কেন্দ্ৰীয় বেংকৰ কাৰ্য

প্ৰশ্নাৱলী

1. Answer the following questions:

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

a. What is the name of Central Bank of India?

ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি?

b. What is the name of the oldest central Bank of the World?

পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকৰ নাম কি?

c. When did RBI established?

ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হয়?

d. When did RBI start functioning?

ভাৰতীয় ৰিজাৰ্ভ বেংকে কেতিয়া কাম-কাজ আৰম্ভ কৰে?

e. When was RBI nationalised?

ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয়?

f. Whereis situated the head quarter of RBI?

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?

g. What methods used by RBI for issue of notes?

নোট প্ৰৱৰ্তন কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে কি পদ্ধতি গ্ৰহণ কৰে?

2. What is Central Bank? কেন্দ্ৰীয় বেংক কি?

3. What are the main difference between a Central Bank and a commercial Bank?

কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত থকা মূল পাৰ্থক্য সমূহ কি?

4. Discuss the functions of Central Bank?

কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা?

5. What do You mean by Credit Contral?

ঋণ নিয়ন্ত্ৰণ বুলিলে কি বুজা?

6. What are the objectives of credit contral?

ঋণ নিয়ন্ত্ৰণৰ উদ্দেশ্যসমূহ কি কি?

7. Discuss the methods of credit contral?

ঋণ নিয়ন্ত্ৰণৰ পদ্ধতিসমূহ আলোচনা কৰা।

8. Explain the role of Central Bank in developing countries?

উন্নয়নশীল দেশত কেন্দ্ৰীয় বেংকৰ ভূমিকা বৰ্ণনা কৰা।

9. Write short notes on: চমুটোকা লিখাঃ

a. Statutory Liquidity Ratio (বিধিগত তাৰল্যৰ অনুপাত)

b. Credit contral (ঋণ নিয়ন্ত্ৰণ)

c. Banker's clearing House (বেংকৰ পৰিশোধ ভৱন)

d. Open Market Operation (মুকলি বজাৰৰ লেনদেন)

e. Variable Cash Reserve Ratio (পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাত)

f. Regulation of consumer credit (উপভোক্তাৰ ঋণ নিয়ন্ত্ৰণ)

g. Moral Suasion (নেতিক আবেদন)

10. Explain why the Central Bank is called Banker's Bank?

কেন্দ্ৰীয় বেকক কি অন্যান্য বেংকৰ বেংকাৰ বুলি কোৱা হয় ব্যাখ্যা কৰা।

11. Give the meaning of the following.

তলত দিয়াবোৰৰ অৰ্থ লিখা।

a. Bank Rate (বেংক ৰেট)

b. Marginal Requirement (প্ৰান্তি প্ৰয়োজনীয়তা)

c. Rationing of credit (ঋণৰ ৰেছনিং)

d. Direct Action (প্ৰত্যক্ষ কাৰ্যব্যৱস্থা)

e. Banker's clearing house (বেংকৰ পৰিশোধ ভৱন)

f. Cash reserve ratio (নগদ সংৰক্ষণ অনুপাত)

12. Describe the methods of issuing notes by the Central Bank?

কেন্দ্ৰীয় বেংকৰ নোট প্ৰৱৰ্তনৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type Himanku Bora