কৰ্মচাৰী নিযুক্তকৰণ | Staffing | Chapter 6 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Questions |

অনুশীলনী 

😀 চমু উত্তৰৰ ধৰণৰ প্ৰশ্নাৱলী (Short Answer Questions)

(১) মকৰলৰ গুৰুত্বপূৰ্ণ উৎসবোৰ চমুকৈ উল্লেখ কৰা ।(Briefly enumerate the important sources recruitment.)

(২) মকৰল বুলিলে কি বুজা ? ই বাছনিকৰণৰ পৰা কিদৰে পৃথক ? (What is meant by recruitment ? How is it different from selection.)

(৩) প্ৰশিক্ষণৰ সংজ্ঞা দিয়া । শিক্ষাৰ পৰা ই কিদৰে পৃথক ? (Define Training. How is it different from education.)

(৪) প্ৰশিক্ষণ আৰু উন্নয়নৰ মাজত পাৰ্থক্য দেখুওৱা । (Distinguish between training and development.)

(৫) অভ্যন্তৰীণ মকৰল উৎসবোৰক কিয় অধিক মিতব্যয়ী বুলি বিবেচনা কৰা হয় ? (Why are internal sources of recruitment considered to be more economical ?)

(৬) বৰ্তমানৰ পৰিৱেশত নিযুক্তিকৰণ কাৰ্যৰ গুৰুত্ব কি ? (What is the importance of staffing function in today's environment ?)


😂 দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)

(১) কৰ্মচাৰী নিযুক্তকৰণ প্ৰক্ৰিয়াৰ সংজ্ঞা দিয়া আৰু ইয়াত জড়িত বিভিন্ন পদক্ষেপ আলোচনা কৰা । (Define the staffing process and the various steps involved in it ?)

(২) কৰ্মচাৰীৰ বাছনিকৰণৰ বাবে পদ্ধতি ব্যাখ্যা কৰা । (Explain the procedure for selection of employees.)

(৩) ব্যক্তিৰ প্ৰতি আৰু সংগঠনৰ প্ৰতি প্ৰশিক্ষণৰ সুবিধাসমূহ কি কি ? (What are the advantages of training to the individual and to the organisation ?)

(৪) 'কৰ্মচাৰী নিযুক্তকৰণ কাৰ্য প্ৰত্যেক পৰিচালকৰ দ্বাৰাহে সম্পন্ন কৰা হয় আৰু অপৰিহাৰ্যভাৱে সুকীয়া এক বিভাগৰ দ্বাৰা সম্পন্ন কৰা নহয় ।' ব্যাখ্যা কৰা । (The staffing function is performed by every manager and not necessarily by a separate department. Explain.)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Madhushmita Hazarika