TRANSLATION

 

1. 

(ক) ৰাম সাধু ল'ৰা।

⇒ Ram is honest boy.


(খ) কোঠাটোত তিনিজনী ছোৱালী আছে।

⇒ There are three girl in the room.


(গ) বাছখন এইমাত্ৰ আহি পাইছে।

⇒ The bus has arrived just now.


(ঘ) তেওঁ আহি পোৱাৰ লগে লগে ৰে'লখন এৰিলে।

⇒ As soon as he came, the bus has left.


(ঙ) তাই ৰাতিপুৱা পৰা পঢ়ি আছে।

⇒ She has been reading since morning.


2. 

(ক) ৰমেনৰ দেউতাক যোৱা বছৰ ঢুকাইছে।

⇒ Ramen's father died last year.


(খ) তোমালোক অহাৰ সময়ত মই ইংৰাজী পঢ়ি আছিলোঁ।

⇒ I was reading English, when you came.


(গ) আমি খেলপথাৰ পােৱাৰ আগতে খেল আৰম্ভ হৈছিল।

⇒ The match started before we reach the playground.


(ঘ) মই তাইক সুধিলোঁ, “গীতা, ক'লৈ যােৱা?”

⇒ I asked her, "Gita, where do you go?"


(ঙ) তাই ক'লে, “ডাক্তৰৰ ওচৰলৈ।”

⇒ She said, "To the doctor."


3. 

(ক) তুমি অকলবুদ্ধিমানেই নহয়, পৰিশ্ৰমীও হ'ব লাগিব।

⇒ You must be hardworking, not only intelligeent.


(খ) মই যিমান খৰকৈ লিখিব পাৰোঁ, তুমি সিমান খৰকৈ লিখিব নােৱাৰা।

⇒ You cannot write as fast as I can.


(গ) মই সদায় ৰাতিপুৱা সোনকালে শুই উঠো।

⇒ I always get up early in the morning.


(ঘ) দুখীয়াৰ প্রতি দয়ালু হ’বা।

⇒ Be kind for the poor people.


(ঙ) সি এজন শান্ত ল'ৰা।

⇒ He is a peaceful boy.



4. 

(ক) এন্ধাৰ হােৱাৰ আগতে মানুহজন ঘৰলৈ উভতি আহিছিল।

⇒ The man had return, before it became dark.


(খ) যদি তুমি মন দি নপঢ়া, পৰীক্ষাত কৃতকাৰ্য্য হ’ব নােৱাৰিবা।

⇒ If you don't study carefully, you won't pass the exam.


(গ) ল'ৰাজন অকল বুধিয়কেই নহয় পৰিশ্ৰমীও । 

⇒ He is not only intelligent but also hardworking.


(ঘ) পকা আমবােৰ ল'ৰাবােৰৰ মাজত ভগাই দিয়া । 

⇒ Distribute the ripe mangoes among the boys.


(ঙ) সি খােজ কাঢ়ি স্কুললৈ আহে, বাছেৰে নাহে  

⇒ He walks to school, not by bus.


5. 

(ক) শিক্ষকে ছাত্ৰজনক সুধিছিল, “তােমাৰ জীৱনৰ লক্ষ্য কি?”

⇒ Teacher asked the student, "What is your aim in life?"


(খ) মােহন মােৰ অন্তৰংগ বন্ধু।

⇒ Mohan is my intimate friend.


(গ) যিমানে পঢ়িবা সিমানেই শিকিবা।

⇒ The more you read, the more you learn.


(ঘ) তেওঁ গান গাবও নাজানে, নাচিবও নাজানে।

⇒ He knows neither to sing nor to dance.


(ঙ) বতৰ ফৰকাল হ'লে খেলিবলৈ যাবা । 

⇒ Go to play when the weather is clear


6. 

(ক) তেখেতৰ মতে ৰাতুল সঁচাকৈ এজন সৎ ল'ৰা।

⇒ According to him, Ratul is really a honest boy.


(খ) অহা সােমবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব।

⇒ The examination will commence from next Monday.


(গ) কৰিমে ৰহিমক সুধিছিল, “ৰহিম, তুমি কেতিয়াবা আগ্রালৈ গৈছানে? ”

⇒  Karim asked Rahim, "Rahim, Have you ever been to Agra?"


