Chapter 1


মেট্ৰিক বা দশমিক পদ্ধতি, অনুপাত আৰু সমানুপাত, লাভ আৰু ক্ষতি, মিশ্ৰণ



প্ৰশ্নাৱলী [Exercises] :1 (A)

1. 1 মিটাৰ = 3.29 ফুট । ঘন্টাত 6 কিল'মিটাৰ বেগেৰে এজন মানুহ 6 ঘন্টা 30 মিনিট 20 চেকেণ্ডত কিমান দূৰ কাঢ়িব মাইলত প্ৰকাশ কৰা ।

(1 Meter = 3.29 feet. Express in miles the distance covered by a man in 6 hrs. 30 minutes and 20 seconds at the rate of 6 km. per hour.)


2. 1 মাইল =1600 মিটাৰ; 7.5 একৰত কিমান বৰ্গমিটাৰ আছে নিৰ্ণয় কৰা।

(1 mile =1600 metres; fine the number of square metres in 7.5 acres.)


3. এখন বৰ্গাকাৰ পথাৰৰ কালি 2.09 একক আৰু ইয়াৰ বাহু এটাৰ দীঘ 91.96 মিটাৰ । এক বৰ্গগজ কিমান বৰ্গমিটাৰ আছে নিৰ্ণয় কৰা ।

                                                                  [1 একক =4840 বৰ্গগজ ]

( The area of a square field is 2.09 acres and the length of its side is 91.96 metres. Determine the number of square meters in one square yard. Given l acre = 4840 sq. yd.)


4. যদি 1 মাইল = 1.6 কিল'মিটাৰ তেনেহ'লে 60,000 বৰ্গমিটাৰত কিমান একৰ নিৰ্ণয় কৰা । বৰ্গগজত প্ৰকাশ কৰিলে কিমান বৰ্গগজ হ'ব ?

(If 1mile = 1.6 km, then determine how many acres are there in 60,000 square meters. Find the no. of sq. yards if expressed in sq. yards.)


5. 4° ছেণ্টিগ্ৰড উষ্ণতাত 10 কিল'লিটাৰ বিশুদ্ধ পানীৰ ওজন মেট্ৰিক টনৰ প্ৰকাশ কৰা । [ 1 লিটাৰ বিশুদ্ধ পানীৰ ওজন ( 4° ছেণ্টিগ্ৰেড উষ্ণতাত ) 1 কিল'গ্ৰাম ]

(Express in metric tons the wright of 10 kiloliter pure water at the temperature of  4° centrigrade  is 1 kilogram.



6. 




7. 1 মাইল = 1.6 কি.মি. হ'লে 60,000 বৰ্গ মিটাৰৰ কিমান একক হ'ব নিৰ্ণয় কৰা ।

(1 mile = 1.6 km., find how many acres are there is 60,000 sq. m.)


8. যদি 1 কিল'গ্ৰাম = 2.205 পাউণ্ড হয় তেনেহ'লে 320 পাউণ্ডত কিমান কিল'গ্ৰাম হ'ব ?

(If 1 kg. = 2.205 pound, then how many kilograms are there in 320 pound ?)


9. দিয়া আছে যে 1 মিটাৰ = 39.37 ইঞ্চি । দেখুওৱা যে 8 কিল'মিটাৰ  = 5 মাইল (মোটামুটি) ।

(Given that 1 metre = 39.37 inches. Show that 8 kilometres = 5 miles (Approx.)


10. খালী ঠাই পূৰোৱা (Fill in the blanks) :

(i) 1 একক = ------- বৰ্গ গজ ।

(1 acre = ------ sq. yd.)


(ii) 1 হেক্টৰ = ------- বৰ্গ মিটাৰ ।

(1 hectre = ------- sq. m.) 


(iii) 1মাইল = ------- কি.মি.

(1 mile = ------- km.) 


(iv) 1 আৰ্ = ------- বৰ্গ মি. ।

(1 acre = ------- hectre.)


