আনাতৰ্জাতিক ব্যৱসায়- পদ্ধতি, সমৰ্থক সংগঠন

অনুশীলনী

বহুবাছনি/পছন্দযুক্ত প্রশ্নাবলী (Multiple Choice Questions)ঃ 

১। তলৰ দলিল/নথি-পত্ৰসমূহৰ কোনখন ৰপ্তানি অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে আৱশ্যক নহয়? (Which one of the following documents is not required for obtaining an export licence?) 

(ক) আমদানি ৰপ্তানি নম্বৰৰ নথি (IEC number) 

(খ) ঋণৰ প্রত্যয় পত্র (Letter of Credit) 

(গ) পঞ্জীকৰণ আৰু সদস্যপদৰ প্রমাণ পত্র (Registration cum membership Certificate) 

(ঘ) বেংকৰ হিচাপৰ নম্বৰ (Bank account number) 

২। আমদানি লেনদেনৰ সৈতে তলৰ কোনখন দলিল/নথি-পত্র সম্পর্কিত নহয়? (Which one of the following documents is not required in connection with an import transaction?) 

(ক) জাহাজৰ বহন পত্র (Bill of lading) 

(খ) জাহজাত পণ্য উঠোৱা বিল (Shipping bill) 

(গ) উৎপত্তিৰ/উৎপত্তিস্থলৰ প্রমাণ পত্র (Certificate of origin) 

(ঘ) জাহাজত বােজাইৰ জাননী (Shipment advice) 

৩। মাচুল/শুল্ক প্রত্যাৱর্তন (ফিৎ) আঁচনি তলৰ কোনটোৱে অংশ গ্রহণ নকৰে? 

(Which of the following do not form part of duty drawback scheme?) 

(ক) আবকাৰী মাচুল ফিৰৎ (Refund of excise duties) 

(খ) সীমা শুল্ক মাচুল ফিৰৎ (Refund of customs duties) 

(গ) ৰপ্তানি মাচুল ফিৰৎ (Refund of export duties) 

(ঘ) জাহাজত বােজাইৰ বন্দৰত জাহাজ ঘাটৰ আয় ফিৰৎ (Refund of income dock charges at the port of shipment) 

৪। তলৰ কোনখন দলিল/নথি সীমাশুল্কৰ আনুষ্ঠানিকতা পালনৰ সৈতে সম্পর্কিত নহয়? (Which one of the following is net a document related to the fulfilment of the customs formalities) 

(ক) জাহাজত বােজাইৰ বিল (Shipping bill) 

(খ) ৰপ্তানি অনুজ্ঞাপত্ৰ (Export licence), 

(গ) বীমা পত্র (Letter of insurance) 

(ঘ) নামমাত্র চালান (Proforma invoice) 

৫। তলৰ কোনখন দলিল/নথি ৰপ্তানি নথি-পত্ৰৰ এক অংশ নহয়? (Which one of the following is not a part of export documents) 

(ক) বাণিজ্যিক চালান (Commercial invoice) 

(খ) উৎপত্তিৰ প্রমাণপত্র (Certificate of origin) 

(গ) প্রৱেশ বিল (Bill of entry) 

(ঘ) অধিনায়কৰ ৰচিদ (Mate’s receipt) 

৬। জাহাজৰ ক্ষমতাশীল বিষয়াই পণ্য সামগ্রী জাহাজত তােলােতে প্রদান কৰা ৰচিদখনক কোৱা হয় (A receipt issued by the commanding officer of the ship when the Cargo is loaded on the ship is known as) 

(ক) জাহাজত বােজাইৰ ৰচিদ (Shipping receipt) 

(খ) অধিনায়কৰ ৰচিদ (Mate receipt) 

(গ) পণ্য- সামগ্ৰীৰ ৰচিদ (Cargo receipt) 

(ঘ) চনদীয় ৰচিদ (Charter receipt) তলৰ কোনখন দলিল/নথি ৰপ্তানিকাৰীৰ দ্বাৰা প্ৰস্তুত কৰা হয় আৰু জাহাজৰ নাম, টোপােলাৰ সংখ্যা, জাহাজত বােজাই বিল, লক্ষ্য স্থানৰ বন্দৰ পণ্য কঢ়িওৱা জাহাজৰ নাম আদি সম্পৰ্কত পণ্য-সামগ্ৰীৰ বিতং তথ্য অন্তর্ভুক্ত হয়? (Which one of the following document is prepared by the exporter includes details of the cargo in terms of the shipper's name, the number of packages, the shipping bill, port of destination, name of the vehicle carrying the cargo?) 

