অধ্যায় ৪
১৯৪৪ চনৰ চাৰ্জেন্টৰ শিক্ষা প্ৰতিবেদন 
(Sargent's Report of Education: 1944)

প্ৰশ্নাৱলী (Exercise)

১। ভাৰত চৰকাৰে চার্জেন্টৰ নেতৃত্বত গ্ৰহণ কৰা শিক্ষা আঁচনিৰ প্রধান পৰামর্শসমূহৰ বিষয়ে আলােচনা কৰা । প্রাথমিক শিক্ষা সম্পকত চাজেন্টৰ দৃষ্টিভংগী ৱাধা আঁচনিতকৈ কি পৰিমাণে পৃথক ? আলােচনা কৰা (Outline the main recommendations of the Sargent's Scheme of the government of India . In what respect does if differ from Wardha scheme so far primary education is concerned ? Discuss.) 
Answer:

২। চার্জেন্টৰ শিক্ষা আঁচনিৰ মূল দিশসমূহ আলােচনা কৰা । (Outline the main features of Sargent Scheme of Education.)
Answer:

৩। মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিশ সম্পকে চার্জেন্টৰ ৰিপৰ্টও আগবঢ়োৱা প্ৰস্তাৱৰ সম্পৰ্কে আলোচনা কৰা। (Describe the proposals made by the Sagent Report on the organisation of secondary education in India ?) 
Answer:

৪। প্রাথমিক আৰু মাধ্যমিক শিক্ষা সম্পৰ্কত চার্জেন্টৰ আচনিত । আগবঢ়োৱা পৰামৰ্শৱলী কি আছিল ? আঁচনিখন কোনবােৰ দিশৰ সমালােচিত হৈছে আলােচনা কৰা । (What were the recommendations of the Sargent Scheme of education with regard to the primary and secondary education ? On what grounds has the scheme been criticised ? Discuss.) 
Answer:

৫। শিক্ষাৰ মাধ্যম, কাৰিকৰী আৰু বৃত্তিয় শিক্ষা, প্রাপ্তবয়স্ক শিক্ষা আৰু শাৰীৰিক ভাৱে অক্ষম লােক সকলৰ শিক্ষাৰ বাবে চার্জেন্টৰ শিক্ষা আঁচনিত । আগবঢ়োৱা দৃষ্টিভংগীৰ বিষয়ে আলােচনা কৰা । (Discuss the views of Sargent Scheme of education in regards to medium of instruction, technical and vocational education, adult education and education for the physically handicapped.)
Answer:
Author        
Hirak Jyoti Bora.
Class 9 Student  
Morigaon, Assam