ন্যায়পালিকা, ন্যায়িক সমীক্ষা আৰু ন্যায়িক সক্ৰিয়তা

প্ৰশ্নাৱলী

১। ভাৰতীয় সংবিধানৰ অভিভাৱকৰূপে উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ পৰীক্ষা কৰা। (Examine the role of the Supreme Court as the guardian of the Indian Constitution.)

২। ভাৰতীয় বিচাৰ-ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the characteristics of the Indian Judicial System.

৩। ভাৰতীয় ন্যায়পালিকাৰ স্বাধীনতা সম্পৰ্কে এটি টোকা লিখা।

Write a note on the independence of the Indian Judiciary.

৪। ন্যায়পালিকাৰ স্বাধীনতা সুনিশ্চিত কৰিবৰ বাবে সংবিধানে গ্ৰহণ কৰা ব্যৱস্থাসমূহ বিচাৰ কৰা।

Examine the measures adopted in the Constitution of India to safeguard the independence of Judiciary.

৫। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the composition, powers and functions of the Supreme Court of India.

৬। মৌলিক অধিকাৰৰ সংৰক্ষণত উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি সংবিধানৰ ৰক্ষকৰূপ উচ্চতম ন্যায়ালয়ৰ ভূমিকা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the role and functions of the Supreme Court as protector of the Constitution, with special reference to its role in protecting Fundamental Rights.

৭। উচ্চ ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

Discuss the composition, powers and functions of a High Court.

৮। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু কাৰ্যাৱলী বিশ্লেষণ কৰা।

Explain the jurisdiction and functions of High Courts in India.

৯। উচ্চতম ন্যায়ালয়ৰ এটি মূল্যায়ন কৰা।

Make an evaluation of the Supreme Court of India.

১০। ভাৰতবৰ্ষৰ নিম্ন আদালতসমূহৰ বিষয়ে এটি টোকা লিখe।

Write a note on the Sub-ordinate Courts of India.

১১। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ বিষয়ে আলোচনা কৰা।

Discuss the power of 'judicial review' of the Supreme Court of India.

১২। উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়ালয়ৰ স্থিতিৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি ভাৰতৰ ন্যায়পালিকাৰ গঠন সম্পৰ্কে আলোচনা কৰা। (Discuss the organization of judiciary in India with speical reference to the position of the Supreme Court and the High Courts.)

১৩। ন্যায়পালিকাৰ সক্ৰিয়তাৰ ধাৰণাৰ ব্যাখ্যা কৰা।

Explain the concepts of Judicial Activism.

১৪। ন্যায়পালিকাৰ সক্ৰিয়তাৰ সপক্ষে যুক্তি দিয়া।

Give arguments in favour of Judicial Activism.

১৫। ন্যায়পালিকাৰ সক্ৰিয়তাৰ বিৰুদ্ধে যুক্তি দিয়া।

Give arguments against Judicial Activism.

১৬। সংবিধানৰ অভিভাৱক হিচাবে উচ্চতম ন্যায়ালয়ৰ ভূমিকা আলোচনা কৰা।

Discuss the role of the Supreme Court as the Guardian of the Indian Constitution.

১৭। ভাৰতৰ বিচাৰ বিভাগৰ সমস্কাৰৰ ওপৰত এটা টোকা লিখা। (Write a note on Judicial Reform in India.)

১৮। ১৯৮৫ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সভাপতিত্বত অনুষ্ঠিত কৰা কমিটিয়ে গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ব্যাখ্যা কৰা।

Explain the proposals that were accepted in the meeting under the Chairmanship of Prime nMinister Rajib Gandhi in 1985.

১৯। বিচাৰ বিভাগৰ সমস্কাৰৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা। (Suggest measures for Judicial Reforms in India.)

২০। ন্যায়িক সক্ৰিয়তাৰ সপক্ষে দুটা যুক্তি আগবঢ়োৱা।

Write two arguments in favour of judicial activism.

২১। চমুটোকা লিখা (Write notes on)ঃ

(ক) জনহিত গেচৰ (Public Interest Litigation [PIL])

(ক) ন্যায়পালিকাৰ আত্মসীমিতকৰণ (Judicial self-restraint)

(গ) ন্যায়পালিকাৰ সক্ৰিয়তাৰ গুৰুত্ব (Importancde of Judicial Activesm)

(ঘ) ভাৰতত ন্যায়িক সক্ৰিয়তা (Judicial Activism in India.)

(ঙ) ন্যায়িক সমীক্ষা (Judicial review)

(চ) ভাৰতৰ ন্যায়িক ব্যৱস্থা (Indian Judicial System)

(ছ) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অব্যাহতি দিয়াৰ উপায়

(Procedure for judges of the Supreme Court)

(জ) উচ্চতম ন্যায়ালয়ৰ সীমাবদ্ধতা (Limitations of the Powers of the bSuprime Court)

(ঝ) উচ্চ ন্যায়ালয় (High Court)

(ঞ) সংবিধানৰ ব্যাখ্যাকাৰী হিচাপে উচ্চতম ন্যায়ালয়ৰ ভূমিকা।

Role of the Supreme Court as Interpreter of the Constitution.

(ট) ৰাজহ আদালত (Revenue Courts)

২২। চাইমন কমিছনে কোন চনত ভাৰতবৰ্ষত পদাৰ্পন কৰিছিল? (In which year was the Simon Commission arrived in India?)

২৩। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ উচ্চ ন্যায়ালয়সমূহৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে। (The Chief Justice of Supreme Court appoints the Juidges of High Courts in India.)

Type Himanku Bora