ব্যৱসায়ৰ সামাজিক দায়িত্ব আৰু ব্যৱসায়িক নীতিতত্ব

অনুশীলনী

বহুপছন্দযুক্ত প্রশ্নাৱলী (Multiple Choice Questions)ঃ 

১। সামাজিক দায়িত্ব হৈছে (Social responsibility is)-

(ক) আইনগত দায়িত্বৰ সদৃশ (Same as legal responsibility) 

(খ) আইনগত দায়িত্বতকৈ ব্যাপক (Broader than legal responsibility) 

(গ) আইনগত দায়িত্বতকৈ ঠেক (Narrower than legal responsibility) 

(ঘ) এইবােৰ কোনােটোৱেই নহয় (None of them) 

২। যদি ব্যৱসায়ে সমাজ এখনত কাম কৰিব লাগে, যিখন সমাজ ভিন্নমুখী আৰু জটিল হয় তেন্তে ইয়াৰ (If business is to operate in a society which is full of diverse and complicated problems, it may have) 

(ক) সফল হােৱাৰ সুযােগ সামান্য (Little chance of success) 

(খ) সফল হােৱাৰ সুযােগ বৃহৎ (Great chance of success) 

(গ) বিফল হােৱাৰ সুযােগ সামান্য (Little chance of failure) 

(ঘ) সফল হােৱা বা বিফল হােৱাৰ সৈতে সম্পর্কিত নহয় (No relation with success or failure) 

৩। ব্যৱসায়িক লােকৰ সমাধানৰ দক্ষতা থাকে- (Business people have the skills to solve) 

(ক) সকলাে সামাজিক সমস্যাৰ (All social problems) 

(খ) কিছুমান সামাজিক সমস্যাৰ (Some social problems) 

(গ) কোনাে সামাজিক সমস্যাৰে নাথাকে (No social problems) 

(ঘ) সকলাে অর্থনৈতিক সমস্যাৰ (All economic problems) 

৪। প্রতিষ্ঠান এটাই উন্নত নাগৰিক হিচাপে আচৰণ কৰাতাে এক সামাজিক দায়িত্বৰ উদাহৰণ (That an enterprise must behave as a good citizen is an example of its responsibility towards) 

(ক) গৰাকী বা মালিকসকলৰ প্ৰতি (Owners) 

(খ) শ্ৰমিকসকলৰ প্ৰতি (Workers) 

(গ) উপভােক্তাসকলৰ প্ৰতি (Consumers) 

(ঘ) জাতিৰ প্ৰতি (Community) 

৫। পাৰিৱেশিক সুৰক্ষা উত্তম-ৰূপে প্ৰদান কৰিব পাৰি (Environmental protection can best be done by the efforts of) 

(ক) ব্যৱসায়িক লােকৰ প্ৰচেষ্টাৰ দ্বাৰা (Business people) 

(খ) চৰকাৰৰ প্ৰচেষ্টাৰ দ্বাৰা (Government) 

(গ) বিজ্ঞানীসকলৰ প্ৰচেষ্টাৰ দ্বাৰা (Scientists) 

(ঘ) সকলাে লােকৰ প্ৰচেষ্টাৰ দ্বাৰা (All the people) 

৬। গাড়ী-মটৰৰ দ্বাৰা নিৰ্গত কার্বন মনক্সাইডে প্রত্যক্ষভাৱে বৰঙণি যােগায় (Carbon monoxide emitted by automobiles directly contributes to) 

(ক) জল প্ৰদূষণলৈ (Water pollution) 

(খ) শব্দ প্ৰদূষণলৈ (Noise pollution) 

(গ) ভূমি প্ৰদূষণলৈ (Land pollution) 

(ঘ) সকলাে প্ৰদূষণলৈ (All the people) 

৭। তলৰ কোনটোৱে প্ৰদূষণ নিয়ন্ত্রণ প্রয়ােজনীয়তা ব্যাখ্যা কৰে? (Which of the following can explain the need for pollution control?) 

(ক) ব্যয় সঞ্চয় কৰা/ব্যয় বচোৱা (Cost savings) 

(খ) দেনাৰ বিপদাশংকা হ্রাস কৰা (Reduc risk of liability) 

(গ) স্বাস্থ্যজনিত বিপদসংকুলতা হ্রাস (Reduction of health hazards) 

(ঘ) ওপৰৰ সকলােবােৰেই (All of them) 

৮। তলৰ কোনটো সর্বাধিক সামাজিক মংগল সাধনত সক্ষম? (Which of the following is capable of doing maximum good to society.) 