(ঘ) তাত তেওঁৰ এজন মােমায়েক থাকে।

⇒ He has a uncle, who lives there.


(ঙ) কাশ্মীৰ ভাৰতৰ আটাইতকৈ ধুনীয়া ঠাই।

⇒ Kashmir is the most beautiful place in India.


(চ) কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ।

⇒ Kashmir is an integral part of India.


(ছ) গৰু ঘাঁহ খাই জীয়াই থাকে।

⇒ The cow live on grass.


(জ) তুমি কি খেল আটাইতকৈ বেছি ভাল পােৱা?

⇒ What game do you like the most?


(ঝ) আমি ষ্টেচন পােৱাৰ পিছত ৰেলখন এৰিছিল।

⇒ The train left after we had reached the station.


(ঞ) তুমি কিমান দূৰলৈ খােজ কাঢ়িবা?

⇒ How far will you walk?

    

7. 

(ক) গুৱাহাটীৰ ওচৰত ব্রহ্মপুত্রৰ ওপৰত এখন ডাঙৰ দলং আছে।

⇒ There is a large bridge over the Brahmaputra near Guwahati.


(খ) ব্ৰহ্মপুত্ৰত সাঁতােৰা সহজ নহয়।

⇒ Swimming in the Brahmaputra is not easy.


(গ) তেওঁ যদিও চহকী নহয়, তথাপি সুখী।

⇒ Although he is not rich, He is happy.


(ঘ) ৰাতিপুৱা ফুৰাটো এটা ভাল অভ্যাস।

⇒ Morning walk is a good habit.


(ঙ) ল'ৰাজনে ফুটবল বা ক্রিকেট একো খেলিব নাজানে।

⇒ The boy does not knows neither to play football nor cricket


9.

(ক) মই তেওঁক সুধিলাে, “তুমি সাঁতুৰিব জানানে ”

⇒ I asked him, "Do you know how to swim?"


(খ) বাৰিষা বৰষুণ হয়।

⇒ It rains in the monsoon season.


(গ) আজি ৰাতি ধুমুহা হ'ব পাৰে।

⇒ It may storm tonight.


(ঘ) যােৱা বছৰ ডাঙৰ বানপানী হৈছিল।

⇒ There was a big flood last year.


(ঙ) তুমি কিমান সময়ৰ পৰা ইয়াত আছা?

⇒ How long you have been here?


10. 

(ক) পৰীক্ষাত প্রথম হােৱা ল'ৰাজনক মই চিনি পাওঁ।

⇒ I know the guy who got first in the exam.


(খ) ভাল ল’ৰাই কেতিয়াও অবাবত সময় নষ্ট নকৰে।

⇒ A good boy never wastes time.


(গ) শিক্ষকে সুধিলে, “তােমালােকৰ কোনে প্রশ্নটোৰ উত্তৰ জান?”

⇒  The teacher asked, “Which of you knows the answer to the question?”


(ঘ) মই ক'লাে, “মই জানাে মহাশয় ।” 

⇒ I said, " I know sir."


(ঙ) বর্তমান আমাৰ বছৰেকীয়া পৰীক্ষা চলি আছে ।

⇒ We are currently undergoing our annual examinations.



11. 

(ক) পৰীক্ষাৰ শেষত আমি ফুৰিবলৈ যাম।

⇒ At the end of the exam, we will go for walk.


(খ) বঙাইগাঁও এখন জিলা চহৰ।

⇒ Bongaigaon is a district town.


(গ) এই চহৰখন আগতে ইমান ডাঙৰ নাছিল।

⇒ This city used to be not so big.


(ঘ) মই বঙাইগাঁওলৈ অহাৰ আগতে ই এখন গাঁও আছিল।

⇒ Before I came to Bongaigaon, it was a village.


(ঙ) মই ১৯৬৬ চনৰপৰা বঙাইগাঁওত বাস কৰি আছো।

⇒ I have been living in Bongaigaon since 1966.



12. 

(ক) বঙাইগাঁওত কেবাখনাে মহাবিদ্যালয় আৰু বিদ্যালয় আছে।

⇒ There are many colleges and schools in Bongaigaon.


(খ) বঙাইগাওঁ এখন চহৰেই নহয়, ই বেহা - বেপাৰৰ কেন্দ্রও।

⇒ Bongaigaon is not only a city, it is also a center of trade.


