ব্যৱসায়িক বিত্তৰ উৎস
অনুশীলনী
বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice Question)ঃ
(Tick (✓) the correct answer out of the given alternatives)
১। সমাংশ বা সাধাৰণ অংশ ধাৰকসকলক কোৱা হয় (Equity shareholders are called)
(ক) কোম্পানিৰ মালিক/গৰাকী (Owners of the company)
(খ) কোম্পানিৰ অংশীদাৰ (Partners of the company)
(গ) কোম্পানিৰ কাৰ্যবাহী (Executives of the company)
(ঘ) কোম্পানিৰ অভিভাৱক (Guardian of the company)
২। 'পৰিশােধনীয়' পদটো ব্যৱহাৰ কৰা হয় (The term 'redeemable' is used for)
(ক) অগ্রাধিকাৰ অংশৰ বাবে (Preference shares)
(খ) বাণিজ্যিক পত্র/দলিৰ বাবে (Commercial paper)
(গ) সমাংশৰ বাবে (Equity shares)
(ঘ) ৰাজহুৱা আমানতৰ বাবে (Public deposits)
৩। চলিত সম্পত্তি ক্রয়ৰ বাবে আৱশ্যক হােৱা পুঁজিৰ এক উদাহৰণ হৈছে– (Funds required for purchasing current assets is an example of)
(ক) স্থায়ী মূলধনৰ প্ৰয়ােজন (Fixed capital requirement)
(খ) লাভৰ পুনৰ বিনিয়ােগ (Ploughing back of profits)
(গ) কার্যকৰী মূলধনৰ প্রয়ােজন (Working capital requirement)
(ঘ) লিজত বিত্তায়ন (Lease financing)
৪। এ ডি আৰ (ADRs) বিলি কৰা হয় (ADRs are issued in)
(ক) কানাডাত (Canada)
(খ) চীন (China)
(গ) ভাৰতত (India)
(ঘ) আমেৰিকা যুক্তৰাষ্ট্ৰত (USA)
৫। ৰাজহুৱা আমানত বা জমা হৈছে সেই আমানত যাক প্রত্যক্ষভাৱে সংগ্রহ কৰা হয় (Public deposits are the deposits that are raised directly from)
(ক) জনসাধাৰণৰ পৰা (The public)
(খ) সঞ্চালকসকলৰ পৰা (The directors)
(গ) হিচাপৰক্ষকসকলৰ পৰা (The auditors)
(ঘ) গৰাকী/মালিকসকলৰ পৰা (The owners)
৬। লিজৰ চুক্তিত লীজ গ্রহীতা/ইজাৰদাৰে অধিকাৰ লাভ কৰে— (Under the lease agreement , the lessee gets the right to)
(ক) পট্টাদাৰ/লিজত দিওঁতাৰ লাভৰ অংশ ল’বলৈ (Share profits earned by the lessor)
(খ) সংগঠনৰ পৰিচালনাত অংশ ল'বলৈ (Participate in the management of the Organisation)
(গ) নির্দিষ্ট কালৰ বাবে সম্পত্তি ব্যৱহাৰ কৰিবলৈ (Use the asset for a specified period)
(ঘ) সম্পত্তি বিক্ৰী কৰিবলৈ (Sell the assets)
৭। ঋণপত্রই প্রতিনিধিত্ব কৰে (Debentures represent)
(ক) কোম্পানিৰ স্থায়ী মূলধনক (Fixed capital of the company)
(খ) কোম্পানিৰ নিয়মিত মূলধনক (Permanent capital of the company)
(গ) কোম্পানিৰ অনিয়মিত মূলধনক (Fluctuating capital of the company)
(ঘ) কোম্পানিৰ ঋণ মূলধনক (Loan capital of the company)
৮। বিত্তীয় প্ৰতি৪নিধিত্বৰ ব্যৱস্থাত প্ৰতিনিধিয়ে- (Under the factoring arrangement,. the factor)
(ক) পণ্যসামগ্ৰী আৰু সেৱাৰ উৎপাদন আৰু বিতৰণ কৰে (Produces and distributes the goods or services)
(খ) মক্কেলৰ হকে পৰিশোধ কৰে (Mekes then payment on behalf of the client)
(গ) মক্কেলৰ হকে ঋণ বা প্ৰাপ্য হিচাপে সংগ্ৰহ কৰে (Collects the client's debt or account receivables)
(ঘ) এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পণ্য-সামগ্ৰী হস্তান্তৰ কৰে (Transfer the goods from one place to another)
৯। বাণিজ্যিক পত্ৰ/দলিলৰ সচৰাচৰ ম্যাদ হৈছে- (The maturity period of a commercial paper usually ranges from)
(ক) ২০ ৰ পৰা ৪০ দিন (20 to 40 days)
