অধ্য়ায় ৩
 


পশ্চিমীয়া দৰ্শনৰ বিভিন্ন সম্প্ৰদায়বোৰ আৰু শিক্ষা

(i) অতি চমু প্ৰশ্ন (Very Short Questions)

১। আদৰ্শবাদ শব্দটো কি কি শব্দৰ পৰা উৎপত্তি হৈছে?

From Which Words the term 'idealism' has derived'?

Answer- 

২। 'মন' আৰু 'পদাৰ্থ' কোনটোৰ ওপৰত আদৰ্শবাদে অধিক গুৰুত্ব দিয়ে?

Whom does Idealism give more priority "Mind" or 'Matters'.?

Answer-

৩। আদৰ্শবাদে আধ্য়াত্মিকতাৰ ওপৰত বিশ্বাস কৰেনে?

Does the Idealism believe in spiritualism?

Answer-

৪। প্ৰকৃতিবাদ কি?
 
What is naturalism?

Answer-

৫। 'শিশু-কেন্দ্ৰ' এই শব্দ যুগল প্ৰথম কোনে ব্য়ৱহাৰ কৰিছিল?

Who used the term 'child-centre' first?

Answer-

৬। 'মানুহ স্বাধীন হৈয়ে জন্ম হয়, সেয়ে সি এটা স্বাধীন জীৱন-যাপন কৰা উচিত'-কথাষাৰ কোনে কাক কৈছিল?

'Man is born free, so he should lead a free life'- who said this?

Answer-

৭। ভৌতিক প্ৰকৃতিবাদৰ পৃষ্ঠপোষক কোন আছিল?

Who was the exponent of  physical naturalism?

Answer-

৮। জৈৱিক প্ৰকৃতিবাদৰ পৃষ্ঠপোষক কোন আছিল?

Who was the exponent of biological naturalism?

Answer-

৯। প্ৰয়োগবাদীৰ মতে শিক্ষাৰ চূড়ান্ত লক্ষ্য় কি?

What is ultimate aim of education according to pragmatism?

Answer-

১০।'প্ৰয়োগবাদী দাৰ্শনিক সকল বাহ্য়িক অনুশাসনৰ পক্ষপাতি নহয়'- শুদ্ধ নে অশুদ্ধ লিখা।

'Pragmatic philosophers are not supporter of external discipline'- Write true or false.

Answer-

১১। সামাজিক অনুশাসন কি?

What is social discipline?

Answer-

১২। শিক্ষক সম্পৰ্কত প্ৰয়োগবাদী সকলৰ মতামত কি?

What is the oppinion of pragmatists about the teacher?

Answer-

১৩। Pragmatism শব্দটো কি ভাষাৰ পৰা উদ্ভাৱ হৈছে?

From which language the word pragmatism is derived?

Answer-

১৪। 'Pragma' শব্দৰ অৰ্থ কি?

What is the meaning of 'Pragma'?

Answer-

১৫। মানৱতাবাদী প্ৰয়োগবাদ কি?

What is Humanistic Pragmatism?

Answer-

১৬। জৈৱিক প্ৰয়োগবাদ বুলিলে কি বুজা?

What do you mean by Biological pragmatism?

Answer-


১৭। প্ৰয়োগবাদৰ এটা সংজ্ঞা দিয়া।

Give me a definition of Pragmatism.

Answer-

১৮। প্ৰয়োগবাদত উপযোগিতাৰ নীতি বুলিলে কি বুজা?

What do you mean by principle of utility in Pragmatism?

Answer-

(ii) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answers)

১। আদৰ্শবাদৰ প্ৰকাৰসমূহ বিষয়ে চমুকৈ লিখা।

Write briefly the types of idealism?

Answer-

২। বহুত্ববাদী ভাৱবাদ কি?

What is Pluralistic idealism?

Answer-

৩। প্লেটোৰ আদৰ্শবাদী ধাৰণাৰ বিষয়ে লিখা।

Write about the  idealistic concept of Plato.

Answer-

৪। চমুটোকা লিখা (Write short notes)

(ক) আদৰ্শবাদ আৰু পাঠ্যক্ৰম

Idealism and curriculum.

Answer-

(খ) আদৰ্শবাদ আৰু শিক্ষাদান পদ্ধতি

Idealism and Teaching method.

Answer-

(গ) আধ্য়াত্মিক মূল্য়বোধ

Spiritual Values.

Answer-

(ঘ) বৈচিত্ৰ্য়তাৰ মাজত ঐক্য়

Unity in diversity

Answer-

(ঙ) আদৰ্শবাদী শিক্ষাৰ লক্ষ্য়

Idealistic aim of education.

Answer-

৫। প্ৰকৃতিবাদ দৰ্শনৰ মতে শিক্ষাৰ লক্ষ্য় কি হোৱা উচিত?

What should be the aims of education according to Naturalism?