(v) 1 হেক্টৰ = ------- আৰ ।

(1 hectre = ------- are)


(vi) 1 মেট্ৰিক টন = ------- কুইণ্টল ।

( 1 metric ton = ------- quintals)


✶✶✶✶✶


প্ৰশ্নাৱলী [Exercises] : 1 (B)

1. x অৰ মান উলিওৱা ( Find the value of x)-

(a) 63:35 = x:100



2. যদি (a-b):(a+b) = 7:11, তেন্তে a:b নিৰ্ণয় কৰা ।

(If (a-b):(a+b) = 7:11, then fine a:b)

3. দুটা সংখ্যাৰ অনুপাত 3:4 আৰু যদি এই অনুপাতৰ প্ৰত্যেক পদৰ লগত 7 যোগ কৰা হয়, তেনেহ'লে নতুন অনুপাতটো 4:5 হয় । সংখ্যা দুটা নিৰ্ণয় কৰা ।

(The ratio of two numbers is 3:4 and if 7 is added to each term of ratio then the new ratio becomes 4:5. Determine the two numbers.)

4. বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ দুগুণ। 8 বছৰৰ পিছত বাপেক আৰু পুতেকৰ বয়সৰ অনুপাত 7:4 হ'লে পুতেকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা।

(The present age of a father is twice that of his son. If the ratio of the ages of the father and the son becomes 7:4 after 8 years, find the present age of the son.)

5. 18 টা বলধ গৰুৰে এটা নিৰ্দিষ্ট সময়ত 45 বিঘা মাটি চহাব পাৰি। 24 টা বলধেৰে সেই একে সময়তে কিমান মাটি চহাব পৰা যাব ?

(45 bighas of land can be tilled with 18 bullocks. How many bighas of land can be tilled with 24 bullocks within the same span of time?) 

6. 9 জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে। সেই কাম 12 জনে কিমান দিনৰ কৰিব; দিয়া আছে যে পিছৰ 12 জনৰ প্ৰতি 2 জনে আগত 9 জনৰ প্ৰতি 3 জনৰ সমানে কাম কৰিব পাৰে।

(9 men can do a piece of work in 20 days. In how many days 12 men will complete that work given that 2 men of the later 12 can do as much work as 3 men of the former 9 can do.)

7. এটা আলিবাটৰ 1 কিল'মিটাৰ দিনে 8 ঘণ্টাকৈ কাম কৰি 51 জন কৰি মানুহে 27 দিনৰ বান্ধি শেষ কৰিলে। দিনে 9 ঘণ্টাকৈ কাম কৰি 34 দিনৰ সেই আলিবাটটোৰ 8 কিল'মিটাৰ বান্ধিবলৈ কিমান মানুহ লাগিব ?

(51 men completed the construction of 1 kilometre of a road in 27 days by working  8 hours a day. How many men men will be needed to complete the construction of 8 kilometres of the road in 34 days if they work 9 hours a day?)

8. দিনে 8 ঘণ্টাকৈ কাম কৰি 51 জন মানুহে 27 দিনত 440 মিটাৰ দীঘল ৰাস্তা এটা বান্ধিব পাৰে । দিনে 9 ঘণ্টাকৈ কাম কৰি সেই ৰাস্তাটোৰ 1 কিল'মিটাৰ 17 দিনৰ বান্ধিবলৈ কিমানজন মানুহ লাগিব ।

(51 men can construct a road 440 metres long in 27 days by working 8 hours a day. How many men will be needed to complete the construction of 1 kilometer of that road in 17 days by working 9 hours a day ?) 

8. দিনে 8 ঘণ্টাকৈ কাম কৰি 51 জন মানুহে 27 দিনত 440 মিটাৰ দীঘল ৰাস্তা এটা বান্ধিব পাৰে ।

দিনে 9 ঘণ্টাকৈ কাম কৰি সেই ৰাস্তাটোৰ 1 কিল'মিটাৰ 17 দিনৰ বান্ধিবলৈ কিমানজন মানুহ লাগিব।

(51 men can construct a road 440 meters long in 27 days by working 8 hours a day. How many men will be needed to complete the construction of 1 kilometer of that road in 17 days by working 9 hours a day ?)


 



        10. এটা কাৰখানাত কাম কৰা মুহিহ, তিৰোতা আৰু ল'ৰাৰ অনুপাত 2:3:4, এজন মুনিহ, এজনী তিৰোতা আৰু এজন ল'ৰাৰ দৈনিক হাজিৰাৰ অনুপাত 5:3:2; যদি তাত 30 জন মুনিহ থাকে আৰু সকলো কৰ্মীৰ মুঠ দৈনিক হাজিৰা 405 টকা হয় তেনেহ'লে এজন মুনিহ, এজনী তিৰোতা আৰু এজন লৰা'ৰ দৈনিক হাজিৰা কিমান ?

