Chapter 3 

দ্ৰব্য/সামগ্ৰী বিক্ৰী আইন, ১৯৩০ 

THE SALE OF GOOD ACT,1930

প্ৰশ্নাৱলী 

খালী ঠাই পূৰণ কৰা - 

১। দ্রব্য / সামগ্রী বিক্ৰী আইন , ১৯৩০ সাধাৰণতে ______ বিক্ৰীৰ লগত জড়িত ।

উত্তৰঃ 

২।  বিক্ৰী আইনৰ চুক্তি ____ বা মৌখিক হ’ব পাৰে ।

উত্তৰঃ 

৩।  দ্রব্য বিক্রী চুক্তি এটাত চৰ্তৰ ভংগকৰণে চুক্তি_______ ৰ অধিকাৰ প্ৰদান কৰে ।

উত্তৰঃ 

৪। দ্রব্য বিক্রী চুক্তি এটাত অধ্যাভূতিৰ ভংগকৰণে ________দাবীৰ অধিকাৰ প্ৰদান কৰে । 

উত্তৰঃ 

৫। নিলামত বিক্ৰীৰ ক্ষেত্ৰত _______হাতুৰিৰে কোবাই চুক্তি কৰা হয় ৷

উত্তৰঃ   

শুদ্ধ / অশুদ্ধ নির্ণয় কৰা— 

১। মাটিৰ ওপৰত হোৱা গছ বিক্ৰী কৰাটো দ্রব্য বিক্ৰী চুক্তিৰ অন্তৰ্ভুক্ত ।

উত্তৰঃ  

২। মূল্য বৈধ বিক্রী চুক্তিৰ উপাদান নহয় ৷

উত্তৰঃ  

৩ । দ্ৰব্য ক্রয় - বিক্রয়ৰ বিনিময়ত যদিহে কোনো প্রতিদান প্ৰদান কৰা নহয় , তেতিয়া তাক উপহাৰ হিচাপে গণ্য কৰা হয় ৷

উত্তৰঃ 

 ৪ । বিক্রী চুক্তিত জড়িত সকলো চৰ্তাৰোপণেই সমানে গুৰুত্বপূৰ্ণ নহয় ৷ 

উত্তৰঃ 

৫। দ্রব্য বিক্ৰী আইন , ১৯৩০ ৰ ২৭ ধাৰাত গৰাকীবিহীন সামগ্ৰীৰ বিক্ৰীৰ বিষয়ে দিয়া আছে ।

উত্তৰঃ 


তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া— 

১। বিক্ৰী চুক্তিৰ অর্থ লিখা। 

উত্তৰঃ 

২। ধাৰণা দিয়াঃ ( ক ) চূড়ান্ত বিক্রী ( খ ) বিক্ৰী বন্দোবস্ত । 

৩। এটা বিক্ৰী চুক্তিৰ প্ৰয়োজনীয় উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা । 

৪। পার্থক্য দেখুওৱা— 

( ক ) বিক্ৰী বনাম বিক্রী বন্দোবস্ত ৷

উত্তৰঃ 

( খ ) বিক্ৰী বনাম জামিন ।

উত্তৰঃ  

( গ ) বিক্ৰী বনাম ভাড়া - ক্রয়

উত্তৰঃ  

( ঘ ) বিক্ৰী বনাম বন্ধকী 

উত্তৰঃ 

( ঙ ) বিক্ৰী বনাম কাম আৰু শ্ৰমৰ চুক্তি ।

উত্তৰঃ  

৫ । ১৯৩০ ৰ বিক্ৰী চুক্তিৰ অধীনত দ্রব্য সামগ্ৰী সমূহৰ শ্ৰেণী বিভাজন দেখুওৱা ।

উত্তৰঃ 

 ৬। বিক্ৰী চুক্তিৰ অধীনত ‘ মূল্য ’ বুলিলে কি বুজা । মূল্য স্থীৰকৰণৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা ।

উত্তৰঃ  

৭ । চৰ্ত আৰু অধ্যাভূতিৰ ধাৰণা দিয়া । চৰ্ত আৰু অধ্যাভূতিৰ প্ৰয়োজনীয় উপাদানসমূহ উল্লেখ কৰা ।

উত্তৰঃ 

৮। অৰ্ন্তনিহিত চৰ্ত আৰু অৰ্ন্তনিহিত অধ্যাভূতি কি ? চৰ্ত আৰু অধ্যাভূতিৰ মাজত থকা প্ৰভেদসমূহ লিখা ।

উত্তৰঃ  

৯। ১৯৩০ ৰ দ্ৰব্য সামগ্রী বিক্ৰী আইনৰ সন্নিবিষ্ট থকা বিভিন্ন ধৰণৰ অৰ্ন্তনিহিত চৰ্তসমূহ আলোচনা কৰা । 

উত্তৰঃ 

১০। ক্ৰেতাৰ সতর্কতা নীতিৰ ওপৰত এটি চমুটোকা লিখা । এই নীতিৰ ব্যতিক্রমসমূহ উল্লেখ কৰা । 

উত্তৰঃ 

১১। মালিকীস্বত্বৰ হস্তান্তৰ কি ? উক্ত আইনৰ অধীনত মালিকীস্বত্বৰ হস্তান্তৰ সম্পৰ্কীয় নীতি নিয়ম সমূহ বর্ণনা কৰা ।

উত্তৰঃ 

 ১২। মালিকবিহীন বিক্রী কি ? এই সংক্রান্তত থকা আইনগত ব্যতিক্রম সমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ  

১৩। বস্তুৰ প্ৰদান / প্ৰেৰণৰ অৰ্থ দিয়া ৷ এনে প্ৰদানৰ বিভিন্ন পদ্ধতি সমূহ উল্লেখ কৰা ) ।

