ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

অনুশীলনী

A. শুদ্ধ উত্তৰ বাছি উলিওৱা (Multiple Choice & Questions)ঃ 

1. তলত উল্লেখিত কোনটো ব্যৱসায়িক কার্যৰ অন্তৰ্গত নহয় (Which of the following doesnot include as a function of business)- 

(a) দৰমহা আৰু মজুৰী (Salary and wages), 

(b) বিপদশংকা সৃষ্টি (Presence of Risk), 

(c) দ্ৰব্য আৰু সেৱাৰ বিনিময় বা ক্রয়-বিক্রয় (Sale or exchange of goods and services). 

2. উদ্যোগৰ প্ৰকাৰ বিভাজনৰ অনুসৰি তেল শােধনাগাৰ আৰু চেনীল কোন শ্রেণীৰ উদ্যোগ (Which of the broad categories of industries covers the Oil Refinery and Sugar Mills)-

(a) প্রাথমিক (Primary), 

(b) গৌণ (Secondary), 

(c) সেৱামুলক (Service), 

(d) কোনটো নহয় (Non of them). 

3. তলত উল্লেখিত কোনটো অনুষংগিক ব্যৱসায় নহয় (Which of the following cannot be classified as an auxilliary to trade)-

(a) খনিজ (Mineral), 

(b) বীমা (Insurance), 

(c) পৰিবহন (Transportation), 

(d) পণ্যগাৰ (warehousing). 

4. নিম্ন উল্লেখিত বিষয়বােৰৰ ভিতৰত কোনটো অনা-অর্থনৈতিক কার্যকলাপ (Which of the following is an un-economic activities)-

(a) শিক্ষকে শিক্ষাদান কৰা (Teaching of Teacher), 

(b) পেশাদাৰী খেলুৱৈ (Proffessional Player), 

(c) দ্রাইভাৰে গাড়ী চলােৱা (driving of motor by driver), 

(d) ধর্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা (Holding of Religious function) 

5. যিসকল ব্যক্তিয়ে দৰমহা বা মজুৰীৰ বিনিয়মত অন্য ব্যক্তিলৈ সেৱা আগবঢ়োৱা কাৰ্যটোক (The occupation in which people work for others and get remunerated in retain known as)-

(a) ব্যৱসায় (Business), 

(b) নিযুক্তি (Employment), 

(c) বৃত্তি (Profession), 

(d) কোনােটো নহয়। (Non of them). 

6. যিবিলাক উদ্যোগে অন্য উদ্যোগৰ সহায়ক হিচাপে সেৱা আগবঢ়ায়, তেনে উদ্যোগৰ নাম হৈছে ( The industries which provide support services to other industries known are known as) 

(a) প্রাথমিক উদ্যোগ (Primary industry), 

(b) গৌণ উদ্যোগ (Secondary industry), 

(e) বাণিজ্যিক উদ্যোগ (Commercial industry), 

(d) সেৱামুলক উদ্যোগ (Service industry),

7. নিম্ন উল্লেখিত বিষয়বোৰৰ ভিতৰত কোনটো ব্যৱসায়ৰ উদ্দেশ্য হিচাপে শ্ৰেণীকৰণ কৰিব নোৱাৰি (Which of one following cannot be classified as an objective of business)-

(a) বিনিয়োগ (Investment),

(b) উৎপাদন কাৰ্য (Productivity),

(c) নতুনত্ব (Innovation),

(d) লাভ আৰ্জন (Profit earnings).

8. ব্যৱসায়ৰ বিপদশংকাৰ উদ্ভৱ নোহোৱা কাৰণ হৈছে (Business risk is not likely to arise due to)-

(a) চৰকাৰী নীতিৰ পৰিবৰ্তন (Change of Government Policy,

(b) দক্ষ পৰিচালনা, 

(c) অসাধু কৰ্মচাৰী (Employee dishonesty),

(d) বিদ্যুতৰ বিজুতি (Power failure).

Answer: 1.(d); 2.(a); 3.(a); 4.(b); 5.(d); 6.(a); 7.(b)

B. চমুকৈ উত্তৰ দিয়া (সর্বোচ্চ নম্বৰ–২) Short questions for 2 marks 

(কেৱল চাৰি শাৰী বাক্যৰে উত্তৰ দিবা) 

1. মানুহৰ কার্যকলাপ কেইভাগত বিভক্ত কৰিব পাৰি? (In how many parts activities of a man can be divided? 

2. অর্থনৈতিক কার্যকলাপ মানে কি? (What is an economic activity) 

3. অনা-অর্থনৈতিক কার্যকলাপ মানে কি? (What is non-economic activity?) 

