নিয়ামক গাঁঠনি

Regulatory Framework

Chapter 6

প্ৰশ্নাৱলীঃ

বহলাই লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 10 ৰ পৰা 15 নম্বৰ)

1.নিয়ামক গাঁঠনি বুলিলে কি বুজা? ভাৰতৰ বিত্তীয় ব্যৱস্থাৰ নিয়ামক আন্তঃগাঁঠনিৰ এক পৰ্য্যবেক্ষণমূলক চমুটোকা লিখা।

What do you mean by regreating framework? Write a short note an overview of regulatory frame work of Indian ginancial system.

2.ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংগঠন সম্পৰ্কে আলোচনা কৰা।

Discuss the organisational aspects of Reserve Bank of India.

3.দেশৰ কেন্দ্ৰীয় বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য্যাৱলীবোৰ উল্লেখ কৰি ষিকোনো দুবিধৰ বিষয়ে বহলাই লিখা।

Mention the functions of the Reserve Bank of India as the central Bank and Write an any two Functions in detail.

4.ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেএত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।

Discuss the importance of the Reserve bank of India in the context of economic development of India.

5.ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংকিঙৰ আতিগুৰিৰ ওপৰত এটা চমুটোকা লিখা আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্য্যাৱলীবোৰ উল্লেখ কৰা।

Write a short note on the origin of central banking in India and also mention the Functions of Central Bank.

6.ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড আইন, 1992 বুলিলে কি বুজা? এই আইনখনৰ উদ্দেশ্য ব্যাখ্যা কৰা।

What do you mean by securities and exchange board of India act, 1992? Explain the object of passing the act.

7.প্ৰতিভূতি আৰু বিনিময় বোৰ্ডৰ ক্ষমতা আৰু কাৰ্য্যাৱলীৰ বিষয়ে চমুকৈ লিখা।

Write in brief about the powers and functions of SEBI.

8.নিৰাপত্তাপত্ৰ বা প্ৰতিভূতি চুক্তি (নিয়ন্ত্ৰণ) আইন, 1956 বুলিলে কি বুজা? এই আইনখনৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

What do you mean by Securities contact (Regulation) act, 1956? mention the characterstics of the securities Contact (Regulation) act, 1956

9.ভাৰতবৰ্ষত প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা কেলেদৰে কৰা হয়। চমুকৈ বৰ্ণনা কৰা।

Explain in brief about the regulation measures of store exchanges in India.

10. ৰাষ্ট্ৰীয় প্ৰতিভূতি বিনিময় কেন্দ্ৰ মানে কি? ইয়াৰ কাৰ্য্যকলাপৰ ওপৰত এটা আলোচনা কৰা।

What is National store exchange of India? Discuss about the operations of NSEI.

11.অভাৰ দি কাউণ্টাৰ একচেঞ্জৰ বিষয়ে চমুকৈ লিখা।

Write in brief about the over the counter exchange of Indian (OTCEI)

12.প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ অৰ্থনৈতিক কাৰ্য্যাৱলীৰ গুৰুতিব ব্যাখ্যা কতৰা।

State the importance of economic functions of stock exchanges.

13.প্ৰতিভূতি বিনিময় কেন্দ্ৰই আগবঢ়োৱা সেৱাবোৰৰ কি কি ? চমুকৈ উল্লেখ কৰা।

What are the services thet are provided by the stock exchanges? mention in brief.

14.প্ৰতিভূত বিনিময় কেন্দ্ৰত নিৰাপত্তাপত্কৰ তালিকাভূক্তিকৰণ মানে কি বুজা? তালিকাভূক্তিকৰণৰ বাবে  আৱশ্যকীয় নথি প্ৰত্ৰবোৰৰ বিষয়ে চমুকৈ লিখা।

What do you mean by listing of securities in stock exchange? Write in brief about the requirements of documents for listing.

15.প্ৰতিভূতি বিনিময় কেন্দ্ৰত কোম্পানীৰ নিৰাপত্তাপত্ৰ তালিকা ভূক্তিৰ সা সুবিধাবোৰ বৰ্ণনা কৰা।

State the various advantages of listing of Companies securities in stocke exchange.

16নিৰাপত্তা পত্ৰৰ ব্যৱসায়ৰ পদ্ধতি সন্দৰ্ভত এটা চমুটোকা লিখা।

Write a short notes on Methods of trading in securities

চমু টোকা লিখাঃ (প্ৰতিটো প্ৰশ্নৰ উওৰৰ বাবে 4 ৰ পৰা 5 নম্বৰ)

1. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নোট প্ৰৱত্তনঃ Issue of Notes by RBI.

2.চৰকাৰৰ বেংকাৰঃ Banker to Government.

3.বেংকৰ বেংকঃ Banker,s Bank

4.ৰিজাৰ্ভ বেংকৰ গতানুগতিক কাৰ্য্যাৱলীঃ Traditional Functions of RBI 

5.প্ৰাৱৰ্ত্তনিক আৰু উন্নয়নমূলক কাৰ্য্যাৱলীঃ Promotional and developmental functions

6.শেষ মুহূৰ্ত্তৰ ঋণদাতা হিচাপে কেন্দ্ৰীয় বেংকঃ Central Bank as the under of the last resort.

7.ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিভূতি বিনিময় কেন্দ্ৰঃ ?National stock exchange of India.

8.অভাৰ দি কাউণ্টাৰ একচেঞ্জঃ Over the counter exchange of India.

9.প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ দালালঃ Broker's of Stock exchanges.

10.প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ জব্বাৰঃ Jobber's of stock exchanges.

11.প্ৰতিভূতি বিনিময় কেন্দ্ৰৰ তৰবানিৱালাঃ Tarwaniwalas of stock exchangs.

12.ফটকাবাজ বা ভৱিষ্য দালালঃ Speculators.

13.তেজিৱালা বা  বুলঃ Bull.

14.বিয়াৰচ বা মন্দিৱালাঃ Bears or Mandiwala

15.লেম ডাকঃ Lame Duck

16.ষ্টেগঃ Stage

Dikha Bora