(ক) ব্যৱসায়িক সফলতা (Business Success) 

(খ) আইন আৰু নিয়ন্ত্রণ (Laws and regulations) 

(গ) নীতিতত্ব (Ethics) 

(ঘ) বৃত্তিধাৰী/বৃত্তিগত পৰিচালনা (Professional management) 

৯। নীতিতত্ত্ব গুৰুত্বপূৰ্ণ হয় (Ethics is important for) 

(ক) শীর্ষ পৰিচালনাৰ বাবে (Top management) 

(খ) মধ্যম পৰিচালকৰ বাবে (Middle-level managers) 

(গ) অনা-পৰিচালনা কৰ্মচাৰীৰ বাবে (Non-managerial employees) 

(ঘ) সকলােৰে বাবে (All of them) 

১০। তলৰ কোনটোৱে অকলেই ব্যৱসায় প্রতিষ্ঠানৰ সফল নীতিতত্ত্ব আঁচনি নিশ্চিত কৰিব পাৰে? (Which of the following alone can ensure effective ethics programme in a business enterprise?)

(ক) নিয়মাৱলী/বিধি প্রকাশন (Publication of a code) 

(খ) কর্মচাৰী জড়িতকৰণ (Involvement of employees)

(গ) মান্য পদ্ধতি প্রতিস্থাপন (Establishment of compliance mechanisms) 

(ঘ) ওপৰৰ কোনােটোৱেই নােৱাৰে (None of them)

চমু উত্তৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ

১। ব্যৱসায়ৰ সামাজিক দায়িত্ব বুলিলে কি বুজা? আইগত দায়িত্বৰ পৰা ই কেনেদৰে পৃথক? (What do you understand by social responsibility of business? How is it different from legal responsibility?)

২। পৰিৱেশ কি? পাৰিৱেশিক প্ৰদূষণ কি? (What is environment? What is environmental pollution?)

৩। ব্যৱসায়িক নীতিতত্ব কি? ব্যৱসায়িক নীতিতত্বৰ প্ৰধান উপাদানসমূহ উল্লেখ কৰা। (What is business ethics? Mention the basic elements of business ethics)

৪। তলত দিয়াবোৰৰ চমু ব্যাখ্যা দিয়া (Briefly explain)-

(ক) বায়ু প্ৰদূষণ (Air Pollution)

(খ) জল প্ৰদূষণ আৰু (Water Pollution) and

(গ) ভূমি প্ৰদূষণ (Land pollution.)

৫। ব্যৱসায়ৰ সামাজিক দায়িত্বৰ প্ৰধান ক্ষেত্ৰসমূহ কি কি? (What are the major areas of social responsibility of business?)

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Question)ঃ

১। সামাজিক দায়িত্বৰ সপক্ষে যুক্তি দৰ্শোৱা। (Build up arguments for and against social responsibilities.)

২। ব্যৱসায় প্ৰতিষ্ঠানৰ সামাজিক দায়িত্ব বৃদ্ধি কৰাই অহাত জগৰীয়া কাৰকসমূহ আলোচনা কৰা। (Discuss the forces which are responsible for increasing concern of business enterprises toward social responsibility.)

৩। 'ব্যৱসায় অত্যাৱশ্যকীয়ভাৱে এক সামাজিক অনুষঅঠান আৰু ই মাথোন লাভ অৰ্জনৰ কাৰ্য নহয়।' ব্যাখ্যা কৰা (Business is essentially a social institution and not merely a profit making activity', Explain.)

৪। প্ৰতিষ্ঠানবোৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কিয় অৱলম্বন কৰিব লাগে? (Why do the enterprises need to adopt pollution control measures?)

৫। প্ৰদূষণৰ ভয়াৱহতাৰ পৰা পৰিৱেশক সুৰক্ষিত কৰিবলৈ প্ৰতিষ্ঠান এটাই কি কি পদক্ষেপ ল'ব পাৰে? (What steps can an enterprise take to protect the environment from the dangers of pollution?)

৬। ব্যৱসায়িক নীতিতত্বৰ বিভিন্ন উপাদানবোৰ ব্যাখ্যা কৰা। (Explain the various elements of business ethics.)

প্ৰকল্প/আৰোপ কাৰ্য (Projects/assignment)ঃ

১। শ্ৰেণীকোঠা এটাৰ ব্যৱহাৰৰ বাবে এক নীতিতত্বৰ নিয়মাৱলী উন্নীত কৰি লিখিত ৰূপ দিয়া। তোমাৰ এই ৱনথি প্ৰশ্তুতকৰণত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষৰ বাবে নিৰ্দেশাৱলী অন্তৰ্ভুক্ত কৰা। (Develop and put in writing a code of ethics for use in the classroom. Your document should include guideline for students, teachers and the principal.)

২। বাতৰিকাকত, আলোচনী আৰু অন্যান্য ব্যৱসায় প্ৰসংগৰ প্ৰকাশৰ ব্যৱহাৰ কৰি কমেও তিনিটা কোম্পানী চিনাক্ত আৰু বৰ্ণনা কৰা, যি তিনিটা কোম্পানী তুমি সামাজিকভাৱে দায়িত্বশীল বুলি বিবেচনা নকৰা কোম্পানী তিনিটাকো চিনাক্ত কৰি আৰু বৰ্ণনা কৰা। (Using newspapers, magazines and other business references, indentity and describe at least three companies that you think are socially responsible and three that you think are socially irresponsible.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Type Himanku Bora