উত্তৰঃ  

১৪। ১৯৩০ ৰ সামগ্ৰী বিক্ৰী আইনৰ অধীনত দ্রব্য সামগ্রী প্রদান সম্পর্কত থকা নিয়মাৱলীসমূহ আলোচনা কৰা ।

উত্তৰঃ 


১৫। অনাদায়ী বিক্রেতা কোন ? অনাদায়ী বিক্ৰেতাৰ অধিকাৰ সমূহৰ সংক্ষেপে আলোচনা কৰা । 

উত্তৰঃ 

১৬। বিক্ৰী চুক্তি ভংগৰ পৰিণতিসমূহ বর্ণনা কৰা । 

উত্তৰঃ 

১৭। নিলাম বিক্রী কি ? ১৯৩০ চনৰ দ্ৰব্য সামগ্রী বিক্ৰী আইনৰ অধীনত নিলাম বিক্রী সম্বন্ধে থকা নিয়মসমূহ লিখা ।

উত্তৰঃ  

১৮। A য়ে B ৰ ওচৰত কাশ্মিৰী চুৱেটাৰ বিক্ৰীৰ চুক্তি কৰে যদিহে শীত কালত তেওঁ কাশ্মিৰলৈ যায় । এই চুক্তিটো কি প্ৰকৃতিৰ সামগ্ৰী বিক্ৰী চুক্তি কৰাৰ চুক্তি ?

উত্তৰঃ 

 ১৯। 200 বস্তা নিমখ বিক্ৰীৰ বাবে x য়ে y ৰ লগত চুক্তি কৰে । x ৰ অজ্ঞাতভাবে বিক্ৰীৰ পূৰ্বে ৭৫ বস্তা নিমখ চুৰি হয় । প্রশ্ন হ’ল y য়ে চুক্তিটো বাতিল কৰিবনে ? বাকী থকা বস্তাখিনি y ক্ৰয় কৰাটো বাধ্যতামূলক নে ? 

উত্তৰঃ 

২০। A য়ে তেওঁৰ বাগিছাত গজা বন্ধা কবি ১০০ কুইণ্টল B ৰ ওচৰত বিক্ৰীৰ চুক্তি কৰে । A য়ে তেওঁৰ বাগিছাত ১০০ কুইণ্টলতকৈওঁ অধিক বন্ধাকবি ৰোপন কৰাৰ ব্যৱস্থা হাতত লয় । কিন্তু শস্যসমূহত পোকে ধৰে আৰু মাত্র ৬০ কুইণ্টল বন্ধাকবি A য়ে B ক দিবলৈ সক্ষম হয় । এই ক্ষেত্ৰত A ক দায়বদ্ধ কৰিব পৰা যায়নে ?

উত্তৰঃ  

২১। S য়ে T ৰ ওচৰত ভ্ৰমণৰ উপযুক্ত এখন মটৰ গাড়ী বিছাৰি আবেদন কৰে । ( t ) য়ে কয় যে ইয়াৰ বাবে জীপচী গাড়ী উপযুক্ত হ’ব । গতিকে S ক এখন নমুনা দেখুৱায় ৷ S য়ে জীপচী গাড়ীখনৰ নিৰ্দেশ দিয়ে আৰু ভ্ৰমণৰ সময়ত দেখে যে এইখন উপযুক্ত নহয় । এই ক্ষেত্ৰত S ৰ কৰণীয় কি ? 

উত্তৰঃ 

২২। x য়ে y ৰ বেকাৰীৰ পৰা এটা কেক ক্রয় কৰে । কেকটোত এটা শিল থকাত x ৰ এটা দাত ভাঙে । এই ক্ষেত্ৰত y ক দায়ী সাব্যস্ত কৰিব পাৰিনে ?

উত্তৰঃ 


২৩। A য়ে ১০ দিনৰ পিছত ফিৎ দিয়াৰ চুক্তিত বিক্ৰী আৰু ফিৎ চুক্তিত এটা ঘোড়া ক্রয় কৰে । ঘোড়াটো ১০ দিনৰ দিনা কোনো দোষ নথকা স্বত্বেও মৰি থাকে । এই ক্ষেত্ৰত বিক্রেতাই ইয়াৰ মূল্য ( a ) ৰ পৰা আদায় কৰিব পাৰিবনে ? 

উত্তৰঃ

২৪। ( a ) য়ে ( b ) ৰ ওচৰত ১২০০ টন কয়লা মাহে ১০০ টন কিস্তি হিচাপে প্ৰদান কৰা এক চুক্তি কৰে । কিস্তি হিচাপে ৩ মাহ কয়লা দিয়াৰ পিছত ( a ) য়ে ( b ) ক কয়লা দিয়াটো বন্ধ কৰে । অস্বীকাৰৰ পিছত ( a ) আৰু 

( b ) ৰ অধিকাৰ কি হ’ব লিখা । 

উত্তৰঃ 

২৫। ( a ) য়ে এখন ফটোৰ বাবদ ৫০০০ টকাৰ নিলাম প্ৰস্তাৱ ৰাখে । কিন্তু হাতুৰীৰ কোব পৰাৰ পূৰ্বেই ই বন্ধ হয় । বিক্ৰীৰ এটা চৰ্ত আছিল যে এবাৰ প্ৰস্তাৱ দিলে সি অগ্রাহ্য নহয় ৷ যিটো চৰ্ত ( a ) য়ে জানিছিল ৷ এই সংক্ৰান্তত ( a ) আৰু নিলামকাৰীৰ অধিকাৰ আলচ কৰা ।

উত্তৰঃ 


Type: Krishna Bora  






Post ID : DABP005366