কেন্দ্ৰীয় কাৰ্যপালিকা
প্ৰশ্নাৱলী
১। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজৰ সম্পৰ্কৰ বিশেষ উদ্ধৃতি দি ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা। (Discuss the powers and functions of the President of India with special reference to the relationship between the President and the Prime Minister.)
উত্তৰঃ
২। কেনে পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে? ৰাষ্ট্ৰীয় জৰুৰী অৱস্থাৰ ফলশ্ৰুতি কি? বৰ্ণনা কৰা। (Under what circumstances the President of India can declare Emergency? What are the effects of National Emergency? Describe.)
উত্তৰঃ
৩। কেন্দ্ৰীয় সংসদৰ সৈতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ সম্পৰ্ক আলোচনা কৰা। (Discuss rhe relationship of the President and the Prime Minister with the Union Parliament.)
উত্তৰঃ
৪। ভাৰতত ৰাষ্ট্ৰপতি আৰু সংসদৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। (Examine the relationship between the President and the Parliament in India.)
উত্তৰঃ
৫। সংসদ আৰু কেন্দ্ৰীয় মন্ত্ৰীপৰি,দৰ মাজৰ সম্বন্ধৰ এটি চমু টোকা লিখা। (Write a short note on the relation between the Parliament and the Union Council of Ministers.)
উত্তৰঃ
৬। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি ব্যাখ্যা কৰা।
Explain the procedure for the election of the President of India.
উত্তৰঃ
৭। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ আলোচনা কৰা।
Discuss the 'Emergency Powers' of the President of India.
উত্তৰঃ
৮। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। (Describe the powers and functions of the President of India.)
উত্তৰঃ
৯। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ সাংবিধানিক পদমৰ্যাদা আলোচনা কৰা।
Discuss the Constitutional position of the President of India.
উত্তৰঃ
১০। ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতিক কেনেকৈ নিবাৰ্চিত কৰা হয়? তেওঁৰ ক্ষমতা আৰু কাৰ্যাৱলী কি কি? (How is the Vice-President of India elected? What are his powers and functions?)
উত্তৰঃ
১১। ৰাষ্ট্ৰপতিৰ ক্ষমতা কাৰ্যাৱলীৰ এটি মূল্যায়ন কৰা।
Evaluate the powers and functions of the President of India.
উত্তৰঃ
১২। ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতাৰ এটি মূল্যায়ন কৰা। (Make an estimate of the Emergency Powers of the President of India.)
উত্তৰঃ
১৩। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
Discuss the organization and functions of Union council of Ministers.
উত্তৰঃ
১৪। কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ কেনেকৈ গঠন কৰা হয়? ইয়াৰ গুৰুত্ব আলোচনা কৰা।
How is the Union Council of Ministers constituted? Discuss its importanc.
উত্তৰঃ
১৫। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। Discuss the powers and functions of the Union Council of Ministers.
উত্তৰঃ
১৬। ভাৰতবৰ্ষৰ কেবিনেট ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
Discuss the characteristics of the Cabinet System of India.
উত্তৰঃ
১৭। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক কেনেকৈনিয়োগ কৰা হয়? কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। (How is the Prime Minister of India appointed? Discuss his role in the Union Cabinet.)
উত্তৰঃ
১৮। ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চৰকাৰপ্ৰধান হিচাপে পালন কৰা ভূমিকাৰ বিষয়ে আলোচনা কৰা।
Discuss the role of the Indian Prime Minister as the head of the Government.
উত্তৰঃ
১৯। প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিশেষ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী পৰীক্ষা কৰা। (Examine the Powers and functions of the Prime Minister with special reference to the relationship between the Prime Minister and the Union Council of Ministers.)
উত্তৰঃ
২০। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত প্ৰধানমন্ত্ৰীভূমিকাৰ বিষয়ে আলোচনা কৰা।
Discuss the role of Prime Minister of India in the Indian Political System.
উত্তৰঃ
২১। প্ৰধানমন্ত্ৰীৰ সাংবিধানিক পদমৰ্যাদাৰ বিষয়ে এটি টোকা লিখা।
Write a note on the Constitutional position of the Prime Minister.
উত্তৰঃ
২২। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা।
Discuss the relationship between the Prime Minister and the President of India.
উত্তৰঃ
২৩। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিভিন্ন ক্ষমতা, কাৰ্যাৱলী আৰু সাংবিধানিক পদমৰ্যাদাৰ পৰ্যাদালোচনা কৰা। (Analyse the powers, functions and constitutional position of the Prime Minister of India.)
উত্তৰঃ
২৪। ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ দুটা ক্ষমতা লিখা।
Write two powers of the Vice-President of India.
উত্তৰঃ
২৫। ৰাষ্ট্ৰপতিৰ জৰুৰী অৱস্থা ঘোষণা কৰা ক্ষমতাৰ তিনিটা নীতি সমালোচনা কৰা।
Write three criticisms of the imposition of emergency powers by the President.
উত্তৰঃ
২৬। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। (Examine the relationship between Prime Minister and the Council of Ministers.)
উত্তৰঃ
২৭। ভাৰতীয় ৰাজনৈতিক পদ্ধতিত ৰাজ্যপালৰ ভূমিকা আলোচনা কৰা। (Discuss the role of the Governor in the Indian political system.)
উত্তৰঃ
২৮। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদটো সুনিশ্চিত কৰা কৰা হৈছে? (According to which article of the Indian Constitution there shall be a President of India?)
উত্তৰঃ
Question Type By- Himanku Bora
0 Comments