4. অর্থনৈতিক কার্যকলাপৰ মূল উদ্দেশ্য কি কি? (What are the principal objectives of economic activi- ties) 

5. অনা অর্থনৈতিক কার্যকলাপৰ সংজ্ঞা দিয়া। (Give definition of non-economic activities) 

6. অর্থনৈতিক কার্যকলাপসমূহ কেনেদৰে বিভাজন কৰিবা? (How do you classify economic activities?) 

7. কর্মৰ ভিত্তিত অর্থনৈতিক কার্যকলাপ ভাগকেইটা কি কি? (What are sub division of economic activities an the basis of work? 

8. উৎপাদন মূলক কার্যকলাপ মানে কি বুজা? (What do you understand by production activities?) 

9. বৃত্তি শব্দটো ব্যাখ্যা কৰা। (Explain the term profession) 

10. নিয়ােগ বা চাকৰি মানে কি বুজা? (What do you mean by employment?) 

11. ব্যৱসায়ৰ সংজ্ঞা দিয়া (Define the ten business) 

12. ব্যৱসায়ৰ উদ্দেশ্য কি? (What is the objectives of business) 

13. বিভিন্ন প্রকাৰৰ অর্থনৈতিক কার্যকলাপবােৰ উল্লেখ কৰা। (State the different types of economic activities) 

14. ব্যৱসায়ক কিয় এটা অর্থনৈতিক কার্যকলাপ হিচাপে গণ্য কৰা হয়? (Why is business is considered an economic activity) 

15. ব্যৱসায়ৰ উদ্দেশ্যৰ গুৰুত্বপূৰ্ণ দিশ কোনটো? (Which on one important objective of business) 

16. ব্যৱসায়ৰ ধাৰণাটো বাখ্যা কৰা। (Explain the concept of business) 

17. বিভিন্ন প্রকাৰৰ ব্যৱসায়িক কার্যবিলাক বিভাজন কৰি উল্লেখ কৰা। (Mention the various types of business activities) 

18. বিভিন্ন প্ৰকাৰৰ উদ্যোগবিলাক কি কি? (What are the various types of industry) 

19. ব্যৱসায়ৰ সহায়ক হিচাপে দুটা ব্যৱসায়িক কার্য বাখ্যা কৰা। (Explain any two business activities which are auxiliaries to trade) 

20. ব্যৱসায়ত লাভ আর্জনৰ ভূমিকা কি? (What is the role of profit in business)

21. ব্যৱসায়ৰ বিপদশংকাৰ প্রকৃতি কি? (What is the nature of business risk) 

22. ব্যৱসায়িক কার্যকলাপ মানে কি? (What is business activity?) 

23. ব্যৱসায়িক কার্যকলাপৰ দুটা বৈশিষ্ট্য লিখা। (Write two features of business activities) 

24. কার্যাৱলীৰ ভিত্তিত ব্যৱসায়িক কার্যকলাপৰ বিভাজনটো উল্লেখ কৰা। (Mention the classification of busi-ness activities on the basis of function.

25. ভােক্তাৰ দ্ৰব্যৰ অর্থ কি? দুবিধ ভােত্তাৰ দ্ৰব্যৰ নাম লিখা। (What is consumer goods? Write the name of any two consumer goods.) 

26. ভােজাৰ স্থায়ী দ্রব্য মানে কি? দুবিধ দ্ৰব্যৰ নাম উল্লেখ কৰিবা। (What is consumer durables goods? Write the name of any two of such goods.) 

27. মূলধনী দ্রব্য আৰু মাধ্যমিক ভােক্তাৰ দ্ৰব্য অর্থ কি? (What is the meaning of capital goods and Inter mediate consumer goods?) 

28. ব্যৱসায়ৰ প্রধান কার্যকলাপবিলাক কি কি? (What are the main business activities?) 

29. উদ্যোগৰ সংজ্ঞা লিখা। (Write the definition of Industry) 

30. উদ্যোগৰ দুটা বৈশিষ্ট্য লিখা। (Write two features of Industry) 

31. উদ্যোগৰ শ্রেণী বিভাজন কৰি দেখুউৱা। (Give the classification of industry) 

32. বিভিন্ন প্রকাৰৰ প্রাথমিক উদ্যোগবােৰ কি কি? (What are the various types of primary Industry) 

33. বিভিন্ন প্রকাৰৰ গৌণ উদ্যোগবোেৰ কি কি? (What are the various types of Secondary Industry) 

34. সেৱামূলক উদ্যোগৰ দুটা উদাহৰণ লিখা। (Write two example of service or tertiary industry) 

35. বাণিজ্য মানে কি? (What is commerce?) 

36. বাণিজ্যৰ মুখ্য উদ্দেশ্য কি? (What is the main object of business?) 

37. বেহা-বেপাৰৰ অৰ্থ লিখা। (Write the meaning of trade) 

38. বিভিন্ন প্ৰকাৰৰ বেহা-বেপাৰৰ নাম লিখা। (Write the names of different types of trade) 

39. বেহা-বেপাৰৰ চাৰিটা আনুষংঙ্গিক বা সহায়ক উল্লেখ কৰা। (Name any four aids to trade) 

40. সেৱা বা ব্যৱসায়ৰ সহায়ক কাৰ্যৰ মানে কি? (What is the meaning of service or aids to trade?) 

