অধ্যায় ১

১৯৩৭ চনৰ ৱাৰ্ধা শিক্ষা আচনিঃ অথবা বুলিয়াদী শিক্ষা 
(Wardha Scheme of Education 1937 or Basic Education)

প্ৰশ্নাৱলীঃ (Exercise)

১। গান্ধীজাৰ বুনিয়াদী শিক্ষাৰ মূল নীতিসমূহ কি আছিল বৰ্ণনা কৰা। বুনীয়াদী শিক্ষাৰ অকৃতকাৰ্যতা কাৰণ সমূহ বৰ্ণনা কৰা। (Explain the main priciples of Basic Education as advocated by Gandhiji. Explain the causes of failure of Basic Education ?)
Answer:

২। বুনিয়াদী শিক্ষা পদ্ধতিৰ আচনিখন ব্যাখ্যা কৰা ? ইয়াৰ প্ৰধান দোষ, গুণ কি কি ? আলোচনা কৰা । (Describe the scheme of education envisaged by Basic system. What are its failing and strong points ? Discuss.)
Answer:

৩। ৱাৰ্ধা শিক্ষা আচনিৰ মৌলিক নীতিসমূহ আলোচনা কৰা । এই নিতীসমূহ কি পৰিমাণে কাৰ্যকৰ ? আলোচনা কৰা। (Discuss the fundamental principles of Wardha Scheme of Education. How far they are workable ? Discuss.)
Answer:

৪। বুনিয়াদী শিক্ষা আধুনিক ভাৰতৰ বাবে কি পৰিমাণে গ্ৰহন কৰা যোগ্য ? ইয়াৰ সফলতা আৰু বিফলতা সম্বন্ধে এটি চমু আভাস দিয়া ? (How far is the system of Basic education acceptable to modern India ? Give the strength and weakness of this system ?)
Answer:

৫। তলত দিয়া যিকোনো এটাৰ বিষয়ে লিখা (Write any one the following)

ক) বুলিয়াদী শিক্ষাৰ অকৃতকাৰ্য হোৱাৰ কাৰণ (Cause of failure of Basic education)
Answer:

খ) বুনিয়াদী শিক্ষাৰ স্তৰ (Steps of Basic Education)
Answer:

গ) বুনিয়াদী শিক্ষাৰ গুণাৱলীসমূহ (Merits of Basic Education)
Answer:

ঘ) বুনিয়াদী শিক্ষাৰ ক্ৰুটি সমূহ (Demerits of Basic Education)
Answer:

         By 
Hirak Jyoti Bora.
Class 9 Student.
Morigaon, Assam