Answer-

৬। চমুটোকা লিখা (Write short notes)

(ক) প্ৰকৃতিবাদৰ গুৰুত্ব

Importance of nturalism

Answer-

(খ) প্ৰকৃতিবদা ৱআৰু পাঠ্যক্ৰম

Naturalism and curriculum

Answer-

(গ) প্ৰকৃতিবাদ আৰু শিক্ষক

Naturalism and Teacher

Answer-

(ঘ) প্ৰকৃতিবাদ আৰু শিক্ষাৰ লক্ষ্য়

Naturalism and aims of education.

Answer-

৭। প্ৰয়োগবাদৰ ভাগ কেইটা লিখা।

Write the types of Pragmatism.

Answer-

৮। প্ৰয়োগবাদক কিয় 'পৰীক্ষণবাদ' বুলি কোৱা হয়?

Why Pragmatism is called Experimentalism.

Answer-

৯। প্ৰয়োগবাদৰ তিনিটা পু্ৰধান নীতিৰ বিষয়ে লিখা।

Write three main principles of Pragmatism.

Answer-

১০। প্ৰয়োগবাদৰ যিকোনো পাঁচা বৈশিষ্ট্য় চমুকৈ লিখা।

Write briefly any five  characteristics of pragmastism.

Answer-

১১। প্ৰয়োগবাদ আৰু অনুশাসনৰ ধাৰণা সম্পৰ্কে লিখা।

Write about the pragmatism and concept of discipline.

Answer-

১২। প্ৰয়োগবাদৰ মতে শিক্ষকৰ ভূমিকা কেনে হোৱা উচিত?

What should be the role of teacher according to pragmatism?

Answer-

১৩। প্ৰয়োগবাদৰ সৱল দিশকেইটা উল্লেখ কৰা।

Mention the merits of pragmatism.

Answer-

১৪। প্ৰয়োগবাদৰ দুৰ্বল দিশকেইটা উল্লেখ কৰা।

Mention the demerits of pragmatism.

Answer-

(iii) দীঘল প্ৰশ্ন (Long Questions)

১। আদৰ্শবাদৰ মূল বৈশিষ্ট্য়সমূহৰ বিষয়ে আলোচনা কৰা।

Discuss about the main characteristics of Idealism.

Answer-

২। আদৰ্শবাদৰ মৌলিক নীতিবোৰ বৰ্ণনা কৰা।

Explain the basic principles of idealism.

Answer-

৩। আদৰ্শবাদৰ এটা সমালোনাত্মক আলোচনা আগবঢ়োৱা।

Make a critical analysis of idealism.

Answer-

৪। বৰ্তমান শি৭া ব্য়ৱস্থাত আদৰ্শবাদী দৰ্শনৰ প্ৰাসংগিতা সম্পৰ্কে লিখা।

Write down the relevance of idealism in present education system.

Answer-

৫। প্ৰকৃতিবাদী শিক্ষাৰ মূল বৈশিষ্ট্য়সমূহৰ বিষয়ে আলোচনা কৰা।

Discuss about the chief characteristics of Naturalism education.

Answer-

৬। প্ৰকৃতিবাদী দৰ্শনৰ সবল আৰু দুৰ্বল দিশসমূহৰ এটি খতিয়ান দাঙি ধৰা।

Give an account  of merits and demerits of Naturalism.

Answer-

৭। প্ৰকৃতিবাদী দৰ্শন কি? এই দৰ্শনৰ মূলনীতি সমূহৰ বাখ্য়া দাঙি ধৰা।

What is naturalism? What explanation  about the main principles of this philosophy.

Answer-

৮। আধুনিক শিক্ষা ব্য়ৱস্থাত প্ৰকৃতিবাদী দৰ্শনৰ প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দিয়া।

Give an account of the influence of naturalism is modern education system.

Answer-

৯। প্ৰয়োগবাদী সকলৰ মতে শিক্ষাৰ লক্ষ্য় সম্পৰ্কে লিখা।

Write aims  of education according to Pragmatists.

Answer-

১০। প্ৰয়োগবাদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্য়সমূহৰ বিষয়ে আলোচনা কৰা।

Discuss the characteristics of Pragmatic education.

Answer-

১১। প্ৰয়োগবাদী দাৰ্শনিক সকলৰ মতে পাঠ্যক্ৰম পস্তুতিৰ নীতি সমূহৰ বিষয়ে লিখা।

Write the principles of preparing curriculum according to pragmatic philosophers.

Answer-

১২। শিক্ষাত প্ৰয়োগবাদৰ সমালোচনাত্মক মূল্য়ায়ণ আগবঢ়োৱা।

Critically evaluate the Pragmatism in education.

Answer-

১৩। আধুনিক শিক্ষাত প্ৰয়োগবাদ দৰ্শনৰ অৱদান সম্পৰ্কে আলোচনা কৰা।

Discuss the contribution of pragmatism in modern education.

Answer-

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)