অধ্য়ায় ২  


দৰ্শনৰ বিভিন্ন ভাৰতীয় সম্প্ৰদায়বোৰ আৰু শিক্ষা

(i) অতি চমু প্ৰশ্ন (Very Short Questions)

১। ভাৰতীয় দৰ্শন শব্দৰ অৰ্থ কি?

What is the meaning of the term 'India Philosophy"?

Answer-  

২। ভাৰতীয় দৰ্শনৰ এটা বৈশিষ্ট্য় উল্লেখ কৰা।

Mention one characteristic of Indian Philosophy.

Answer-

৩। বেদ মানে কি?

What is Veda.

Answer- 

৪। মন্ত্ৰ মানে কি? 

What is mantras?

Answer- 

৫। উপনিষদ কি?

What is Upanishads?

Answer- গুৰুৰ ওচৰত বহি লাভ কৰা জ্ঞানক উপনিষদ বোলে।

৬। যোগ মানে কি?

What is Yoga?

Answer-

৭। যোগ দৰ্শন সৃষ্টিকৰ্তা কোন?

Who was the creator of Yoga Philosophy?

Answer- যোগ দৰ্শন সৃষ্টিকৰ্তা হ'ল -মহৰ্ষি পতঞ্জলি।

৮। হঠ যোগ কি?

What is Hatha Yoga?

Answer-

৯। ৰাজযোগ কি?

What is Raja Yoga?

Answer-

১০। বৌদ্ধ দৰ্শনৰ সৃষ্টিকৰ্তা কোন?

Who was the creator of Buddhist Philosophy?

Answer- বৌদ্ধ দৰ্শনৰ সৃষ্টিকৰ্তা  হ'ল বৌদ্ধ দেৱ।

১১। বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা কি কি?

What are two main parts of Buddhist Philosophy?

Answer- বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা হ'ল- 

১২। বৌদ্ধ শিক্ষাৰ কেন্দ্ৰ কি আছিল?

What were the centres of Buddhist education?

Answer-

১৩। বৌদ্ধ শিক্ষাৰ শিক্ষাদান পদ্ধতি কি আছিল?

What were the teaching methods of Buddhist education?

Answer-

(ii) চমু প্ৰশ্ন (Short Questions)

১। ভাৰতীয় দৰ্শনৰ পাঁচটা প্ৰধান বৈশিষ্ট্য় আলোচনা কৰা।

Discuss five main charactertics of Indian Philosophy.

Answer- ভাৰতীয় দৰ্শনৰ পাঁচটা প্ৰধান বৈশিষ্ট্য় তলত আলোচনা হ'ল-

(১) ভাৰতীয় দৰ্শনৰ প্ৰথমটো লক্ষণ ইয়াৰ ব্যৱহাৰিক দৃষ্টিভংগী। বাস্তৱ জীৱনক নিয়ন্ত্ৰিত কৰি লক্ষ্যত উপনীত হোৱাটোৱেই হ'ল মূল কথা।

 (২) ভাৰতীয় দৰ্শনৰ ধাৰণাটোৱে জাগতিক নিয়ম কানুনৰ ওপৰত গভীৰভাৱে প্রতিষ্ঠিত। এই ধাৰণাটো চাৰ্বাক সম্প্ৰদায়ৰ বাহিৰে সকলো সম্প্রদায়ে মানি বিশ্বাস ৰাখে। ভাৰতীয় দৰ্শনৰ আধ্যাত্মিক পটভূমি এই নিয়ম-শৃঙ্খলাৰ ওপৰতেই লৈছে।

(৩) ভাৰতীয় দৰ্শনে কর্মবাদৰ ওপৰটো গভীৰভাৱে বিশ্বাস কৰে। এনে কাৰণতে নৈতিক শৃঙ্খলাক জীৱন আৰু জগত পৰিচালনাৰ নীতি হিচাপে ভাৰতীয় দর্শনে মানি লয়। সৎকর্ম, অসৎকর্ম আদিৰ ফলাফল সম্পর্কে ভাৰতীয় দৰ্শনে বিস্তাৰিত আলোচনা দাঙি ধৰিছে।

(৪) ভাৰতীয় দৰ্শনৰ ধাৰণাটোৱে কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি পুৰুষকাৰক প্রাধান্য দিছে। আপোন পৌৰুষৰ দ্বাৰা নিজৰ ভাগ্য সৃষ্টি কৰাটোৱেই হ'ল পুৰুষকাৰক। ই নিজৰ বৰ্তমান আৰু ভৱিষ্যতক নিৰ্ধৰণ কৰে।

