সংগঠনকৰণ | Organising | Chapter 5 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions |

অনুশীলনী 
😀 বহু পছন্দযুক্ত প্ৰশ্নাৱলী (Multiple choice question)ঃ--

(১) তলৰ কোনটো প্ৰতিনিধি নিয়োগ / কৰ্তৃত্ব অৰ্পণৰ উপাদান নহয় ? (Which of the following is not an element of delegation?)
(ক) জবাবদিহিতা / ব্যাখ্যাসাধ্য বা উত্তৰসাধ্য দায় (Accountability)
(খ) কৰ্তৃত্ব (Authority)
(গ) দায়িত্ব (Responsibility)
(ঘ) অনানুষ্ঠানিক সংগঠন (Informal organisation)

(২) কৰ্মত মিলা-মিচাৰ ফলত স্বতস্ফূৰ্তভাৱে উদ্ভৱ হোৱা সামাজিক সম্পৰ্কৰ জালিকাক কোৱা হয় (A network of social relationship that arise spontaneous due to interaction at work is called:)
(ক) আনুষ্ঠানিক সংগঠন (Formal organisation)
(খ) অনানুষ্ঠানিক সংগঠন (Informal organisation)
(গ) বিকেন্দ্ৰীকৰণ (Decentralisatin)
(ঘ) প্ৰতিনিধি নিয়োগকৰণ / কৰ্তৃত্ব অৰ্পণ (Delegation)।

(৩) তলৰ কোনটোৱে কৰ্তৃত্বৰ শিকলি অনুসৰণ নকৰে ? (Which of the following does not fallow the scalar chain ?)
(ক) কাৰ্যকৰীকৰণ / ক্ৰিয়াত্মক গাঁথনি (Functional structure)
(খ) বিভাজনমূলক / বিভাগমূলক গাঁথনি (Divisional structure)
(গ) আনুষ্ঠানিক সংগঠন (Formal organisation)
(ঘ) অনানুষ্ঠানিক সংগঠন (Informal organisation)

(৪) নিদিৰ্ষ্ট উচ্চতাৰ গাঁথনিত আছে (A tall structure has a)
(ক) ঠেক পৰিচালনা প্ৰসাৰ (Narrow span of management)
(খ) ব্যাপক/ বহল পৰিচালনা প্ৰসাৰ (Wide span of management)
(গ) প্ৰসাৰ শূন্যতাৰ পৰিচালনা (No span of management)
(ঘ) অল্প স্তৰৰ পৰিচালনা (Less levels of management)

(৫) কেন্দ্ৰীকৰণে বুজায় (Centralisation refers to)
(ক) সিদ্ধান্ত গ্ৰহণ কৰ্তৃত্বৰ ৰক্ষণক (Retention of decision making authority)
(খ) সিদ্ধান্ত গ্ৰহণ কৰ্তৃত্বৰ বিস্তাৰণক (Dispersal of decision making authority)
(গ) লাভ কেন্দ্ৰ হিচাপে বিভাজন সৃষ্টি কৰাক (Creating divisions as profit centers)
(ঘ) নতুন কেন্দ্ৰ বা শাখা খোলাক (Opening new centers or branches)

(৬) কৰ্তৃত্ব অৰ্পণ ফলপ্ৰসূ হ'বলৈ হ'লে দায়িত্বৰ সৈতে সংলগ্ন হৈ থকা আৱশ্যক (For delegation to be effective it is essential that responsibility be accompanied with necessary)
(ক) কৰ্তৃত্ব (Authority)
(খ) মানৱ শক্তিৰ (Manpower) 
(গ) উদগনি / প্ৰেৰণাৰ (Incentives)
(ঘ) প্ৰতিষ্ঠাৰ (Promotions)

(৭) পৰিচালনাৰ প্ৰসাৰে বুজায় (Span of management refers to)
(ক) পৰিচালকৰ সংখ্যাক (Number of managers)
(খ) যি কাৰ্যকালৰ বাবে পৰিচালক নিযুক্ত কৰা হয় তাৰ দৈৰ্ঘতাক (Length: of term for which a manager is appointed)
(গ) জ্যেষ্ঠ এজনৰ অধীনস্থসকলৰ সংখ্যাক (Number of subordinates under a superior)
(ঘ) শীৰ্ষ পৰিচালনাত সদস্যৰ সংখ্যাক (Number of members in top management)

(৮) সংগঠনৰ যি ৰূপে জনৰৱৰ উত্থান ঘটায় তাক কোৱা হয় (The form of organisation known for giving rise to rumors is called.)
(ক) কেন্দ্ৰীকৃত সংগঠন (Centralised organisation)
(খ) বিকেন্দ্ৰীকৃত সংগঠন (Decentralised organisation)
(গ) অনানুষ্ঠানিক সংগঠন (Informal organisation)
(ঘ) আনুষ্ঠানিক সংগঠন (Formal organisation)

