদেশিক বাণিজ্যৰ গুৰুত্ব উল্লেখ কৰা। (State the importance of foreign trade of a country) 

35. ভাৰতৰ ৰপ্তানি বাণিজ্যৰ উন্নয়নৰ চৰকাৰী পদক্ষেপ উল্লেখ কৰা। (Mention the steps taken by the government in developing the export trade.) 

36. ৰপ্তানি বাণিজ্যৰ বাবে কেনেকৈ অনুসন্ধান কৰা হয়? (How trade enquiry is conducted in export trade?) 

C. দীঘলীয়া উত্তৰৰ প্ৰশ্ন (Long Answer Questions)ঃ 

1. আমদানি বাণিজ্যৰ পদ্ধতিটো চমুকৈ লিখা। (Write in brief on import procedure) 

2. এজন ব্যৱসায়ীয়ে অষ্ট্রেলিয়াৰ পৰা উল ক্ৰয় কৰিব বিচাৰিছে। তেওঁ কি পদ্ধতিৰে ক্ৰয় কৰিব চমুকৈ উল্লেখ কৰা। (A trader wants to purchase wool from Australia. Write in briefly the procedure of purchase.) 

3. দেশৰ ৰপ্তানি বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰা চাৰিটা পদক্ষেপৰ বিষয়ে লিখ। (Write on four steps adopted in the country to enhance the export) 

4. তুমি চাহ পাত ৰাচিয়ালৈ ৰপ্তানি কৰিব বিচাৰিছা। কি উপায়েৰে চাহ ৰপ্তানি কৰিবা সেই বিষয়ে চমুকৈ কোৱা। (You want to export tea to Russia. Explain the procedures of export the tea in biref.) 

5. দেশৰ ৰপ্তানি বাণিজ্য বৃদ্ধি কৰিবৰ বাবে চৰকাৰে হাতত লােৱা বিভিন্ন উদগণিমূলক আঁচনিবােৰৰ বিষয়ে আলােচনা কৰা। (Explain the various incentive scheme which the goverment has implemant for promoting the country's export.) 

6. বিশ্ব বেংক মানে কি? বিশ্ব বেংকৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা। (What is world Bank ? Write the objectives of world Bank.) 

7. আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ অর্থ কি? আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ কার্যাৱলীসমূহ উল্লেখ কৰা। (What is the meaning of IMF? Mention the function of IME.) 

8. বিশ্ব বাণিজ্য সংঘ গঠন কৰাৰ উদ্দেশ্য কি? ইয়াৰ দুটা কাৰ্যৰ বিষয়ে লিখা। (What is the object for formation of WTO?. Write two functions of it.) 

9. বিশ্ব বাণিজ্য সংঘৰ উদ্দেশ্যবিলাকৰ বিষয়ে চমুকৈ উল্লেখ কৰা। (Write in brief about the objectives of WTO.)

Type Himanku Bora