(The ratio of men, women and boys working in a factory is 2:3:4. The ratio of daily wages of one man, one woman and boy is 5:3:2. If there are 30 men in factory and the daily wages of all the working is Rs. 405, then what is the daily wage of one men, one woman and one boy?)

11. দুটা নলীৰে চৌবাচ্চা এটা ক্ৰমে 20 আৰু  30 মিনিটৰ ভৰ্তি হয়। নলী দুটা একেলগে খুলি দিয়াৰ কিমান সময়ৰ পিছত নলীটো বন্ধ কৰিব লাগিব যাতে চৌবাচ্চাটো আৰু 10 মিনিটত ভৰ্ত্তি হ'ব পাৰে।

(Two taps can fill a cistern in 20 and 30 minutes respectively. Both the pipes being opened, find when the first pipe must be turned off so must so that the cistern may be filled in 10 minutes.)

12. এজন ঠিকাদাৰে 21 দিনত এটা কাম কৰি দিবলৈ 15 জন মানুহ নিয়োগ কৰিলে। 15 দিনত পিছত তেওঁ নতুনকৈ 9 জন মানুহ নিয়োগ কৰি কামটো সময়তকৈ 1 দিন আগেয়ে সম্পূৰ্ণ কৰিলে 1 নতুনকৈ মানুহ নিয়োগ নকৰা হ'লে তেওঁ  কামটো কিমান দিন পিছত শেষ কৰিলেহেঁতেন ?

(A contractor undertook to build a house in 21 days and engaged 15 men to do the work. After 15 days he found it necessary to engage 9 more men and he had finished it one day earlier. In how many days he would have completed the work if he and not engaged the additional men?

13. 500 টকা দিয়াৰ বন্দৱস্তত দুজন শ্ৰমিক কামত লগোৱা হ'ল। প্ৰথমজনে দিনে 3 ঘণ্টাকৈ 2 দিন কাম কৰে। দ্বিতীয়জনে দিনে 2 ঘণ্টাকৈ তিনি দিন কাম কৰে। যদি দ্বিতীয়জনৰ 3 ঘণ্টাৰ কাম প্ৰথমজনৰ 2 ঘণ্টাৰ কামৰ হয়, তেনেহ'লে টকাখিনি কিদৰে ভাগ কৰা হ'ব আৰু প্ৰত্যেকে কিমানকৈ পাব ?

(Two workmen a price of work for which for which they are to receive Rs. 500. One works for two days for days for 3 hours daily and the other 3 for 2 hours daily. The second does as much work in 3 hours as the first does in 2 hours. How should the entire amount be divided between the workmen and how much would each get?)

14. (i) যদি (if) x: 5: 8 = 2: y: 4, x আৰু y ৰ মান উলিওৱা (find x and y)।

(ii) যদি (if) a:b = 3:4 আৰু (and) c:b: = 2:5 হয়, তেন্তে a:c উলিওৱা (then find a:c)।

(iii) 0.9 আৰু 4.9 ৰ মধ্যসমানুপাতী নিৰ্ণয় কৰা।

(Fine the mean proportion of 0.9 and 4.9)  








নিজৰ নাম টো দি ঠই জাবা নহলে বিহিত ব্যৱস্থা লোৱা হ'ব



প্ৰশ্নৱলী [ Exercises] : 1 (c)

1. এজন মানুহে 50 টকাৰ এটা বস্তু কিনি 60 টকাত বিক্ৰী কৰে । তেওঁৰ শতকৰা লাভ নিৰ্ণয় কৰা । 

(A man buys an article at Rs. 50 and sells it  at Rs. 60, find the percentages profit)


2. এটা বস্তু 75 টকাৰ কিনি 25% লাভত বিক্ৰী কৰা হ'ল। বস্তুটোৰ বিক্ৰী মূল্য কিমান ?

(An article was bought for Rs. 75 and it was sold at a profit of 25%; What was its selling price?)


3. এজন পাইকাৰী বিক্ৰেতাই বেচা দামৰ ওপৰত 20% লাভত বস্তু এটা বিক্ৰী কৰে, যদি কিনা মূল্য 720 টকা হয়, তেন্তে বিক্ৰী মূল্য উলিওৱা।


 (A retailer sells an article at a profit of 20% on S.P.; if C.P.; is Rs. 720. find the S.P.)


