বজাৰকৰণ | Marketing | Chapter 11 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions | 

অনুশীলনী 

😀 অতি চমু উত্তৰৰ প্ৰশ্নাৱলী (Very Short Answer Question)ঃ--

(১) পণ্য সামগ্ৰী আৰু সেৱাৰ বজাৰকাৰীৰ প্ৰতি পৰিচয়জ্ঞাপক চিহ্নৰ সুবিধাসমূহ ব্যাখ্যা কৰা । (Explain the advantages of branding to marketers of goods and services.)

(২) এক উত্তম / উন্নত পৰিচয়জ্ঞাপক নামৰ বৈশিষ্ট্যসমূহৰ তালিকা দিয়া । (List the characteristics of a good brand name.)

(৩) বজাৰকৰণৰ সমাজ সম্বন্ধীয় ধাৰণা কি ? (What is the societal concept of marketing ?)

(৪) সুবিধাজনক উৎপন্ন দ্ৰব্যৰ বৈশিষ্ট্যৰ তালিকা দিয়া (List the characteristics of convenience products.)

(৫)উপভোক্তা উৎপন্ন দ্ৰব্যৰ পেকেজিঙৰ সুবিধাসমূহ তালিকাভুক্ত কৰা । (Enlist the advantages of packaging of a consumer products.)

(৬) প্ৰৱৰ্তন আহিলা হিচাপে বিজ্ঞাপনকৰণৰ সীমাবদ্ধতাসমূহ কি কি ? তালিকা দিয়া । (What are the limitations of a advertising as a promotional tool ? Enlist)

(৭) শেহতীয়া অলপ কেইমাহত তুমি বা তোমাৰ পৰিয়ালে ক্ৰয় কৰা পাঁচবিধ ক্ৰয় কৰণীয় উৎপন্ন দ্ৰব্যৰ তালিকা দিয়া । (List five shopping products purchased by you or your family during the last few months.)


😊 চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Question)ঃ--

(১) বজাৰকৰণ কি ? পণ্য আৰু সেৱাৰ বিনিময় প্ৰক্ৰিয়াত ই কি কাৰ্যাৱলী সম্পাদন কৰে ? ব্যাখ্যা কৰা । (What is marketing ? What functions does if play with process of exchange of goods and services ? Explain .)

(২) বজাৰকৰণৰ উৎপন্ন দ্ৰব্যৰ ধাৰণা আৰু উৎপাদনৰ ধাৰণাৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between the product concept and production concept of marketing.)

(৩) উৎপন্ন দ্ৰব্য হৈছে উপযোগিতাৰ এক সমষ্টি । তুমি একমত নে ? মতামত দিয়া । (Product is a bundle of utilities ? Do you agree ? Comment.)

(৪) ঔদ্যোগিক উৎপন্ন দ্ৰব্যসমূহ কি কি ? উপভোক্তা দ্ৰব্যৰ পৰা এইবোৰ কেনেদৰে পৃথক ? ব্যাখ্যা কৰা । (What are industrial products ? How are they different from consumer products ? Explain.)

(৫) সুবিধাজনক দ্ৰব্য আৰু ক্ৰয় কৰণীয় দ্ৰব্যৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between concenience product and shopping product.)

(৬) 'উৎপন্ন দ্ৰব্য হৈছে স্পৰ্শনীয় আৰু অস্পৰ্শনীয় গুণৰ সমাহাৰ ।' আলোচনা কৰা । ('Products is a mixture of tangible and intangible attributes'. Discuss.)

(৭) উৎপন্ন দ্ৰব্যৰ বজাৰকৰণত সূচক পত্ৰকৰণৰ কাৰ্যাৱলী বৰ্ণনা কৰা । (Describe the functions of labeling in the marketing of products.)

(৮) ক্ষণস্থায়ী উপভোক্তা দ্ৰব্যৰ বিতৰণত মধ্যস্থকাৰীৰ ভূমিকা আলোচনা কৰা । (Discuss the role of intermediaries in the distribution of consumer non durable products.)

(৯) পণ্য বিতৰণত প্ৰণালী পছন্দ/বাছনী নিৰ্দ্ধাৰণকাৰী উপাদানসমূহৰ ব্যাখ্যা আগবঢ়োৱা । (Explain the factors determining choice of channels of distribution.)

(১০) পণ্য বিতৰণৰ উপাংশ/উপাদানসমূহৰ বিষয়ে চমু ব্যাখ্যা কৰা । (Explain briefly the components of physical distribution.)

(১১) বিজ্ঞাপনকৰণৰ সূত্ৰ/সংজ্ঞা দিয়া । ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি ? ব্যাখ্যা কৰা । (Define advertising. What are its main features ? Explain.)

(১২) উত্তীৰ্ণকৰণৰ মিশ্ৰণৰ উপাদান হিচাপে বিক্ৰী উত্তীৰ্ণকৰণ'ৰ ভূমিকা আলোচনা কৰা । (Discuss the role of 'sales promotion' as an element of promotion mix.)


😔 দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ--

(১) বজাৰকৰণৰ সংজ্ঞা দিয়া । বিক্ৰয়কৰণৰ পৰা ই কিদৰে পৃথক ? আলোচনা কৰা । (Define Marketing. How is it different from selling ? Discuss.)

(২) বজাৰকৰণ ধাৰণা কি ? পণ্য আৰু সেৱাৰ সাৰ্থক / সফল বজাৰকৰণত ই কিদৰে সহায় কৰে ? (What is the Marketing concept ? How does it help in the effective marketing of goods and services.)

(৩) বজাৰকৰণ মিশ্ৰণ কি ? ইয়াৰ প্ৰধান উপাদানসমূহ কি কি ? ব্যাখ্যা কৰা । (What is marketing mix ? What are it main elements ? Explain.)

(৪) উৎপন্ন দ্ৰব্যৰ পৃথকীকৰণত সৃষ্টি কৰাত পৰিচয়জ্ঞাপনে কি দৰে সহায় কৰে ? পণ্য আৰু সেৱাৰ বজাৰকৰণত বজাৰকৰণে সহায় কৰেনে ? আলোচনা কৰা । (How does branding help in Creating product differentiation ? Does it help in marketing of goods and services ? Discuss.)

(৫) পণ্য বা সেৱা এটাৰ দৰ নিৰ্দ্ধাৰণ কৰা উপাদানসমূহ কি কি ? ব্যাখ্যা কৰা । (What are the factors affecting detertmination of the price of a products or service ? Explain.)

(৬) 'বিতৰণ প্ৰণালী' বুলিলে তুমি কি বুজা ? পণ্য আৰু সেৱাৰ বিতৰণত প্ৰণালীবোৰে কি কি কাৰ্য সম্পাদন কৰে ? ব্যাখ্যা কৰা । (What do you mean by 'channels of distribution' ? What functions do they play in the distribution of goods and service ? Explain.)

(৭) উৎপন্ন দ্ৰব্যৰ বিতৰণত জড়িত প্ৰধান কাৰ্যসমূহ ব্যাখ্যা কৰা । (Explain the major activities involved in the physical distribution of products.)

(৮) 'বিজ্ঞাপনকৰণত কৰা ব্যয় এক সামাজিক অপব্যয় ।' উক্তিটোৰ সৈতে তুমি একমত নে ? আলোচনা কৰা । ('Expenditure on advertising is a social waste' Do you agree ? Discuss.)

(৯) বিজ্ঞাপণকৰণ আৰু ব্যক্তিগত বিক্ৰয়কৰণৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between advertising and personal selling.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Madhushmita Hazarika.