স্বাধীন ভাৰতৰ পৰা বৰ্তমানলৈ উপ-ৰাষ্ট্ৰপতি সকল
সৰ্বপল্লী ৰাধাকৃষ্ণণঃ
ভাৰতৰ প্ৰথম উপ- ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লীৰাধাকৃষ্ণণ তেখেতৰ কাৰ্যকাল আছিল ১৯৫২ চন আৰু কাৰ্যকাল সমাপ্তি হয় ১৯৬২ চনত
জাকিৰ হুছেইনঃ
ভাৰতৰ দ্বিতীয় উপ- ৰাষ্ট্ৰপতি আছিল জাকিৰ হুছেইন তেকেতৰ কাৰ্যকাল আছিল ১৯৬২ চন আৰু তেকেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৬৭ চনত।
বৰাহগিৰি ভেংকটগিৰিঃ
ভাৰতৰ তৃতীয় উপ- ৰাষ্ট্ৰপতি আছিল বৰাহগিৰি ভেংকটগিৰি তেখেতৰ কাৰ্যকাল আছিল ১৯৬৭ চন আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৬৯ চনত।
জি এছ পাঠকঃ
ভাৰতৰ চতুৰ্থ উপ- ৰাষ্ট্ৰপতি আছিল জি এছ পাঠক তেখেতৰ কাৰ্যকাল আছিল ১৯৬৯ চন আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৭৪ চনত।
বি ডি জাট্টিঃ
ভাৰতৰ পঞ্চম উপ- ৰাষ্ট্ৰপতি আছিল বি ডি জাট্টি তেখেতৰ কাৰ্যকাল আছিল ১৯৭৪ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৭৮ চনত।
মহম্মদ হেদায়তুল্লাঃ
ভাৰতৰ ষষ্ঠ উপ- ৰাষ্ট্ৰপতি আছিল মহম্মদ হেদায়তুল্লা তেখেতৰ কাৰ্যকাল আছিল ১৯৭৮ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৮৪ চনত।
ৰামস্বামী ভেংকটৰমণঃ
ভাৰতৰ সপ্তম উপ- ৰাষ্ট্ৰপতি আছিল ৰামস্বামী ভেংকটৰমণ তেখেতৰ কাৰ্যকাল আছিল ১৯৮৪ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৮৭ চনত।
শংকৰ দয়াল শৰ্মাঃ
ভাৰতৰ অষ্টম উপ- ৰাষ্ট্ৰপতি আছিল শংকৰ দয়াল শৰ্মা তেকেতৰ কাৰ্যকাল আছিল ১৯৮৭ চন আৰু তেকেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৯২ চনত।
কে আৰু নাৰায়ণঃ
ভাৰতৰ নৱম উপ- ৰাষ্ট্ৰপতি আছিল কে আৰু নাৰায়ণ তেখেতৰ কাৰ্যকাল আছিল ১৯৯২ চনত আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ১৯৯৭ চনত।
কৃষ্ণ কান্তঃ ভাৰতৰ দশম উপ- ৰাষ্ট্ৰপতি আছিল কৃষ্ণ কান্ত তেখেতৰ কাৰ্যকাল আছিল ১৯৯৭ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ২০০২ চনত।
ভেৰ সিং শ্বেখাৱটঃ
ভাৰতৰ একাদশ উপ- ৰাষ্ট্ৰপতি আছিল ভেৰ' সি শ্বেখাৱট তেখেতৰ কাৰ্যকাল আছিল ২০০২ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ২০০৭ চনত।
মহম্মদ হামিদ আনছাৰিঃ
ভাৰতৰ দাদশ উপ- ৰাষ্ট্ৰপতি আছিল মহম্মদ হামিদ আনছাৰি তেকেতৰ কাৰ্যকাল আছিল ২০০৭ চন আৰু তেখেতৰ কাৰ্যকাল সমাপ্তি ঘটে ২০১২ চনত।
এম. ভেংকায়া নাইডুকঃ
ভাৰতৰ বৰ্তমান উপ- ৰাষ্ট্ৰপতি হয় আছে এম, ভেংকায়া নাইডুক তেকেতৰ কাৰ্যকাল আৰম্ভ হয় ২০১৭ চনৰ পৰা বৰ্তমানলৈকে।
Type: Sumit Patar