ব্যৱসায়ৰ সামাজিক দায়িত্ব আৰু ব্যৱসায়ৰ নৈতিকতা বা নীতিশাস্ত্ৰ

অনুশীলনী

A. তলত উল্লেখিত বাক্যসমূহ শুদ্ধ নে অশুদ্ধ বাছি উলিওৱা। Point out Whether the following statements are correct on incorrect)ঃ

1. ব্যৱসায় প্রতিষ্ঠান এটাৰ বাবে সামাজিক দায়বদ্ধতাটো মুখ্য উদ্দেশ্য। (Social responsibility is the primary objec-tives of business enterprises). 

2. ব্যৱসায়ৰ প্রধান উদ্দেশ্য হৈছে সৎ বা অসৎ পথেৰে লাভ আর্জন কৰা। (The sole aim of the business is to earn profit by fair or foul means). 

3. ত্রুটিপূর্ণ দ্রব্য ঘূৰাই লােৱাটো ব্যৱসায়ৰ সামাজিক দায়িত্ব। (Accepting return of defective goods is observing social responsibility). 

4. উপযুক্ত মূল্যত বিশুদ্ধ দ্রব্য বিক্ৰী কৰা ব্যৱসায় এটাৰ কর্তব্য। (Sale of pure goods at resonable prices is one duty of a business). 

5. ব্যৱসায়ত নৈতিকতা পালিলে ব্যৱসায়ৰ লােকচান সৃষ্টি কৰে। (Business losses arises due to observation of business ethics). 

6. জনসাধাৰণৰ পূর্ণ সহযােগৰ দ্বাৰাই প্ৰদূষণ নিয়ন্ত্রণ কৰাটো সম্ভৱ। (Environment protection can best be done by the efforts of puplic). 

7. ব্যৱসায়ৰ উচ্চস্তৰৰ পৰিচালনাত নৈতিকতাৰ প্ৰয়ােজন নহয়। (Ethics is not necessary at top management). 

Ans: 1. শুদ্ধ (Correct), 2. অশুদ্ধ (Incorrect), 3. শুদ্ধ (Correct), 4. শুদ্ধ (Correct), 

5. অশুদ্ধ (Incorrect), 6. শুদ্ধ (Correct), 7. অশুদ্ধ (Incorrect).

B. চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions)ঃ 

1. ব্যবসায় সামাজিক দায়বদ্ধতা বুলিলে কি বুজা? আইনগত দায়বদ্ধতাতকৈ কি কি দিশত পার্থক্য। (What do you under-stand by Social responsibility of business. How it is different form legal responsibility?) 

2. পৰিবেশ মানে কি? পৰিবেশ প্ৰদূষণৰ অর্থ কি? (What is Environment? What is mean by environmental Pollution?) 

3. ব্যৱসায়ৰ নৈতিকতা কি? ব্যৱসায়ৰ নৈতিকতাৰ মূল উপাদানবােৰ উল্লেখ কৰা। (What is business ethics? Mention the basic elements of business ethics.) 

4. তলত উল্লেখিত বিষয়কেইটাৰ ওপৰত 50 টা শব্দৰে লিখা (Write the following using 50 words); 

(a) বায়ু প্ৰদুষণ (Air Pollution), 

(b) পানী প্রদূষণ (Water Pollution), 

(c) ভূমি প্ৰদূষণ (land Pollution) 

5. ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাই সামৰি লােৱা মূল বিষয়বােৰ কি কি? (What are the major area of social respon-sibility of business?) 

6. তিনিটা পক্ষৰ বিষয়ে উল্লেখ কৰা, যিবােৰৰ প্রতি ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আছে। 

C. দীঘলীয়া উত্তৰৰ প্ৰশ্ন (Long Answer Questions)ঃ 

1. ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাৰ সাপেক্ষে আৰু বিপক্ষে অন্ততঃ দুটাকৈ যুক্তি উল্লেখ কৰা। (Mention at least two arguments for and against the social responsibility of business.) 

2. ব্যৱসায় প্রতিষ্ঠানৰ সামাজিক দায়বদ্ধতাৰ প্রতিবর্ধিত সচেতনাৰ আঁৰৰ শক্তিসমূহৰ বিষয়ে আলােচনা কৰা। (Discuss the forces which are responsible for increasing concern of business enterprises towards social responsibility.) 

3. ব্যৱসায়ে কিয় প্রদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা ল'ব লাগে সেই বিষয়ে ব্যাখ্যা কৰা। (Why so the enterprises needs to adopt pollution control. Explain it.)

4. ব্যৱসায়ৰ নৈতিকতা মানে কি বুজা? নৈতিকতাৰ উপাদানসমূহ ব্যাখ্যা কৰা। (What do you mean by business eth-ics? Explain the elements of business ethics.) 

5. ব্যৱসায়ৰ অধিক কর্মচাৰীৰ প্ৰতি থকা দায়বদ্ধতাৰ বিষয়ে আলােচনা কৰা। (Discuss the responsibility of a busi-ness towards the employees.) 

6. ব্যৱসায়ৰ চৰকাৰৰ প্রতি কি কি দায়বদ্ধতা থাকে? দুটা উদাহৰণ সহ উত্তৰটো লিখিবা। (What are responsibility of a business towards the Government. Write the answer with two example) 

Project/Assignmentঃ 

1. তােমাৰ শ্ৰেণীত সকলােৰে বাবে (ছাত্র-ছাত্রী) নৈতিকতাৰ কিছুমান বিধি-বিধান লিখা। এনে বিধি- বিধানবােৰ লিখাৰ সময়ত মনত ৰাখিবা যে তােমাৰ পৰামৰ্শবিলাক শিক্ষানুষ্ঠানটোৰ অধ্যক্ষ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক সামৰি লয়। 

    2. বাতৰি-কাগজ, আলােচনী আদিত থকা খবৰৰ ভিত্তিত নাইবা স্থানীয় ব্যৱসায়ত ব্যক্তিগতভাৱে অনুসন্ধান কৰি এনে তিনি ব্যৱসায়িক প্রতিষ্ঠান চিনাক্ত কৰা যি ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা পালন কৰিছে। আকৌ ইয়াৰ বিপৰীতে এনে তিনিটা ব্যৱসায়িক। প্রতিষ্ঠান চিনাক্ত কৰা যি ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা পালন কৰা নাই।

Type Himanku Bora



Post ID : DABP003903