(৫) ভাৰতীয় দৰ্শনত পৰম নিত্য শুদ্ধ সত্বাৰ স্বীকাৰ কৰা হয়। সেই শুদ্ধ সত্বাটোৱে হৈছে চৈতন্য স্বৰূপ আত্মা অথবা পুৰুষ। নিত্য পৰম অস্তিত্বই হৈছে আত্মা আৰু আত্মাই হৈছে একমাত্র সত্য।

(৬) ভাৰতীয় দৰ্শনে মোক্ষ লাভকেই জীৱনৰ চূড়ান্ত লক্ষ্য বুলি কৈছে। জন্ম-মৃত্যু হ'ল এটা ভৱচক্ৰ। ইয়াৰ পৰা হাত সাৰিব পাৰিলেই মোক্ষ বা নিবাণ লাভ হয়। শুদ্ধ চৈতন্য হৈছে শুখ-দুখ ৰহিত এটা নিৰ্বিকাৰ আনন্দঘণ অৱস্থা। আত্মাৰ স্বৰূপ উপলব্ধি কৰিব পাৰিলেই মুক্তি বা নির্বাণ লাভ হয়।

২। ভাৰতীয় দৰ্শনৰ শ্ৰেণী বিভাজন কৰা।

Explain the classification Of Indian Philosophy?

Answer-

৩। চমুটোকা লিখা (Write short notes on)

(ক) উপনিষদ (Upanishads)

Answer-

(খ) চাৰি বেদ (Four Vedas)

Answer-

(গ) অহিংসাৰ সংজ্ঞা (Definition Of Non-Violence)

Answer-

(ঘ) বৈদিক ধৰ্মগ্ৰন্থ (Vedic Scriptures)

Answer-

৪। বৈদিক দৰ্শনৰ মতে যন্ত্ৰনাৰ পাঁচটা কাৰণ কি কি?

What are the five causes of sufferings according to Vedic Philosophy?

Answer-

৫। বৈদিক দৰ্শনৰ মতে আত্মা আৰু সামাজিক উন্নতিৰ দহটা নীতি উল্লেখ কৰা।

Mention the principles of self and social uplift according to Vedic Philosophy.

Answer-

৬। বৈদিক দৰ্শন অনুসৰি শিক্ষাৰ লক্ষণবোৰ কি কি আছিল?

What are the aims of education according to Vedic philosophy? 

Answer-

৭। ৰাজযোগৰ ওপৰত এটা টোকা লিখা।

Write a note on Raja Yoga.

Answer-

৮। অষ্টাংগ যোগ কি?

What is eight fold means of Yoga?

Answer-

৯। যোগ শিক্ষাৰ বৈশিষ্ট্য়বোৰ কি কি?

What are the features of Yoga education?

Answer-

১০। বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য় কি কি?

What are the four noble truth of Buddhism.

Answer-

(iii) দীঘল প্ৰশ্ন (Long Questions)

১। বৈদিক সম্প্ৰদায়ৰক দৰ্শনৰ ভাববোৰ বৰ্ণনা কৰা।

Explain the types of Vedic Schools of Philosophy.

Answer-

২। বৈদিক দৰ্শনৰ মতে শিক্ষাৰ বিভিন্ন দিশবোৰ বৰ্ণনা কৰা।

Explain the different aspects of education according to Vedic Philosophy.

Answer-

৩। ৰাজযোগ আৰু হঠযোগ কেনেকৈ লাভ কৰিব পাৰি? বৰ্ণনা কৰা।

Explain to attain Raja Yoga And Hatha Yoga? Explain.

Answer-

৪। যোগ দৰ্শন আৰু শিক্ষা সম্বন্ধে বৰ্ণনা কৰা।

Explain about Yoga philosophy and education.

Answer-

৫। বৌদ্ধিক দৰ্শনৰ মৌলিক ধাৰণা লিখা। বুদ্ধৰ দৰ্শনৰ প্ৰধান নীতি চাৰিটা বৰ্ণনা কৰা।

Write the basic concept Buddhist Philosophy. Explain the four basic principles of Buddhism.

Answer-

৬। শিক্ষাত বৌদ্ধ দৰ্শনৰ প্ৰভাৱ আলোচনা কৰা।

Discuss the influence of Buddhis an education.

Answer- 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)