(খ) ৬০ ৰ পৰা ৯০ দিন (60 to 90 days)
(গ) ১২০ ৰ পৰা ৩৬৫ দিন (120 to 365 days)
(ঘ) ৯০ ৰ পৰা ৩৬৪ দিন (90 to 364 days)
১০। অভ্যন্তৰীণ পুঁজিৰ উৎস হৈছে সেইবােৰ– (Internal sources of capital are those that are)
(ক) যিবােৰ বহিঃউৎস যেনে যােগনিয়াৰৰ জৰিয়তে গােটোৱা হয় (generated through outsiders such as suppliers)
(খ) বাণিজ্যিক বেংকসমূহৰ জৰিয়তে সংগ্রহ কৰা হয় (generated through loans from commercial banks)
(গ) অংশ বিলিৰ জৰিয়তে গােটোৱা হয় (generated through issue of shares)
(ঘ) প্রতিষ্ঠনতে ভিতৰুৱাকৈ সৃষ্টি কৰা হয় (generated within the business)।
চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ
১। ব্যৱসায়িক বিত্ত কি? ব্যৱসায়ক কিয় পুঁজিৰ প্রয়ােজন হয়? ব্যাখ্যা কৰা। (What is business finance? Why do businesses need funds? Explain.)
২। দীর্ঘকালীন আৰু হ্রস্বকালীন পুঁজি গােটোৱাৰ উৎসৰ তালিকা প্রস্তুত কৰা। (List sources of raising long-term and short-term finance.)
৩। পুঁজি সংগ্রহ/গােটোৱাত আভ্যন্তৰীণ আৰু বাহ্যিক উৎসৰ মাজত পার্থক্য কি? ব্যাখ্যা কৰা। (What is the difference between internal and external sources of raising funds? Explain.)
৪। অগ্রাধিকাৰ অংশৰকসকলৰ দ্বাৰা ভােগ কৰা আগতীয়া অধিকাৰসমূহ কি কি? ব্যাখ্যা কৰা। (What are the preferential rights enjoyed by preference shareholders? Explain.)
৫। যিকোনাে তিনিটা বিশেষ বিত্তীয় অনুষ্ঠানৰ নাম লিখা আৰু সেইবােৰৰ উদ্দেশ্যাৱলী উল্লেখ কৰা। (Name any three special financial institutions and state their objectives.)
৬। গােলকীয় আমানত ভাণ্ডাৰৰ ৰচিদ আৰু আমেৰিকান আমানত ভাণ্ডাৰৰ ৰচিদ কি কি? ব্যাখ্যা কৰা।(What is the difference between GDR and ADR? Explain.)
দীর্ঘোত্তৰৰ প্রশ্নাবলী (Long Answer Questions)ঃ
১। ব্যৱসায় প্রতিষ্ঠানৰ বাবে ব্যাৱসায়িক ঋণ আৰু বেংক ঋণক হ্রস্বম্যাদী বিত্তৰ উৎস হিচাপে ব্যাখ্যা কৰা। (Explain trade credit and bank credit as sources of short-term finance for business enterprises.)
২। বৃহৎ ঔদ্যোগিক সংগঠনৰ আধুনিকীকৰণ আৰু সম্প্রসাৰণৰ বিত্তায়নৰ বাবে পুঁজি গােটোৱা উৎসৰ আলােচনা কৰা। (Discuss the sources from which a large industrial enterprise can raise capital for financing modernisation and expansion.)
৩। ঋণপত্র বিলিয়ে সমাংশ বিলিৰ উপৰুৱাকৈ কি কি সুবিধা আগবঢ়ায়? (What advantages do issue of debentures provide over the issue of equity shares?)
৪। ব্যৱসায় বিত্তৰ পদ্ধতি হিচাপে ৰাজহুব্রা আমানত আৰু সঞ্চিত অর্জন পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা। (State the merits and demerits of public deposits and retained earnings as methods of business finance)
৫। আন্তঃৰাষ্ট্ৰীয় বিত্ত যােগানত ব্যৱহৃত বিত্তীয় আহিলাবােৰ আলােচনা কৰা। (Discuss the financial instruments used in international financing.)
৬। বাণিজ্যিক পত্র কি? ইয়াৰ সুবিধা আৰু সীমাবদ্ধতাবােৰ কি কি? (What is a commercial paper? What are its advantages and limitations.)
(For Paid User 300 for 1 Year)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type Himanku Bora
Post ID : DABP004285
0 Comments