উৎপাদনী ব্যয়

[Cost of Production] 

প্ৰশ্নাৱলী

১। উৎপাদনী ব্যয় বুলিলে কি বুজা ? আর্থিক ব্যয় আৰু প্ৰকৃত ব্যয়ৰ পাৰ্থক্য বিচাৰ কৰা ৷ 

(What do you mean by cost of production ? Distinguish between money cost and real cost.) 

উত্তৰঃ 

২। চিত্ৰৰ সহায়ত প্রান্তিক ব্যয় আৰু গড় ব্যয়ৰ সম্পৰ্ক ব্যাখ্যা কৰা । 

(Explain the relation between marginal cost and average cost with the help of diagram) .

উত্তৰঃ 

৩ । উৎপাদন প্ৰতিষ্ঠানৰ হ্ৰস্বকালীন গড় ব্যয় ৰেখাৰ আকৃতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । হস্বকালীন গড় স্থিৰ ব্যয়ৰেখা কিয় অর্ধবৃত্ত আকৃতিৰ হয় ? 

 Explain the shape of short - run cost curve with the help of a diagram . Why the short - run average fixed curve takes the shape of a rectangular hypeperbola ?

উত্তৰঃ  

৪। প্রান্তিক আৰু প্রান্তিক ব্যয়ৰ সমতাৰ ভিত্তিত এখন উৎপাদন প্রতিষ্ঠানে কেনেকৈ সৰ্বাধিক লাভ উপার্জন বিন্দুত উপনীত হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । 

Explain with the help of diagram how a firm attain the condition of maximum profit on the basis of equality between marginal cost and merginal revenue . 

উত্তৰঃ 

৫।প্রমাণ কৰা যে উৎপাদন প্রতিষ্ঠানৰ প্ৰাস্তিক ব্যয় ৰেখাই হৈছে উদ্যোগৰ হ্ৰস্বকালীন যোগান ৰেখা । উদ্যোগৰ যোগান ৰেখা কোনখন বজাৰত প্রযোজ্য হয় ?

 Prove that the marginal cost curve of a firm is the short - run supply curve of the industry . In which type of market the concept of supply curve of the industry is applicable ? 

উত্তৰঃ 

৬। উদ্যোগৰ হ্রস্বকালীন ৰেখাৰ আকৃতি চিত্ৰৰ মাধ্যমত ব্যাখ্যা কৰা । 

Explain the shape of short - run supply curve of a industry with the help of diagram . 

উত্তৰঃ 

৭। পৰিসৰৰ মিতব্যয়িতা বুলিলে কি বুজা ? বৃহৎ উৎপাদন প্রতিষ্ঠানে উপভোগ কৰা আভ্যন্তৰীণ সুবিধাবোৰ কি কি ?

 What do you mean by economies of scale ? What are the internal economies enjoyed by a large scale firm ? Distinguish between internal and external economies . In what ways the economies and diseconomies of scale influence cost curves ?

উত্তৰঃ  

৯৷ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া । Answer the following : 

( ক ) সুযোগ ব্যয় কাক বোলে ? What is opportunity cost ? 

উত্তৰঃ

( খ ) স্থিৰ ব্যয় আৰু পৰিৱৰ্তনীয় ব্যয়ৰ পাৰ্থক্য কি ? 

(What is difference between fixed cost and variable cost ? )

উত্তৰঃ 

( গ ) এইটো সঁচানে দীর্ঘকালত কোনো স্থিৰ ব্যয় নাথাকে ? 

(Is it true that in the long run there is no fixed cost ? )

উত্তৰঃ 

( ঘ ) উৎপাদন প্রান্তিক ব্যয় ৰেখাই ইয়াৰ হ্ৰস্বকালীন যোগান ৰেখা — ব্যাখ্যা কৰা । 

The marginal cost curve of a firm is its short - run supply curve Explain .

উত্তৰঃ 


Type: Krishna Bora  




Post ID : DABP005192