বীজগাণিতিক ৰাশি
একপদ ৰাশিঃ কেৱল মাত্ৰ এটা পদৰ ৰাশিবোৰক একপদ ৰাশি বোলে। যেনে -
2x2, 3xy, 6x2, 2xy .......... ইত্যাদি
দ্বিপদ ৰাশিঃ দুটা পদ থকা ৰাশিবোৰক দ্বিপদ ৰাশি বোলে। যেনে -
2x2 + 4x, 3x + 3xy, 6x2 - 2xy ............. ইত্যাদি
ত্ৰিপদ ৰাশিঃ তিনিটা পদ থকা ৰাশি ত্ৰিপদ ৰাশি বোলা হয়। যেনে -
2x2 + 3xy + 2xy, 3x2y + 2x + xy ............ ইত্যাদি
বহুপদ ৰাশিঃ দুটা বা ততোধিক পদ থকা ৰাশিক বহুপদ ৰাশি বুলি কোৱা হয়। যেনে -
x2 + y2 + 2xy + x2 + y2 - 2xy, 2x2 + 3xy + 2xy + 3x2y + 2x + xy ............. ইত্যাদি
উদাহৰণঃ তলৰ বহুপদসমূহৰ পৰা একপদ, দ্বিপদ, আৰু ত্ৰিপদ বাচি উলিওৱা -
x2 + 3xy, xy2, x3 + y2 - 2xy, y3 - 2x2 + xy, 2y3
উত্তৰঃ
একপদঃ xy2, 2y3
দ্বিপদঃ x2 + 3xy
ত্ৰিপদঃ x3 + y2 - 2xy, y3 - 2x2 + xy
একঘাত পদঃ এটা মাত্ৰাবিশিষ্ট পদক ত্ৰিঘাত পদ বোলা হয়। যেনে - x, y, a, b, c ........... ইত্যাদি
দ্বিঘাত পদঃ দুই মাত্ৰাবিশিষ্ট পদক দ্বিঘাত পদ বুলি কোৱা হয়। যেনে - x2, y2, xy2
ত্ৰিঘাত পদঃ তিনি মাত্ৰাবিশিষ্ট পদক ত্ৰিঘাত পদ বোলা হয়। যেনে - x3, 2x3, xy3
উদাহৰণঃ তলৰ বহুপদবোৰৰ পৰা x2 ৰ সহগ লিখা।
(i) 2 + x2 + x
উত্তৰঃ x2 ৰ সহগ হৈছে 一 1
(ii) 2 - x2 + x3
উত্তৰঃ x2 ৰ সহগ হৈছে 一 (-1)
(iii) π/2x2 + x
উত্তৰঃ x2 ৰ সহগ হৈছে 一 π/2
(iv) √2x - 1
উত্তৰঃ x2 ৰ সহগ হৈছে 一 0
(v) (2x -3)(x2 - 3x + 1)
= 2x3 - 6x2 + 2x - 3x2 + 9x - 3
= 2x3 - 9x2 + 11x - 3
∴ x2 ৰ সহগ হৈছে - ( -9 )
বহুপদৰ শূণ্য়ঃ যি নিৰ্দিষ্ট মানৰ বাবে এটা বহুপদৰ মান শূণ্য় হয়, সেই মানটোক বহুপদটোৰ শূণ্য় বুলি কোৱা হয়। যেনে -
P(x) = 5x3 - 2x2 + 3x - 2 (যদি x ৰ মান 1 হয়)
= 5.13 - 2.12 + 3.1 - 2
= 5.1 - 2.1 + 3 - 2
= 5 - 2 + 1
= 4
এতিয়া, আমি ক'ব পাৰো যে, x = 1 ত p(x) ৰ মান 4।
P(x) = 5x3 - 2x2 + 3x - 2 = 4 ৰ শূণ্য 一 1
উদাহৰণঃ তলৰ সমীকৰণকেইটাৰ শূণ্য় নিৰ্ণয় কৰা —
(i) P(x) = x + 5
উত্তৰঃ P(x) = x + 5 = 0
⇒ x = -5
∴ ইয়াত শূণ্য হৈছে - 5
(ii) P(x) = 2x + 6 = 0
⇒ x = -6/2 = -3
∴ ইয়াত শূণ্য হৈছে 一 -3
(iii) P(x) = 2x2 - 8 = 0
⇒2x2 = 8
⇒ x2 = 8/2
⇒ x = 2
∴ ইয়াত শূণ্য হৈছে 一 2
বহুপদৰ উৎপাদক বিশ্লেষণঃ এটা বহুপদক আন এটা বহুপদৰে হৰণ কৰি উৎপাদক বিশ্লেষণ কৰিব পাৰি। যেনে p(x) ক g(x) ৰ দ্বাৰা হৰণ কৰি উৎপাদক বিশ্লেষণ কৰা হৈছে
(i) P(x) = x + 3x2 - 1
⇒ P(x) = 3x2 + x - 1
g(x) = 1 + x
⇒ g(x) = x + 1
উত্তৰঃ


(iii) x2 - y2 = (x + y)(x - y)R.H.S; (x + y)(x - y)= x2 - xy + xy - y2 = x2 - y2 = L.H.S
(iv) (x + y + z)2 = x2 + y2 + z2 + 2xy + 2yz + 2xzL.H.S; (x + y + z)2 = (x + y + z)(x + y + z)= x2 + xy + xz + xy + y2 + yz + xz + zy + z2 = x2 + y2 + z2 + 2xy + 2yz + 2xz= R.H.S
(v) (x + y)3 = x3 + y3 + 3xy(x + y)L.H.S; (x + y)3 = (x + y)(x + y)2 = (x + y)(x2 + y2 + 2xy)= x3 + xy2 + 2x2y + x2y + y3 + 2xy2 = x3 + y3 + 3x2y+ 3xy2= x3 + y3 + 3xy(x + y)= R.H.S
- Hiru Moni Bora