(গ) মানুহে বয়বস্তু কিনিবলৈ বঙাইগাঁওলৈ আহে।

⇒ People come to Bongaigaon to buy goods.


(ঙ) কেইবাখনাে বাছ বঙাইগাওঁৰপৰা গুৱাহাটীলৈ যায়।

⇒ Several buses run from Bongaigaon to Guwahati.


(চ) মানুহে আগতে খােজকাঢ়ি বঙাইগাঁওলৈ আহিছিল।

⇒ People used to come to Bongaigaon on foot



13. 

(ক) ৰমেনে মােক কৈছিল, “আহা, আমি আজি বঙাইগাওঁলৈ যাওঁ।”

⇒ Ramen told me, “Come on, let’s go to Bangalore today”.


(খ) নবীন আমাৰ শ্ৰেণীৰ প্রথম ল'ৰা।

⇒ Nabin i the first boy in our class.


(গ) তেওঁ এজন মেধাৱী ছাত্র।

⇒ He is a brilliant student.


(ঘ) তেওঁৰ দেউতাক এজন আদর্শ শিক্ষক।

⇒ His father is a ideal teacher.


(ঙ) নবীন খেলা - ধূলাতাে ভাল।

⇒ Nabin is good at also sports.



14. 

(ক) যােৱা বার্ষিক ক্রীড়া - প্রতিযােগিতাত তেওঁ বিদ্যালয়ৰ শ্ৰেষ্ঠ খেলুৱৈ হৈছিল।

⇒ He was the best player of the school in the last annual sports competition.


(খ) মই তেওঁক সুধিলাে, “তুমি কিমান সময় পঢ়া?”

⇒ I asked him, "How long do you study?"


(গ) নবীনে ক'লে যে তেওঁ প্রতিদিনে ছয়ঘন্টাকৈ পঢ়াশুনা কৰে।

⇒ Naveen said he studies for six hours a day.


(ঘ) তােমাললোকে খেলি থকা সময়ত মই পঢ়ি থাকিম।

⇒ I will keep reading while you play.


(ঙ) আমি আশা কৰোঁ তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল স্থান লাভ কৰিব।

⇒ We hope he will obtain well position in his High School Leaving Certificate Examination.



15. 

(ক) ঈশ্বৰে যেন তেওঁক আশীর্বাদ দিয়ে।

⇒ May God bless him.


(খ) আমাৰ এজন খুড়া শিৱসাগৰত থাকে।

⇒ One of our uncles lives in Shivsagar.


(গ) শিৱসাগৰ এখন ইতিহাস প্রসিদ্ধ ঠাই।

⇒ Shivsagar is a place famous for its history.


(ঘ) মােৰ জন্মৰ আগতে তেওঁ তালৈ গৈছে।

⇒ He went there before I was born.


(ঙ) তেতিয়াৰেপৰা তেওঁ এখন কলেজত কাম কৰি আছে।

⇒ He has been working in a college ever since.



16. 

(ক) মই তালৈ এবাৰাে যােৱা নাই।

⇒ I haven't been there once.


(খ) তেওঁ আমাক চিঠিৰেই উপদেশ দিয়ে।

⇒ He advises us in letters.


(গ) তেওঁ কয়, “সদায় অসৎ সংগ ত্যাগ কৰিবা ।” 

⇒ He says, “Always avoid dishonest associations”.


(ঘ) খুড়ালৈ এখন চিঠি পঠোৱা হৈছে।

⇒ A letter has been sent to my uncle.


(ঙ) মই তেওঁক জনাইছাে যে বন্ধত মই তালৈ যাম।

⇒ I told him that I would go there on holiday.



17. 

(ক) তুমিও আমাৰ লগত তালৈ যাবা নেকি?

⇒ Will you go there with us?


(খ) পৃথিৱী সুমথিৰাৰ দৰে গােলাকাৰ।

⇒ The earth is spherical like an orange.


(গ) বাঘ হাবিত থাকে।

⇒ Tigers live in the forest.


(ঘ) শিশুটিয়ে তেতিয়া টোপনিয়াই আছিল।

⇒ The child was asleep.


(ঙ) গুৱাহাটীত এখন বিশ্ববিদ্যালয় আছে।

⇒ There is aa University in Guwahati.


- Hiru Moni Bora






Post ID : DABP004286