(৯) উৎপন্ন দ্ৰব্যৰ ৰৈখিকভিত্তিক কাম-কাজৰ সমষ্টিকৰণ/ গোটকৰণ হৈছে (Grouping of activities on the basis of product lines is a part of)
(ক) অৰ্পিত (কৰ্তৃত্ব) সংগঠনৰ অংশ (Delegated organisation)
(খ) বিভাজনমূলক সংগঠনৰ অংশ (Divisional organisation)
(গ) কাৰ্যমূলক সংগঠনৰ অংশ (Functional organisation)
(ঘ) স্বতন্ত্ৰিক সংগঠনৰ অংশ

(১০) কাৰ্যাৱলীৰ ভিত্তিত কাম-কাজৰ সমষ্টিকৰণ/ গোটকৰণ হৈছে (Grouping of activities on the basis of ? is a part of)
(ক) বিকেন্দ্ৰীকৃত সংগঠনৰ অংশ (Decentralised organisation)
(খ) বিভাজনমূলক সংগঠনৰ অংশ (Divisional organisation)
(গ) কাৰ্যমূলক সংগঠনৰ অংশ (Functional organisation)
(ঘ) কেন্দ্ৰীকৃত সংগঠন (Centralised organisation)

😍 চমু ধৰণৰ উত্তৰ (Short Answer Type)
(১) 'সংগঠনকৰণ'ৰ সংজ্ঞা দিয়া । (Define 'Organising' ?)
(২)সংগঠনকৰণ প্ৰক্ৰিয়াৰ পৰ্যায়বোৰ কি কি ? (What are the steps in the process of organising ?)
(৩)কৰ্তৃত্ব অৰ্পণৰ উপাদানবোৰ আলোচনা কৰা । (Discuss the elements of delegation.)
(৪) কি কি অৱস্থা/ পৰিস্থিতিত কাৰ্যমূলক গাঁথনি উপযুক্ত বাছনি হিচাপে প্ৰমাণিত হয় । (Under what circumstances would functional structure provcs to be an appropriate choice ?)
(৫) বিভাজনমূলক গাঁথনি প্ৰদৰ্শন কৰি এক চিত্ৰ আঁকা । (Draw a diagram depicting a divisional structure.)
(What does the term 'Span of management' refer to ?)
(৬) বৃহৎ আকাৰযুক্ত সংগঠন এটা সম্পূৰ্ণৰূপে কেন্দ্ৰীকৃত বা সম্পূৰ্ণৰূপে বিকেন্দ্ৰীকৃত হ'ব পাৰেনে ? মত  আগবঢ়োৱা । (Can a large sized organisation be totally centralised of decentralised ? Give your opinion.)
(৭) 'বিকেন্দ্ৰীকৰণ হৈছে নিম্নতম স্তৰলৈকে কৰ্তৃত্ব অৰ্পণৰ সম্প্ৰসাৰকৰণ ।' মতামত দিয়া । (Decentralisation is extending delegation to the lowest level Comment.)

👩 দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long answer questions)
(১) ফলদায়ক সংগঠনকৰণৰ বাবে কৰ্তৃত্ব অৰ্পণক কিয় অত্যাৱশ্যকীয় বিবেচনা কৰা হয় ? (Why is delegation considered)
(২) বিভাজনমূলক গাঁথনি কি ? ইয়াৰ সুবিধাসমূহ আৰু সীমাবদ্ধতাসমূহ আলোচনা কৰা । (What is a divisional structure ? Discuss its advantages and limitations)
(৩) বিকেন্দ্ৰীকৰণ এক ঐচ্ছিক কৰ্মনীতি । এটা সংগঠনে কিয় বিকেন্দ্ৰীকৃত হ'বলৈ বাছনি/পছন্দ কৰিব ব্যাখ্যা কৰা । (Decentralisation is an, optional policy. Explain why an organisation would choose to be decentralised.) 
(৪)অনানুষ্ঠানিক সংগঠনে আনুষ্ঠানিক সংগঠনক কেনেদৰে সমৰ্থন যোগায় ? (How does informal.-. organisation support the formal organisation ?)
(৫)কেন্দ্ৰীকৰণ আৰু বিকেন্দ্ৰীকৰণৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between centralisation and decentralisation.)
(৬) কাৰ্যমূলক গাঁথনি এটা বিভাজনমূলক গাঁথনিৰ পৰা কেনেদৰে পৃথক ? (How is a funcitional structure different from a divisional structure)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Type: Madhushmita Hazarika