4. এজন ফল-মূল বিক্ৰেতাই 150 টা আম বিক্ৰী কৰি 30 টা আমৰ বিক্ৰী মূল্য লাভ কৰে। তেওঁৰ শতকৰা লাভ নিৰ্ণয় কৰা।












(By selling 150 mangoes a fruit-seller gains the selling price of 30 mangoes. Find his gain per cent.)


5. উৎপাদনকাৰী, পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাই যথাক্ৰমে 10% 15% আৰু 25% লাভ কৰে । যদি এজন গ্ৰাহকে খুচুৰা বিক্ৰেতাৰ পৰা এটা কলম 12.65 টকাৰ কিনে, তেনেহ'লে কলমটোৰ উৎপাদিত মূল্য কিমান ?















(The producer, the wholeseller and the retailer make 10% 15% and 25% profits respectively. What is the production cost of a pen which a consumer busy from the retailer for Rs. 12.65 ?)


6. 750 টকাৰ বস্তু বিক্ৰী কৰি দামৰ ওপৰৰ 20% লোকচান হ'ল। বিক্ৰী মূল্যৰ ওপৰৰ 20% লাভ কৰিবলৈ হ'লে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব ?

(By selling an article at Rs. 750 a loss of 20% is made on the cost price. At what price should the article be sould in order that a again of 20% is made on the selling price?)


7. এজন মানুহে তেওঁৰ প্ৰথম বছৰৰ ব্যৱসায়ৰ তেওঁৰ মূলধনৰ ওপৰৰ 20% লাভ কৰে আৰু দ্বিতীয় বছৰত তেওঁৰ নতুন মূলধনৰ ওপৰৰ 20% লোকচান ভৰে। তেওঁৰ মুঠৰ ওপৰত লাভ হ'ল নে লোকচান হ'ল ? যদি তেওঁ প্ৰথম বছৰত 20% লোকচান ভৰি দ্বিতীয় বছৰত 20% লাভ কৰিলেহেঁতেন  তেতিয়া একেফলেই পোৱা গলহেঁতেন নে ?

(A person in the first year of his business makers a profit of 20% on his capital and in the second year sustains a loss of 20% on his new capital. Does he gain or lose in the long run? Would the result be the same had he lost 20% in the first year and gained 20% in the second year?)


8. যদি 25% ব্যৱসায়ী বাট্টা দিয়ে, তেনেহ'লে যিটো বস্তু গ্ৰাহকে 360 টকাৰ কিনে সেই বস্তুটোৰ তালিকামূল্য কিমান হ'ব ?

(If 25% trade discount is given then what would be the list price of a commodity which a consumer busy for Rs. 360?)





10. এটা বস্তুৰ লিখিত মূল্য বিক্ৰী মূল্যতকৈ 25% বেছি  আৰু কিনা মূল্য লিখিত মূলতকৈ 40% কম। বাট্টা আৰু লাভৰ হাৰ নিৰ্ণয় কৰা।

(The list price of an article is 25% above the S.P. and the C.P. is 40% below the list price. Find the rate of discount and profit.)

11. কোনো এটা বস্তুৰ তালিকা মূল্য যদি কিনা মূল্যৰ 35% ওপৰত নিৰ্ধাৰণ কৰা হয় আৰু তাক 15% বাট্টা দি বিক্ৰী কৰাত 73.75 টকা লাভ হয়, তেতিয়াহ'লে বস্তুতোৰ কিনামূল্য কিমান ?


( If the list price of article is fixed at 35% above the C.P. and if on allowing 15% discount  on the list price the article is sold at a profit of 73.75, what is the C.P. of the article ?)


12. কবীৰে বিজ্ঞাপিত মূল্যৰ ওপৰত 25% বিয়াজ সহ এটা বস্তু কিনিলে আৰু বস্তুটো 600 টকাত বিক্ৰী কৰি 10% লাভ কৰিলে । বস্তুটোৰ বিজ্ঞাপিত মূল্য কিমান ?

(Kabir busy an article at 25% discount on the list price and makes a profit of 10% by selling it Rs. 660. Find the list price.)


