সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ




 নীলমনি  ফুকন  (১৮৮০ -১৯৭৮-ৰ ডিব্ৰুগঢ় জিলাত জন্ম  হয়।পিতৃ লম্বোদৰ খাৰঘৰীয়া ফুকন।স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত,কটন কলেজত এফ এ আৰু কোচবিহাৰ পৰা বি  এ আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰে।জৰ্জ  ইন্সষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক আৰু পিছলৈ চাহবাগিচাৰ ব্যৱসায়ী।কংগ্ৰচত যোগ দি বিধানসভাৰ সদস্য হয়।সাহিত্য কৃতি হল-'সাহিত্য-কলা ''চিন্তমনি ''জ্যোতিকণা'' মানসী সন্ধানী।আলোচনী আৰু 'ন-জোন' কাকত সম্পাদক ।অসমৰ সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশন সভাপতিৰ অসন শুৱনিকৰে।

       পাঠটিয়ে সময় সম্পৰ্কে সচেতনতাৰ ভাব সৃষ্টি কৰিবলৈ আৰু তাৰ উচিত ব্যৱহাৰ সম্পৰ্কে শুদ্ধ জ্ঞান দিবলৈ সক্ষম হ'ব। বিভিন্ন ধৰ্ম সম্পৰ্কে কিছু আভাস,প্ৰকৃতি জগতৰ পৰিবৰ্তনৰ প্ৰতিসজাগতা লগতে প্ৰণীজগতৰ আচৰিত সম্পৰ্কে কিছু আভাদ, অতীতত সময় সম্বন্ধে ধাৰণা ইত্যাদি দিশৰ পৰা সময়ত মুল্যায়ন কৰাত সহায় কৰিব।লগতে বিজ্ঞানৰ আৱিষ্কাৰ,জ্যামিতি ,বুৰজ্ঞী সম্বন্ধেও জ্ঞান আহৰণ কৰাত সহায় কৰিব।ইয়াৰ উপৰিও জতুৱা-ঠাঁচ আৰু যোজনাৰ বিষয়েও জানিব পাৰিব।