(ক) জাহাজত বােজাইৰ বিল (Shipping bill) 

(খ) টালি-টোপােলাৰ তালিকা (Packaging list) 

(গ) অধিনায়কৰ ৰচিদ (Mate's receipt) 

(ঘ) বিনিময় পত্র (Bill of exchange) 

৮। বেংকৰ নিশ্চয়তা প্রদানেৰে ৰপ্তানিকাৰীয়ে গ্রাহ্য কৰিব ৰাকৈ প্ৰস্তুত কৰা দলিল/নথি হৈছে (The document containing the guarantee of a bank to honour drafts drawn on it by an exporter is) 

(ক) বন্ধক পত্র (Letter of hypothetication) 

(খ) ঋণৰ প্রত্যয় পত্র (Letter of credit) 

(গ) জাহাজৰ বহন পত্র (Bill of lading) 

(ঘ) বিনিময় পত্র (Bill of exchange) 

৯। তলৰ কোনটো বিশ্ব বেংকৰ সমষ্টিভুক্ত নহয়? (Which of the following does not belong to the World Bank group?) 

(ক) আন্তর্জাতিক পুনৰ নিৰ্মাণ আৰু বিকাশ বেংক (IBRD) 

(খ) আন্তর্জাতিক বিকাশ সংস্থা (IDA) 

(গ) বহুপাশ্মীয় বিনিয়ােগ নিশ্চয়তা সংস্থা (MIGA) 

(ঘ) আন্তর্জাতিক মুদ্রা নিধি (IMF) 

১০। বৌদ্ধিক সম্পত্তিৰ বেহা-বেপাৰৰ সৈতে সম্পর্কিত চুক্তি (TRIP) হৈছে বিশ্ব বাণিজ্য সংস্থা (WTO) ৰ এক চুক্তি যি- (TRIP is one of the WTO agreements that deal with)

(ক) কৃষিৰ বেহা-বেপাৰ সম্পৰ্কলৈ আহে (Trade in agriculture) 

(খ) সেৱাৰ বেহা-বেপাৰৰ সম্পৰ্কলৈ আহে (Trade in services) 

(গ) বেহা-বেপাৰৰ লগত সম্পর্কিত বিনিয়ােগ ব্যৱস্থাৰ সম্পৰ্কলৈ আহে (Trade related investment measures) 

(ঘ) কোনােটোৱে সম্পৰ্কলৈ নাহে। (None of these) 

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ 

১। ৰপ্তানি অনুজ্ঞাপত্র লাভ কৰোঁতে জড়িত হােৱা আনুষ্ঠানিকতাসমূহ আলােচনা কৰা। (Discuss the formalities involved in getting an export licence.) 

২। ৰপ্তানি উত্তীর্ণ পৰিষদৰ সৈতে পঞ্জীয়নভুক্ত হােৱাতাে কিয় আৱশ্যকীয়? (Why is it necessary to get registered with an export promotion council?) 

৩। আমদানি ৰপ্তানি সংকেত নম্বৰ কি? (What is IEC number?) 

৪। প্রাক জাহাজত বােজাইৰ বিত্ত যােগান কি? (What is pre-shipment finance?) 

৫। এখন ৰপ্তানি প্রতিষ্ঠানৰ বাবে প্ৰাক্ জাহাজত বােজাইৰ পৰিদৰ্শন কিয় আৱশ্যকীয়? (Why is it necessary for an export firm to go in for pre-shipment inspection?) 

৬। পণ্য সামগ্ৰীৰ আবকাৰী অনুমােদন প্রক্রিয়া চমুকৈ ব্যাখ্যা কৰা। (Discuss the procedure related to excise, clearance of goods.) 

৭। ৰপ্তানি পণ্যৰ সীমা শুল্কৰ অনুমােদন প্রক্রিয়াৰ চমু ব্যাখা দিয়া। (Explain briefly the process of custorns clearance of export goods.) 

৮। জাহাজৰ বহন পত্র কি? প্রৱেশ বিলৰ পৰা ই কেনেদৰে পৃথক? (What is bfll of lading ? How does it differ fror bill of entry?) 

৯। জাহাজৰ বিল কি? (What is shipping bill?) 

১০। অধিনায়কৰ ৰছিদৰ অৰ্থ ব্যাখা কৰা। (Explain the meaning of mate's receipt.) 

১১। ঋণৰ প্রত্যয় পত্র কি? এজন ৰপ্তানিকাৰীক এই পত্ৰৰ কিয় প্রয়ােজন হয়? (What is a letter of credit? Why doe8 an exporter need this document?) 

১২। ৰপ্তানিৰ বাবে মূল্য আদায়ত জড়িত প্রক্রিয়া আলােচনা কৰা। (Discuss the process involved in securing payment for exports.) 

