বাস্তৱবাদ

প্ৰশ্নাৱলী

Short Questions:

চমু প্ৰশ্নঃ

1. Which theory holds that the object of knowledge exist independently of the knowing mind?

কোন মতবাদ অনুসৰি জ্ঞেয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে?

2. ________ is the theory which holds that the objects of knowledge exist independently of the knowing mind. (Idealism/ Realism/ Nominalism) (Major 2011)

________ তত্ত্বটোৱে কয় যে জ্ঞেয়বস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে (ভাববাদ বাস্তৱবাদ নামবাদ)

3. Realism is divided into four kinds. (Write Tr5ue or False) (Pass 2014)

বস্তুবাদৰ চাৰি প্ৰকাৰত ভাগ কৰা হৈছে। (সঁচা নে মিছা লিখা)

4. The relation between knower and the known is external/ internal in realism.

বাস্তৱবাদত জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক হ'ল বাহ্যসম্পৰ্ক/ আন্তৰসম্পৰ্ক। 

5. Russell is a realist/ idealist philosopher. (Major 2013) 

ৰাছেল এজন বাস্তৱবাদী/ ভাববাদী দার্শনিক। 

6. Name one contemporary realist philosopher. (Major 2014) 

এজন সমকালীন বাস্তৱবাদী দার্শনিকৰ নাম লিখা। 

7. Russell is not a realist philosopher. Is it true? (Major 2012) 

ৰাছেল বাস্তৱবাদী দার্শনিক নহয়। এইটো সত্য নে? 

8. Realism admits/ denies the primacy of the mind. (Major 2013) 

বাস্তৱবাদ মনৰ প্রাধান্য স্বীকাৰ/ অস্বীকাৰ কৰে। 

9. Name the theory which states that the external world does not depend upon knowing mind. 

বাহ্যবস্তুৰ অস্তিত্ব জ্ঞাতামনৰ ওপৰত নিৰ্ভৰ নকৰা বুলি কোৱা মতবাদটোৰ নাম কি? 

10. Realism is a monistic/ dualistic/ pluralistic theory. 

বাস্তৱবাদ অদ্বৈতবাদী/ দ্বৈতবাদী/ বহুত্ববাদী মতবাদ। 

11. Naïve realism is also called commonsense/ critical realism/ neo-realism. (Major 2013) 

সৰল বাস্তৱবাদক সাধাৰণ বাস্তৱবাদ/ সবিচাৰ বাস্তৱবাদ/ নৱ্য-বাস্তৱবাদ বুলিও কোৱা হয়। 

12. Who a first used the term "Naïve realism”? ‘Naïve realism' 

শব্দটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰিছে?

14. Why naïve realism is called direct realism? 

সফল বাস্তববাদক কিয় অপৰােক্ষ বাস্তৱবাদ বুলি কোৱা হয়? 

15. Which theory of realism is called presentationism? 

বাস্তববাদৰ কোনটো মতবাদক সাক্ষাৎ প্রতীতিবাদ বুলি কোৱা হয়? 

16. According to naïve realism we can directly/ indirectly obtain the knowledge of external word. 

সকল বাস্তববাদ অনুসৰি আমি প্রত্যক্ষভাৱে/ পৰােক্ষ ভাৱে বাহ্যজগতৰ জ্ঞান লাভ কৰিব পাৰোঁ। 

17. Which theory of realism is called 'searchlight theory of consciousness'? 

বাস্তববাদৰ কোনটো মতবাদক 'searchlight theory of consciousness' বুলি কোৱা হয়? 

18. Which theory of realism is called unscientific realism? 

বাস্তববাদৰ কোনটো মতবাদক ‘অবৈজ্ঞানিক বাস্তৱবাদ' বুলি কোৱা হয়? 

19. Can naïve realism explain wrong knowledge? 

সৰল বাস্তববাদে ভ্রান্ত-জ্ঞানক ব্যাখ্যা কৰিব পাৰে নে? 

20. Has naïve realism a scientific basic? 

সৰল বাস্তববাদৰ বৈজ্ঞানিক ভিত্তি আছে নে? 

23. Name the theory which states that the external world can be indirectly known? 

বাহ্যজগতক পৰােক্ষভাৱে জনা যায় বুলি কোৱা মতবাদটোৰ নাম লিখা। 

24. Which theory of realism is called commonsense realism? 

কোনটো বস্তৱবাদক সাধাৰণ মানুহৰ বাস্তৱবাদ বুলি কোৱা হয়? 

30. Name the philosopher who called that the naïve realism should be hank. 

সৰল বাস্তববাদ ‘ফাঁচিকাঠত উলমি মৰিব লাগে' বুলি কোৱা দার্শনিক গৰাকীৰ নাম লিখা। 

32. The relation between knower and known is direct/ indirect in naïve realism. 

সৰল বাস্তৱবাদত জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পর্ক হ’ল প্রত্যক্ষ/ পক্ষে। 

33. Name the theory which states that the external world can be directly known. (Major 2011) 

বাহ্যজগতক প্রত্যক্ষভাৱে বা পােনপটীয়ভাৱে জনা যায় বুলি কোৱা মতবাদটোৰ নাম লিখা। 

34. Which theory of realism is called indirect realism?

কোনটো বাস্তৱবাদক পৰােক্ষ বাস্তৱবাদ বুলি কোৱা হয়? 