41. ব্যৱসায়লৈ আগবঢ়োৱা পাঁচবিধ সেৱাৰ নাম উল্লেখ কৰা। (Mention the name of give services to the business). 

C. ৰচনাত্মক প্রশ্ন (Long Answer/Essay Type)ঃ 

1. অর্থনৈতিক আৰু অনা অর্থনৈতিক কার্যকলাপৰ মাজত থকা চাৰিটা পার্থক্য লিখা। (Write any four differ ences between economic and non-economic activities) 

2. জীৱিকাৰ আধাৰত অর্থনৈতিক কার্যকলাপৰ বিষয়ে চমুকৈ লিখা (Write in briefly an occupation based economic activities). 

3. বৃত্তি মানে কি? বৃত্তিৰ বৈশিষ্ট্য কেইটা উল্লেখ কৰা। (What is profession? Mention the characteristics of profession) 

4. চাকৰি বা নিয়ােগৰ বৈশিষ্ট্য বিলাক চমুকৈ ব্যাখ্যা কৰা। (Explain in short in the characteristic of employ-ment) 

5. ব্যৱসায় আৰু বৃত্তিৰ মাজত পার্থক্য দেখুওৱা। (Give differences between business and profession.) 

6. ব্যৱসায় আৰু চাকৰি বা নিয়ােগৰ মাজত থকা পার্থক্যবােৰ লিখা। (Distinguish between employment and business)

7. আর্থিক কার্যসমূহ কেনেদৰে বিভক্ত কৰিবা? বিভিন্ন প্রকাৰৰ আর্থিক কার্যসমূহৰ চমুকৈ ব্যাখ্যা কৰা। (How would you classify economic activities? Explain briefly different types of economic activities.) 

8. ব্যৱসায়ক কিয় অর্থনৈতিক কার্যকলাপ বুলি কোৱা হয়? ব্যাখ্যা কৰা। (Explain, why business is regarded as an economic activities) 

9. ব্যৱসায়, বৃত্তি আৰু নিয়ােগ বা চাকৰিৰ মাজত তুলনা কৰা। (Compare between business, profession and employment.) 

10. ব্যৱসায়ৰ সংজ্ঞা দিয়া। ব্যৱসায় প্রকৃততে অর্থনৈতিক কার্যকলাপনে? ব্যাখ্যা কৰা। (Define business . Is busi ness truly an economic activity? Explain.) 

11. ব্যৱসায়ৰ বৈশিষ্ট্য বাখ্যা কৰা। (Explain the characteristics of business) 

12. উদাহৰণ সহ বিভিন্ন প্রকাৰৰ উদ্যোগৰ বিষয়ে ব্যাখ্যা কৰা। (Explain with examples the various type of industry) 

13. বাণিজ্যৰ লগত সম্পর্ক থকা কার্যবিলাক বাখ্যা কৰা। (Explain the activities relating to Commerce) 

14. ব্যৱসায়ৰ বিপদশংকাৰ ধাৰণাটো আৰু ইয়াৰ কাৰণ ব্যাখ্যা কৰা। (Explain the concept of business risk and causes) 

15. ব্যৱসায় এটা আৰম্ভ কৰিবৰ বাবে কি কি উপাদানৰ বিষয়ে বিবেচনা কৰিব লাগে? চমুকৈ ব্যাখ্যা কৰা। (What are the factors to consider for starting a business? Explain in brief) 

Project/Assignment: 

1. তােমাৰ অঞ্চলত থকা এটা ব্যৱসায়িক প্রতিষ্ঠান বাছি লােৱা। এই ব্যৱসায়টোৱে সন্মুখীন হােৱা বিভিন্ন প্রকাৰৰ বিপদ শংকাবিলাক কি কি আৰু সিবিলাক কেনেকৈ নিষ্পত্তি কৰা হয় সেই বিষয়ে বিচাৰ কৰি চোৱা। (Choose a locally operated trading or business unit. Find out the kind of risk it faces in business and the why it deals with them) 

2. এটা স্থানীয় ব্যৱসায়িক প্রতিষ্ঠান নির্বাচন কৰি ইয়াৰ স্থাপনৰ উদ্দেশ্যবিলাক বাছি লােৱা। কোন বিলাক ব্যৱসায়িক উদ্দেশ্য বাছি লােৱা ব্যৱসায়ত নাই আৰু কিয় নাই সিবিলাকৰ এটা টোকা প্রস্তুত কৰা। (Select a local business entreprise and find out the objective it pursues. Prepare a note why it does not pursue the other objectives)

Type Himanku Bora



Post ID : DABP003802