১৩। তলত দিয়াবােৰ পার্থক্য দিয়া (Differentiate between the following) 

(ক) দর্শণী বিল আৰু স্বীকৃতি সাপেক্ষ বিল (Sight and usance drafts) 

(খ) জাহাজৰ বহন পত্ৰ আৰু আকাশীযানৰ বহন পত্র (Bill of lading and airway bill) 

(গ) জাহাজত পণ্য বােজাইৰ পূৰ্বৰ বিত্ত যােগান আৰু বােজাইৰ পিছৰ বিত্ত যােগান (Pre-shipment and post-shipment 

১৪। আমদানি লেনদেনৰ সম্পৰ্কত ব্যৱহৃত নিম্নোক্ত নথিপত্ৰসমূহৰ অৰ্থ বাখ্যা কৰা— (Explain the meaning of the following documents used in connection with import transactions) 

(ক) বেহা বেপাৰৰ অনুসন্ধান (Trade enquiry) 

(খ) আমদানি অনুজ্ঞাপত্র (Import licence 

(গ) জাহাজত বােজাইৰ জাননী (Shipment of advice) 

(ঘ) আমদানিৰ সাধাৰণ ঘােষণা পত্র (Import general manifest) 

(ঙ) প্রৱেশ বিল (Bill of entry) 

১৫। বিশ্ব বেংকৰ স্বীকৃতিপ্রাপ্ত প্রধান সংস্থাসমূহৰ তালিকা দিয়া। (List out major affiliated bodies of the World Bank) 

১৬। তলত দিয়াবােৰৰ চমুটোকা লিখা (Write short notes on the following) 

(ক) ভাৰতীয় বেহা-বেপাৰৰ প্রতিষ্ঠা/উত্তীৰ্ণৰ সংগঠন (ITPO) 

(খ) বিশ্ব বেংক (World Bank) 

(গ) বহুজাতিক/বহুপার্শ্বিক বিনিয়ােগ নিশ্চয়তা সংস্থা (MIGA) 

(ঘ) আন্তর্জাতিক মুদ্রা নিধি (IMF) 

দীর্ঘোত্তৰৰ প্রশ্নাবলী (Long Answer Questions)ঃ 

১। ভাৰতৰ 'ৰেখা পােছাক’ -এ অষ্ট্রেলিয়াৰ চুইফট আমদানি লিমিটেড’ৰ পৰা ২০০০ পুৰুষৰ পায়জামা ৰপ্তানিৰ ফৰমাছ লাভ কৰে। ৰেখা পােছাকে উক্ত ফৰমাছ কাৰ্যকৰী কৰাৰ বাবে কি পদ্ধতি অৱলম্বন কৰা প্রয়ােজন আলােচনা কৰা। (Rekha Garments has received an order to export 2000 men's trousers to Swift Imports Ltd. located in Australia. Discuss the procedure that Rekha Garments would need to go through for executing the export order.) 

২। তােমাৰ প্রতিষ্ঠানে কানাডাৰ পৰা বস্ত্র প্রস্তুত কৰা যন্ত্র আমদানি কৰাৰ পৰিকল্পনা কৰিছে। আমদানি পদ্ধতিটোত জড়িত পদ্ধতি বৰ্ণনা কৰা। (Your firm is planning to import textile machinery from Canada. Describe the procedure involved in importing.) 

৩। ৰপ্তানিকৰণ ব্যৱহৃত প্রধান দলিল/নথিপত্রসমূহ আলােচনা কৰা। (Discuss the principal documents used in exporting.) 

৪। দেশৰ ৰপ্তানি প্রতিষ্ঠা/উত্তীর্ণ কৰাৰ বাবে চৰকাৰে উত্থান ঘটোৱা বিভিন্ন উদগনি ব্যৱস্থা আৰু আঁচনিৰ তালিকা প্রস্তুত কৰা আৰু সেইবােৰ ব্যাখ্যা কৰে। (List and explain various incentives and schemes that the government has evolved. for promoting the country's export.) 

৫। দেশৰ বৈদেশিক বেহা-বেপাৰৰ উত্তীর্ণকৰণৰ বাবে চৰকাৰৰ দ্বাৰা প্রতিষ্ঠা কৰা বিভিন্ন সংগঠনৰ চিনাক্ত কৰা। (Identify various organisations that have been set up in the country by the government for promoting country's foreign trade.) 

৬। বিশ্ব বেংক কি? ইয়াৰ বিভিন্ন উদ্দেশ্যাৱলী আৰু ইয়াৰ স্বীকৃতিপ্রাপ্ত সংস্থাবােৰৰ ভূমিকা আলােচনা কৰা। (What is World Bank? Discuss its various objectives and role of its affiliated agencies.) 

৭। আন্তর্জাতিক মুদ্রানিধি কি? ইয়াৰ বিভিন্ন উদ্দেশ্যাৱলী আৰু কার্যাৱলী আলােচনা কৰা। (What is IMF ? Discuss its various objectives and functions.) 

৮। বিশ্ব বেহা-বেপাৰ সংগঠন/বিশ্ব বাণিজ্য সংস্থাৰ বৈশিষ্ট্য, গাঁথনি, উদ্দেশ্যাৱলীৰ ওপৰত বিতং টোকা লিখা। (Write a detailed note on features, structure, objectives and functioning of WTO.)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Type Himanku Bora



Post OID : DABP004236