35. Who propounded scientific realism? (Locke/ Berkeley/ Hume) (Major 2011) 

বৈজ্ঞানিক বাস্তৱবাদৰ প্রৱর্তক কোন? 

36. Scientific realism is also known as ________ (commonsense realism/ representationalism/ naïve realism) (Major 2011)

বৈজ্ঞানিক বাস্তৱবাদক ________ বুলিও জনা যায়। (সাধাৰ মানুহৰ বাস্তৱবাদ/ প্রতীকবাদ/ সৰল বাস্তৱবাদ) 

37. Why is Scientific realism called crtical realism? 

বৈজ্ঞানিক বাস্তববাদক কিয় সবিচাৰ বাস্তৱবাদ বুলি কোৱা হয়?

38. Who is the author of the famous book, Essay Concerning Human Ur.derstanding? (Pass 2014) 

বিখ্যাত এই Essay Concerning Human Understanding ৰ লেখক কোন? 

39. John Locke has divided the qualities of things into ________ and ________ a priori, a posteriori/ primary, Secondary/ material, spiritual) (Major 2011) 

জন ল'কে গুণক ________ আৰু ________ হিচাপে ভাগ কৰিছে। (প্ৰত্যেক্ষপূৰ্ব, প্ৰত্যক্ষলব্ধ/ মৃখ্য, গৌণ/ জড়ীয়, আধ্যাত্মিক) 

40. Locke divided the quality into two kinds. (Write True or False) (Pass 2014) 

লকে গুণসমূহক দুই ভাগত বিভক্ত কৰিছে। (সঁচা নে মিছা লিখা) 

45. Name the philosopher who said that the external world is unknown and unknowable? 

বাহ্যজগতক অজ্ঞাত আৰু অজ্ঞেয় বুলি কোৱা দার্শনিক গৰাকীৰ নাম লিখা। 

46. The relation between knower and the known is indirect/ direct in scientific realism. (Major 2013). 

বৈজ্ঞানিক বাস্তৱবাদত জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পর্ক প্রত্যক্ষ/ পক্ষে। 

47. "Primary qualities are objective and secondary qualities are subjective." Whose view is this? (Major 2014) 

“মূখ্য গুণবােৰ বস্তুগত আৰু গৌণ গুণবােৰ মনােগত।” এইটো কাৰ মত? 

48. John Locke has divided the qualities into two/ three/ four kinds. 

জন ল’কে গুণক দুই/ তিনি/ চাৰি প্ৰকাৰত ভাগ কৰিছে। 

49. "Substance is that I know not what" ________ who expressed this view? 

“দ্রব্য হ’ল সিয়ে যাক মই নাজানো” ________ এই অভিমত কোনে আগবঢ়াইছে? 

50. Name the philosopher who advocates scientific realism. (Major 2014) 

বৈজ্ঞানিক বাস্তৱবাদ প্ৰৱৰ্তন কৰা দার্শনিক গৰাকীৰ নাম লিখা। 

51. Who is the principal exponent of representative realism? (Major 2012) 

প্ৰতিৰূপী বাস্তৱবাদৰ মূখ্য প্রৱর্তক কোন? 

52. Who is the founder of modern realism? আধুনিক বাস্তৱবাদৰ প্রৱর্তক কোন? 

Define/ Answer:

সংজ্ঞা/ উত্তৰ দিয়াঃ 

1. Realism/ বস্তুবাদ (Pass 2012, 2014) 

2. Scientific realism/ বৈজ্ঞানিক বস্তুবাদ (Pass 2012, 2014) 

3. Primary quality/ মৌলিক বা মূখ্য গুণ (Pass 2014) 

4. Naive realism/ সৰল বস্তুবাদ (Pass 2013) 

5. Secondary quality/ গৌণ গুণ 

6. What are the different forms of realism? (Major 2011, 2014) 

বাস্তৱবাদৰ বিভিন্ন ৰূপ কি কি? 

7. Why is scientific realism called representative realism? (Major 2012)

বৈজ্ঞানিক বাস্তৱবাদক কিয় প্রতিরূপী বাস্তৱবাদ বুলি কোৱা হয়? 

8. Why is scientific realism called indirect realism? 

বৈজ্ঞানিক বাস্তৱবাদক কিয় পৰােক্ষ বাস্তৱবাদ বুলি কোৱা হয়? 

9. What do you mean by primary quality and secondary quality? (Major 2014) 

মুখ্য আৰু গৌণ গুণ বুলিলে কি বুজা? 