13. এজন চাইকেল বিক্ৰেতাই লিখিত মূল্যৰ ওপৰত 20% বিয়াজ দিয়াৰ পিছতো কিনা দামৰ ওপৰত 20% লাভ কৰে। যদি তেওঁ এখন চাইকেলত মুঠতে 240 টকা লাভ কৰে, চাইকেলখনৰ লিখিত মূল্য কিমান ?

(A bicycle agent allows 20% discount on his marked price and makes 20% profit on the outlay. What is the marked price of the bicycle on which he gains Rs. 240?)


14. খালি ঠাই পূৰোৱা (Fill in the blanks):

  


(ii)  কিনা দামৰ 10% লাভ = বেচা দামৰ ------- লাভ।

( 10% profit on cost price = -------- profit on selling price.)


(iii) বেচা দামৰ 20% লাভ = কিনা দামৰ ------- লাভ।

( 20% profit on selling price = ------- profit on cost price.) 





প্ৰশ্নাৱলী [Exercises] : 1 (D)


1. 10% পানী থকা 60 গেলন গাখীৰৰ সৈতে 20% পানী থকা 90 গেলন গাখীৰ মিহলি কৰা হ'ল। মিশ্ৰণৰ পানীৰ পৰিমাণ শতকৰা হিচাপত প্ৰকাশ কৰা।

(90 gallons of milk containing 20% water has been mixed with 60 gallons of milk containing 10% water. Express in percentages the quantity of water in the mixture.)

2. এজন ব্যৱসায়ীয়ে প্ৰতি কিলোগ্ৰামত 2.25 টকা, 2.40 টকা আৰু 2.70 টকা দৰৰ তিনিবিধ চাউল 5:4:1 অনুপাতত মিহলি কৰি বিক্ৰী কৰিলে। 25% লাভ কৰিবলৈ হ'লে প্ৰতি কিলোগ্ৰাম মিহলি চাউল কিমান টকাত বিক্ৰী কৰিব লাগিব ?

(A trader mixed and sold three varieties of rice each Rs. 2.25. Rs. 2.40, Rs. 2.70 per kg. respectively in the ratio 5:4:1. At what price should he sell kg. of mixed rice so to gain 25% ?)

3. এজন ব্যৱসায়ীয়ে দুই প্ৰকাৰৰ আটা এক প্ৰকাৰ প্ৰতি কিলোগ্ৰামত 1.75 টকাকৈ আৰু প্ৰকাৰ প্ৰতি কিলোগ্ৰামত 2.50 টকাকৈ বিক্ৰী কৰি ক্ৰমে 12% আৰু 20% লাভ কৰে। তেওঁ দুয়োবিধ 4:3 ত মিহলি কৰিলে। কি দামত মিশ্ৰিত আটা বিক্ৰী কৰিলে অতি কমেও 10% লাভ হ'ব ?

(A trader gained 12% and 20% by selling two varieties of ata at Rs. 1.75 and Rs. 2.50 per kg. respectively. He mixed the two varieties in the ratio 4:3. At what price should he sell a kg. of mixed ata so as to gain at lerast 10%.)

4. এটা জুলীয়া পদাৰ্থত পানী 20% আছে, আৰু আন এটাত 25% পানী আছে। দুয়োটা জুলীয়া পদাৰ্থ 5:3 ত মিহলি কৰিলে, মিশ্ৰণত পানীৰ পৰিমাণ কিমান হ'ব ?

(A liquid contains 20% water and another contains 25% water. If both the liquids are mixed in the ratio 5:3, then wath is the percentages of water in the mixture?)

5. গাখীৰ আৰু পানীৰ মিশ্ৰণ এটাৰ পৰিমাণ 50 গেলন। তাত 10% পানী আছে। মাশ্ৰণত কিমান পানী মিহলালে পানীৰ মুঠ পৰিমাণ 25% হ'ব ?

( The quantity of a mixture of milk and water is 50 gallons. The mixture contains 10% water. How much water is be added to the mixture so that the quantity of water becomes 25% in the new mixture?)

6. এজন চাউলৰ ব্যৱসায়ীয়ে প্ৰতি কিলোত 2.56 টকা আৰু 5.53 টকা দৰৰ দুবিধ চাউল মিহলি কৰিলে আৰু মিহলি চাউল প্ৰতি কিলো 3.41 টকা হিচাপে বিক্ৰী কৰি মুঠতে 10% লাভ কৰিলে। দুয়োবিধ চাউল তেওঁ কি অনুপাতত মিহলি কৰিছিল ?

