Chapter 1জৰ্জ এডৱাৰ্ড মূৰ

Goerge Edward Moore


Short Question/ চমু প্ৰশ্নঃ


1. When and where moore was born?

মূৰ কেতিয়া আৰু ক'ত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ দক্ষিণ লণ্ডনত।


2. Was Moore a realist?

মূৰ এজন বাস্তৱবাদী নে?

উত্তৰঃ হয়।


3. Moore's realism is known as naive realism/scientific realism/neo-realism.(Choose the correct answer)

মূৰৰ বাস্তৱবাদক সৰল বাস্তৱবাদ/ বৈজ্ঞানীক বাস্তৱবাদ/ নব্য়-বাস্তৱবাদ বুলি জনা যায়।

উত্তৰঃ নব্য়-বাস্তৱবাদ।

 

4. 'Esse Est percipi'---Who is associated with this statement?

'Esse Est percipi'-- উক্তিটোৰ লগত জড়িত দাৰ্শনিক গৰাকী কোন?

উত্তৰঃ বাৰ্কলি।


5. What are the three possible meaning of the copular 'is'?

সংযোজক 'হয়' ৰ তিনিটা সম্ভাৱ্য় অৰ্থ কি কি?

উত্তৰঃ সংযোজক 'হয়' ৰ তিনিটা সম্ভাৱ্য় অৰ্থ হল

  • প্ৰথমতে, সংযোজক 'is' য়ে 'esse' আৰু 'Percipi' ৰ সম্পূৰ্ণ অভেদ্য়তা বুজাব পাৰে।
  • দ্বিতীয়তে, সংযোজক 'is' য়ে 'esse' আৰু 'Percipi' ৰ আংশিক অভেদ্য়তা বুজাব পাৰে।
  • তৃতীয় অৰ্থত সংযোজক 'is' য়ে 'esse' আৰু 'Percipi' ৰ মাজত অবিচ্ছেদ্য় আৰু অনিবাৰ্য সম্পৰ্কক বুজাব পাৰে।

6. Moore refuted the statement 'Esse Est percipi'/ 'Reality is mental'. (Choose the correct answer)
মূৰে 'Esse Est percipi/ 'Reality is mental' উক্তিটোক খণ্ডন কৰিছে।
উত্তৰঃ মূৰে 'Esse Est percipi খণ্ডন কৰিছে।


7. Moore refuted realism/idealism.(Choose the correct answer)
মূৰে বাস্তৱবাদ/ভাববাদক খণ্ডন কৰিছে।
উত্তৰঃ মূৰে ভাববাদক খণ্ডন কৰিছে।

8. What is the main statement of idealism?
ভাববাদৰ মূল উক্তিটো কি?
উত্তৰঃ ভাববাদৰ মূল উক্তিটো  হল-  'Esse Est percipi' বা অস্তিত্ব প্ৰতক্ষ্য় নিৰ্ভৰ।

9. Berkeley's idealism is called subjective/ objective/ phenomenolistic idealism. (Choose the correct answer)
বাৰ্কলিৰ ভাববাদক আত্মগত/ বস্তুগত/ অৱভাসিক ভাববাদ বুলি কোৱা হয়।
উত্তৰঃ বাৰ্কলিৰ ভাববাদক আত্মগত ভাববাদ বুলি কোৱা হয়।

10. Name any two books of G.E. Moore.
জি.ই. মূৰৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ  জি.ই. মূৰৰ দুখন গ্ৰন্থৰ  হল- 'The Refutation of Idealism'  আৰু 'A Defence of Common Sense'।   

11. Who is the author of 'The Refutation of Idealism'?
'The Refutation of Idealism' ৰ লেখক কোন?
উত্তৰঃ জি.ই. মূৰৰ ।


11. Who is the author of 'Principia Ethica'?
'Principia Ethica' গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ জি.ই. মূৰৰ ।


12. Who Was awarded 'Prize-Fellowship'?
কোন গৰাকী দাৰ্শনিকে 'Prize-Fellowship' পুৰষ্কাৰ লাভ কৰিছিল?
উত্তৰঃ জি.ই. মূৰৰ ।

13. Who is the author of 'Philosophical Studies'?
'Philosophical Studies' গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ জি.ই মূৰ।

14. Who is the author of 'Status of the Sense-data'?
'Status of the Sense-data' ৰ লেখক কোন?
উত্তৰঃ জি.ই. মূৰ।

15. Who was the father of analytic ethics or meta-ethics?
বিশ্লষণাত্মক নীতিশাস্ত্ৰ বা অধিনীতিশাস্ত্ৰৰ জনক কোন?
উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

16. Who was elected as the Chair of Philosophy?
Chair of Philosophy হিচাপে কাৰ নিৰ্বাচন কৰা হৈছিল?
উত্তৰঃ জৰ্জ এডৱাৰ্ড মূৰ।

17. In the article 'The Refutation of Idealism', Moore refuted mainly the idealism of Berkeley/ Hegel/ Plato. (Choose the correct answer)
'The Refutation of Idealism' প্ৰৱন্ধটোত মূৰে প্ৰধানত বাৰ্কলি/ হেগেল/ প্লেটোৰ ভাববাদক খণ্ডন কৰিছে। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ


Broad Questions/ৰচনাধৰ্মী প্ৰশ্নঃ

1.  


                                                                                                                                    




Post ID : DABP004220