10. Name two realist philosophers. (Major 2013) 

দুজন বাস্তৱবাদী দার্শনিকৰ নাম লিখা। 

11. Name two ancient or traditional realist philosophers. 

দুজন প্রাচীন বা পৰম্পৰাগত বাস্তৱবাদী দার্শনিকৰ নাম লিখা। 

12. Name two modern realist philosophers. 

দুজন আধুনিক বাস্তৱবাদী দার্শনিকৰ নাম লিখা। 

13. State two characteristics of realism. 

বাস্তববাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

14. State two characteristics of naive realism. 

সৰল বাস্তৱবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

15. State two differences between primary and secodary qualities. 

মূখ্য আৰু গৌণ গুণৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা। 

16. State two differences between naive and scientific realism. 

সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত থকা দুটা পার্থক্য উল্লেখ কৰা। 

Answer/ Write short notes on: 

উত্তৰ দিয়া/ চমু টোকা লিখা? 

1. Realism/ বাস্তৱবাদ 

2. Characteristics of Naive realism. (Pass 2014) 

সৰল বস্তুবাদৰ বৈশিষ্ট্য 

3. Naive realism/ সৰল বাস্তৱবাদ 

4. Characteristics of realism. 

বস্তুবাদৰ বৈশিষ্ট্য 

5. Scientific realism or representative realism/ বৈজ্ঞানিক বাস্তৱবাদ বা প্রতিরূপী বাস্তববাদ 

6. What are the salient features of scientific realism? (Pass 2014) 

বৈজ্ঞানিক বস্তুবাদৰ প্রধান বৈশিষ্ট্যসমূহ কি কি? 

7. What is the difference between primary and secondary qualities? (Major 2011, 2013) 

মূখ্য আৰু গৌণ গুণৰ মাজত কি কি পার্থক্য আছে? 

8. Has naïve realism a scientific basis? (Major 2011) 

সৰল বাস্তববাদৰ বৈজ্ঞানিক ভিত্তি আছে নে? 

9. Can naïve realism explain wrong knowledge? (Major 2012) 

সৰল বাস্তববাদে ভ্রান্ত-জ্ঞানক ব্যাখ্যা কৰিব পাৰে নে?

10. State five characteristics of Naïve realism. (Major 2013) 

সৰল বাস্তৱবাদৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা। 

11. Can naïve realism explain error? (Major 2014) 

সৰল বাস্তববাদে ভুল বা ভ্রান্তিক ব্যাখ্যা কৰিব পাৰে নে? 

12. Differences between naive and scientific realism./ সৰল বাস্তববাদ আৰু বৈজ্ঞানিক বাস্তববাদৰ পার্থক্য 

13. Primary and secondary qualiity/ মূখ্য আৰু গৈণ গুণ 

Broard Questions: 

ৰচনাধর্মী প্রশ্নঃ 

1. What is realism? What are the characteristics of realism? 

বাস্তৱবাদ কাক বােলে? বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ কি কি? 

2. What is naïve realism? What are it's characteristics? 

সৰল বাস্তৱবাদ কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? 

3. What is naive realism? Is it a satisfactory theory? (Pass 2012) 

সৰল বস্তুবাদ কি? এই মতবাদ সন্তোষজনক হয়নে? 

4. Explain and examine the difference between primary quality and secondary quality. (Pass 2014) 

মূখ্য আৰু গৌণ গুণৰ মাজত পার্থক্য ব্যাখ্যা আৰু বিচাৰ কৰা। 

5. What is scientific realism? Is it satisfactory? (Pass 2013) 

বৈজ্ঞানিক বস্তুবাদ কি? এই মতবাদ সন্তোষজনক নে? 

6. Explain and examine the features of scientific realism. (Major 2011)

বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহক ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

7. Determine the essential features of realism. Evaluate naive realism. (Major 2012) 

বাস্তৱবাদৰ আৱশ্যকীয় বৈশিষ্ট্য নির্ধাৰণ কৰা। সৰল বাস্তৱবাৰ মূল্যায়ন কৰা। 

8. Explain and examine scientific realism. (Major 2012) 

বৈজ্ঞানিক বাস্তৱবাদ মতবাদটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

9. What is scientific realism and why is it known as representative realism? (Major 2013) 

বৈজ্ঞানিক বাস্তৱবাদ কি আৰু ইয়াক প্ৰতিৰূপী বাস্তৱবাদ কিয় কোৱা হয়? 

10. Why scientific realism is called representationalism? Explain scientific realism critically. (Major 2014) 

বৈজ্ঞানিক বাস্তুবাদক কিয় প্রতীকবাদ বা প্রতিৰূপী বাস্তৱবাদ বােলা হয়? সমালােচনাসহকাবে বৈজ্ঞানিক বাস্তৱবাদ ব্যাখ্যা কৰা। 

11. What is scientific realism? Explain the characteristics of scientific realism. বৈজ্ঞানিক বাস্তৱবাদ কাক বােলে? বৈজ্ঞানিক বাস্তৱবাদৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

12. Explain and examine the naïve realism. সৰল বাস্তৱবাদ মতবাদটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

13. Explain the drawbacks of naïve realism. 

সৰুল বাস্তৱবাদৰ দোষ বা সমালােচনা ব্যাখা কৰা।

Type Himanku Bora