অধ্যায় ১
মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ 
(The Secondary Education Commission: 1952-53)

প্ৰশ্নাৱলী (Exercise)

১। ১৯৩৫ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মূল পৰামৰ্শসমূহ কি কি বহলাই লিখা। (Write elaborately the main recommendations of Secondary Education Commission. 1953.)
Answer:

২। মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া আমাৰ দেশৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ দোষ ক্ৰুটিসমূহ বৰ্ণনা কৰা । সেইবোৰ আঁতৰোৱাৰ বাবে কেনে ধৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল। (Explain the defects of Secondary Education of our country as pointed out by the Secondary Education Commission. What step was taken to remove these ?)
Answer:

৩। মাধ্যমিক শিক্ষাৰ পূৰ্ণগঠন আৰু ইয়াৰ পাঠ্যক্ৰম সন্দৰ্ভৰ ১৯৩৫ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ উল্লেখ কৰা। এই ক্ষেত্ৰত পৰৱৰ্তী কালত কেনে ধৰণৰ গুৰুত্ব পুৰ্ণ পৰিৱৰ্তন হৈছিল । (Mentions the important recommendations of the Secondary Education Commission 1953 relating to restructur of pattern of Secondary Education and its curiculum. What important Change took place subsequently in this field ?)
Answer:

৪। ১৯৩৫ চনৰ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য সমূহ লিখা । ভাৰতৰ শিক্ষা ব্যৱস্থাত এই বোৰৰ প্ৰয়োগ হৈছিল নে ? (What are the aims of Secondary Education Commission 1953. Are these applied in Indian Education System.)
Answer:

৫। ১৯৩৫ চনৰ মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰম সন্দৰ্ভত কি পৰিৱৰ্তন প্ৰস্তাৱ দিছিল ? সেই প্ৰস্তাৱৰ ফলশ্ৰুতি কি হৈছিল । (What changes were proposed in the Secondary School Education Commission of 1953/ what was the effect of these proposal ?)
Answer:

Hirak Jyoti Bora