বিভিন্ন প্ৰকাৰৰ বেংক

প্ৰশ্নাৱলী

1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

Answer the following questions-

a. ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

What is the Name of Central Bank of India?

b. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হয়?

When was R B I established?

c. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয়?

When was R B I nationalished?

d. পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি?

What is the name of oldest Central Bank of the world?

e. আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হয়?

When was Regional Rural Bank established? 

f. ভাৰতীয় উদ্যোগিক বিত্ত নিগম কেতিয়া স্থাপন কৰা হয়? 

Whan was I F C I established? 

g. ভাৰতীয় উদ্যোগিক বিকাশ বেংক কেতিয়া প্রতিষ্ঠা কৰা হয়?

Whan was I D B I established?

h. ৰাষ্ট্ৰীয় কৃষি আৰু গ্রামােনন্নয়ন বেংক কেতিয়া স্থাপন কৰা হয়? 

When was NABARD established?

i. কোন বছৰত প্রথম মাটী বন্ধকী বেংক স্থাপন কৰা হয়?

In which year the first Land Mortagage Bank was established? 

j. আন্তর্জাতিক পুনৰ গঠন আৰু উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হয়? 

When was IBRD established? 

k. আন্তর্জাতিক পুনৰ গঠন আৰু উন্নয়ন বেংকে কেতিয়া কাৰ্য আৰম্ভ কৰে? 

When did IBRD start functioning? 

1. আন্তর্জাতিক মুদ্রা নিধি কেতিয়া স্থাপন কৰা হয়? 

When was IMF established? 

m. আন্তর্জাতিক মুদ্রা নিধিয়ে কেতিয়া কাৰ্য আৰম্ভ কৰে? 

When did IMF start functioning? 

n. আন্তর্জাতিক উন্নয়ন সংস্থা কেতিয়া প্রতিষ্ঠা কৰা হয়? 

When was IDA established? 

o. আন্তর্জাতিক বিত্ত নিগম কেতিয়া স্থাপন কৰা হয়? 

When was IFC established? 

p. ৰপ্তানি-আমদানি বেংক কেতিয়া স্থাপন কৰা হয়? 

When was EXIM Bank established? 

2. বিভিন্ন প্রকাৰৰ বেংকৰ নাম উল্লেখ কৰা। 

Mention the different types of Bank?

3. কেন্দ্রীয় বেংক বুলিলে তুমি কি বুজা? 

What do you mean by central Bank: 

4. বাণিজ্যিক বেংক কি? What is commercial Bank 

5. খুচুৰা বেংকিং কি? What is Retail Banking? 

6. খুচুৰা বেংকিং প্রকৃতি আৰু বৈশিষ্ট্য বর্ণনা কৰা। 

Explain the nature and features of Retail Banking 

7. বিনিময় বেংক কি? What is Exchange Bank? 

8. আঞ্চলিক গ্রাম্য বেংক কি? What is Regional Rural Bank?

9. আন্তর্জাতিক গ্রাম্য বেংকৰ বৈশিষ্ট্য সমূহ উল্লেখ কৰা।

Mention the characteristics of Regional Rural Bank? 

10. আঞ্চলিক গ্রাম্য বেংকৰ মূল উদ্দেশ্য সমূহ কি?

What are main objectives of Regional Rural Bank?

11. আঞ্চলিক গ্রাম্য বেংকৰ ত্রুটিসমূহ উল্লেখ কৰা। 

Mention the defects of RRBs 

12. বিনিয়োগ বেংক কি? What is Investment Bank? 

13. বিনিয়ােগ বেংকৰ প্রকৃতি আৰু বৈশিষ্ট্য সমূহ আলােচনা কৰা। 

Discuss the nature & features of Investment Bank? 

14. উন্নয়নী বেংক কি? What is Development Bank? 

15. উন্নয়নী বেংকৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

Mention the characteristics of Development Bank? 

16. ভাৰতীয় উন্নয়নী বেংকৰ গাঁঠনিসমূহ আলােচনা কৰা। 

Discuss the structure of Development Banks in India? 

17. সমবায় বেংক কি? What is cooperative Bank? 

18. সমবায় বেংকৰ গাঁঠনি আলােচনা কৰা। 

Discuss the structure of cooperative Bank? 

19. কৃষিবেংক কি? What is Agricultural Banks? 

20. কৃষি বেংকৰ বৈশিষ্ট্য সমূহ বর্ণনা কৰা। 

Explain the characteristics of Agricultural Banks?

21. খিলঞ্জীয়া বেংক কি? What is Indigenous Bank? 

22. খিলঞ্জীয়া বেংকাৰৰ বিভিন্ন কার্যসমূহ কি? 

What are the various functions of Indiginous Banks? 

23. খিলঞ্জীয়া বেংকাৰৰ গুৰুত্বসমূহ আলােচনা কৰা? 

Discuss the importance of Indigenous Bankers? 

24. খিলঞ্জীয়া বেংকাৰৰ ত্রুটিসমূহ উল্লেখ কৰা? 

Mention the defects of Indigenous Bankers? 

25. সঞ্চয়ী বেংক কি? What is Saving Banks? 

26. ভূমি উন্নয়নী বেংক কি? What is Land Development Banks? 

27. ভূমি উন্নয়নী বেংকৰ কাৰ্যসমূহ আলােচনা কৰা? 

Discuss the functions of Land Development Banks? 

28. আন্তর্জাতিক বেংক কি? What is International Bank? 

29. ৰপ্তানি-আমদানি বেংক কি? What is Export-Import Bank? 

30. ৰপ্তানি-আমদানি বেংকৰ মূল উদ্দেশ্য সমূহ কি? 

What are the main objectives of Export-Import Bank? 

31. ৰপ্তানি-আমদানি বেংকৰ বিভিন্ন কার্যসমূহ আলােচনা কৰা। 

Discuss the various functions of Export-Import Bank? 

32. কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত পার্থক্য সমূহ কি? 

What are the difference between central Bank and commercial Bank? 

32. বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ মাজত পার্থক্য কি? 

What are difference between commercial Bank and cooperative Bank? 

33. তলত দিয়াবােৰৰ অর্থ দিয়া Give the meaning of the following- 

(a) কেন্দ্রীয় বেংক (Central Bank) 

(b) বাণিজ্যিক বেংক (Commercial Bank)

(c) অনুসূচীত বেংক আৰু অনাঅনুসূচীত বেংক (Scheduled & Non-Scheduled Bank) 

(d) বিনিময় বেংক (Exchange Bank) 

(e) পৃষ্ঠপােষক বেংক (Sponsoring Bank) 

(f) প্রাথমিক কৃষি ঋণদান সমিতি (PACS) 

(g) কেন্দ্রীয় সমবায় বেংক (Central cooperative Bank)

(h) ৰাজ্যিক সমবায় বেংক (State coopoerative Bank) 

(i) খিলঞ্জীয়া বেংক (Indigenous Bank) 

(j) বিশ্ব বেংক (World Bank) 

(k) আই . এম.এফ. IMF 

(1) আই.ডি.এ. IDA 

(m) আই.এফ.চি. IFC



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Type Himanku Bora