সংশ্লিষ্ট ধাৰণা

প্ৰশ্নাৱলী

1. বিনিময় প্ৰথা কি?

What is barter system?

2. বিনিময় প্ৰথাৰ মূল অসুবিধাসমূহ কি?

What are the difficulties of barter system?

3. মুদ্ৰাষ্ফীতি কি?

What is inflation?

4. মুদ্ৰাষ্ফীতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

Mention the characteristics of inflation?

5. মুদ্ৰাষ্ফীতিৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

What are the Different types of inflation?

6. উৎপাদনৰ ওপৰত মুদ্ৰাষ্ফীতিৰ প্ৰভাৱসমূহ কি?

Discuss the effects of inflation on production?

7. বিতৰণৰ ওপৰত মুদ্ৰাষ্ফীতিৰ প্ৰভাৱসমূহ কি?

What are the effects of inflation on distribution?

8. মুদ্ৰাষ্ফীতিৰ ফলত অৰ্থনীতিত কি কি প্ৰতিক্ৰিয়া হয় ব্যাখ্যা কৰা।

Discuss the effect of inflation in an economy?

9. মুদ্ৰাষ্ফীতি নিয়ন্ত্ৰণৰ ব্যৱস্থাবোৰ কি কি আলোচনা কৰা।

Discuss the various measures to control inflation?

10. বাণিজ্য চক্ৰ বুলিলে কি বুজা?

What do you mean by trade cycle?

11. বাণিজ্য চক্ৰৰ বৈশিষ্ট্যসমূহ কি কি?

What are the characteristics of trade cycle?

12. বাণিজ্য চক্ৰৰ বিভিন্ন পৰ্য্যায়সমূহ ব্যাখ্যা কৰা?

Discuss the different phases of trade cycle?

13. তলত দিয়াবোৰৰ অৰ্থ দিয়া-

Give the meaning of the following-

(a) অভাৱৰ সংগতিহীনতা (Lack of double coincidence of wants.)

(b) স্থগিত লেনদেন নিষ্পতিকৰণ (Deferred payments.)

(c) মুক্ত মুদ্ৰাষ্ফীতি (Open inflation.)

(d) অৱদমিত মুদ্ৰাষ্ফীতি (Suppressed inflation.)

(e) চাহিদাজনিত মুদ্ৰাষ্ফীতি (Demand pull inflation.)

(f) ব্যয়জনিত মুদ্ৰাষ্ফীতি (Cost pull inflation.)

(g) ঘাটি প্ৰনোদিত মুদ্ৰাষ্ফীতি (Deficit induced inflation.)

(h) মন্দাৱস্থা (Depression.)

(i) পুনৰুত্থান (Recovery or revival.)

(j) সমৃদ্ধি অৱস্থা (Prosperity phase.)

(k) অৱনতি (Recession.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type Himanku Bora