ক্ষুদ্ৰ ব্যৱসায়

অনুশীলনী

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ

১। ব্যৱসায়ৰ আকাৰ পৰিমাপ কৰিবলৈ ব্যৱহৃত বিভিন্ন পৰিসীমাবােৰ কি কি? (What are the different parameters used to the size of business?) 

২। ক্ষুদ্র পৰিসৰৰ উদ্যোগৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা ব্যৱহৃত সংজ্ঞাটো কি? (What is the definition used by Government of India for Small Scale Industries?) 

৩। আনুষংগিক/সহায়ক গােট আৰু অতি ক্ষুদ্র গােটৰ মাজত কিদৰে পাৰ্থক্য দেখুৱাবা? (How would you differentiate between an ancillary unit and a tiny unit?) 

৪। কুঁটিৰ শিল্পৰ/উদ্যোগৰ বৈশিষ্ট্যবােৰ বৰ্ণনা কৰা। (State the features of cottage industries.) 

দীৰ্ঘোত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ 

১। ক্ষুদ্র পৰিসৰৰ উদ্যোগসমূহে ভাৰতৰ আর্থ-সামাজিক বিকাশলৈ কিদৰে বৰঙণি যােগায়? (How do small scale industries contribute towards the socio economic development of india?) 

২। গ্রাম্য ভাৰতত ক্ষুদ্র ব্যৱসায়ৰ ভূমিকা বর্ণনা কৰা। (Describe the role of small business in rural India.) 

৩। ক্ষুদ্র পৰিসৰৰ উদ্যোগসমূহে সম্মুখীন হােৱা সমস্যাৱলী আলােচনা কৰা। (Discuss the problems faced by small scale industries.) 

৪। ক্ষুদ্র পৰিসৰ খণ্ডত বিত্ত যােগান আৰু বজাৰকৰণৰ সমস্যা সমাধা কৰিবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে। (What measures have the government taken to solve the problem of finance and marketing in the small scale-sector?) 

৫। অনগ্ৰসৰ/পিছপৰা আৰু পাহাৰীয়া অঞ্চলৰ উদ্যোগৰ বাবে চৰকাৰৰ দ্বাৰা আগবঢ়োৱা উদগনিসমূহ কি কি? (What are the incentives provided by the Government for Industries in backward and hilly areas?) 

প্রকল্প/আৰােপিত কার্য (Projects/Assignments) 

১। ক্ষুদ্র পৰিসৰৰ গােটৰ গৰাকী এজনে কি কি প্রকৃত সমস্যাৰ সন্মুখীন হয় তাক বাছি উলিয়াবলৈ এক প্রশ্নাৱলী যুগুত কৰা। তাৰ ওপৰত এখন প্রকল্প প্রতিবেদনাে প্রস্তুত কৰা। (Prepare a questionnaire to find out the actual problem faced by an owner of a small scale unit. Prepare a project report on it.) 

২। তােমাৰ সমীপৰ পাঁচোটা ক্ষুদ্র পৰিসৰৰ গােটৰ জৰীপ কৰা আৰু সিবিলাকে যদি ভাৰত চৰকাৰৰ দ্বাৰা স্থাপন কৰা কোনো সহায়-সাহায্য লাভ কৰিছে তাক বিচাৰি উলিওৱা। (Survey about five small scale units in your vicinity and find out, if they have received any assistance by the institutions set up by the Government.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type Himanku Bora




Post ID : DABP004275