(A rice dealer mixed two qualities of rice at Rs. 2.56 and Rs. 5.53 per kg. and sold the mixure at Rs. 3.41 per kg. and thereby made a profit of 10% on the outlay. In what proportion did he mix the two qualities of rice ?)

7. এজন ব্যৱসায়ীয়ে প্ৰতি কিলোত 5 টকা, 4 টকা, 3 টকা আৰু 2 টকা দৰৰ চাৰিবিধ চাউল 2: 3: 4: 7 অনুপাতত মিহলি কৰিলে। তেওঁ মুঠতে 25% লাভ কৰিবলৈ হ'লে প্ৰতি কিলো মিহলি চাউল কি দৰত বিক্ৰী কৰিব লাগিব ?

( A trader mixes 4 kinds of rice which cost him Rs. 5, Rs. 4, Rs. 3, and Rs. 2 per kg. respectively, in the ratio 2: 3: 4: 7. Find at what price per kg. he must sell the mixture so as to agin 25% on the whole?)

8. দুই ধৰণৰ চাহপাত মিহলি কৰোঁতে 2% চাহপাত নষ্ট হয়। প্ৰতি কিলোগ্ৰামত 60  টকা আৰু 45 টকা দৰৰ দুবিধ চাউল এজন ব্যৱসায়ীয়ে কি অনুপাতত মিহলাই মিশ্ৰিত চাউল প্ৰতি কিলোগ্ৰাম 62.50 টকাকৈ বেছি 25% লাভ কৰিব পাৰিব ?

(While mixing 25% is wasted. In what proportion must a dealer mix two grades of tea which cost him Rs.60 and Rs.45 per kg. respectively so as to gain 25% by selling the mixture at Rs.62.50 per kg. ?)


9. দুটা পাত্ৰত গাখীৰ আৰু পানী মিহলি মিশ্ৰণ আছিল। প্ৰথমটোত গাখীৰ আৰু পানীৰ অনুপাত 5:1 দ্বিতীয়টোত 9:1 ; এতিয়া কি অনুপাতত পাত্ৰ দুটাৰ মিশ্ৰণ মিহলি কৰিলে নতুন মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত 8 : 1 হ'ব ?

(Two vessels contained mixtures of milk and water. The ratio of milk and water in the first vessel was 5 : 1 and that in the second was 9 : 1. Now at what ratio the mixtures in the two vessels is to be mixed so that in the new mixture the ratio of milk and water becomes  8 : 1 ?)


10. তিনিটা সমান গিলাচ, স্পিৰিট আৰু পানীৰ মিশ্ৰণেৰে ভৰোৱা হৈছিল। প্ৰথম, দ্বিতীয় আৰু তৃতীয় গিলাচৰ স্পিৰিট আৰু পানীৰ অনুপাত ক্ৰমে 1:2:2:3 আৰু 4:5 । এতিয়া তিনিওটা গিলাচৰ মিশ্ৰণ এটা ডাঙৰ পাত্ৰত ভৰোৱা হ'ল। ডাঙৰ পাত্ৰটোত স্পিৰিট আৰু পানীৰ অনুপাত কিমান উলিওৱা।

(Three similar glasses were filled in with spirit and water. The ratio of spirit and water in the first, second and third glass was 1:2:2:3 and 4:5 respectively. The mixtures of the three glasses were kept in a big vessel. Find the ratio of spirit and water in the big vessel.)


11. দুটা পাত্ৰত থকা গাখীৰ আৰু পানীৰ মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত যথাক্ৰমে 2:3 আৰু 4:3 । দুয়োটা মিশ্ৰণৰ পৰা মিশ্ৰণ লৈ কি অনুপাতত মিহলালে নতুন মিশ্ৰণত গাখীৰ আৰু পানীৰ পৰিমাণ সমান হ'ব ?

(The ratio of milk and water in a mixture of milk and water in two vessels are 2:3 and respectively. At what ratio the mixture from the two vessels is to be mixed so that in the new mixture the quantity of milk and water becomes equal ?)

[ ইংগিত : বিবিধ উদাহৰণৰ 3 নং অংকৰ আৰ্হিত কৰিব লাগে। ইয়াত, মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত = 1:1 ]


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type : Himashree Bora.