Chapter 2 

চাহিদা আৰু যোগান

(Demand and Supply)

প্ৰশ্নাৱলী 

১। চাহিদাৰ সংজ্ঞা দিয়া । চাহিদা নিৰ্ণয়কাৰী চাৰিটা উপাদানৰ বিষয়ে ব্যাখ্যা কৰা । 

Define demand. Explain four determinants of demand. 

উত্তৰঃ 

২। চাহিদা বিধিটো এখন আনুমানিক তালিকা আৰু চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । 

Explain the law of demand with the help of an imaginary table and diagram. 

উত্তৰঃ

৩। চাহিদা পৰিমাণৰ পৰিৱৰ্তনৰ মাজত পাৰ্থক্য চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । 

Distinguish between change in quantiy demands and change in demand with the help of diagram. 

উত্তৰঃ 

৪। চাহিদা বিধিৰ প্ৰধান সীমাৱদ্ধতা বা ব্যতিক্ৰমকেইটা ব্যাখ্যা কৰা । 

Explain the main limitation of the law of demand. 

উত্তৰঃ

৫। নিকৃষ্ট দ্ৰব্য আৰু স্বাভাৱিক দ্ৰব্যৰ পাৰ্থক্য কি? উপযুক্ত উদাহৰণৰ সহায়ত দুয়োটাৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা । 

Distinguish between Inferior goods and Normal goods with the help of an example. 

উত্তৰঃ 

৬। চাহিদা ৰেখা ইয়াৰ মূল স্থানৰ সোঁ আৰু বাঁওদিশে কি অৱস্থাত স্থানান্তৰ হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।

Explain with the help of diagram the condition under which the demand curve shift to the right or left of the original demand curve. 

৭। যোগান বুলিলে কি বুজা ? এখন আনুমানিক তালিকাৰ আৰু চিত্ৰৰ ভিত্তিত যোগানৰ বিধিটো ব্যাখ্যা কৰা ।

Define supply. Explain the law of supply with the help of an imaginary table. 

উত্তৰঃ 

৮। যোগানৰ সম্প্ৰসাৰণ-সংকোচন আৰু হ্ৰাস- বৃদ্ধিৰ মাজত থকা পাৰ্থক্য উদাহৰণসমূহ ব্যাখ্যা কৰা ।

Explain with the help of an example the distination between extersion-contraction  and increase-decrease in supply. 

উত্তৰঃ

৯। বজাৰৰ চাহিদা আৰু যোগানৰ ভিত্তিত ভাৰসমতা কেনেকৈ নিৰ্ণয় হয়, তাক এখন তালিকা আৰু ইয়াৰ ভিত্তিত এটা চিত্ৰ উপস্থাপন কৰি ব্যাখ্যা কৰা । 

Explain with the help of a table and a diagram based on it how market equilibrium is determined.

উত্তৰঃ

১০। চাহিদা বিধিটো ৰৈখিক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা । চাহিদা ৰেখাডাল কিয় সোঁফালে তললৈ নামি আহে ?

Explain the law of demand with the help of diagram. why demad curve shift to the right? 

উত্তৰঃ 

১১। চাহিদা ৰেখাৰ ঢাল স্বাভাৱিক বস্তুৰ ক্ষেত্ৰত কিয় ঋণাত্মক হয়, ব্যাখ্যা কৰা । গিফেন দ্ৰব্যৰ চাহিদা ৰেখাৰ ঢাল কিয় ঋণাত্মক নহয় ?

Why demand curve of a normal good has a negative slope? Why the slope of the demand curve of Giffen good is not negative?

উত্তৰঃ

চমু প্ৰশ্ন ( Questions)

১। ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদাৰ পাৰ্থক্য বিচাৰ কৰা ।

Distinguish individual demand and market demand. 

উত্তৰঃ 

২। প্ৰতিকল্পন দ্ৰব্যৰ সংজ্ঞা দিয়া। [ Define Substitute goods.]

উত্তৰঃ 

৩। যদি X দ্ৰব্যৰ দৰ বৃদ্ধি হোৱাৰ কাৰণে Y দ্ৰব্যৰ চাহিদা হ্ৰাস হয়, তেতিয়া দ্ৰব্যদুটাৰ সম্পৰ্ক প্ৰতিকল্পন নে পৰিপূৰক ?

Whether the relation between good X and good Y is substiute or complementary if an increase in price of X leeds to the fall in demand for Y. 

উত্তৰঃ

৪। নিকৃষ্ট দ্ৰব্যৰ সংজ্ঞা দিয়া । [ Define inferior goods .]

উত্তৰঃ

৫। নিকৃষ্ট দ্ৰব্যৰ চাহিদা ৰেখা অংকন কৰা ।[ Draw the demand curve of an inferior goods. ]

উত্তৰঃ

৬। চাহিদা বিধিৰ দুটা অনুমিত স্বাকীৰ্য ব্যাখ্যা কৰা ।

Explain two assumptions of the law of demand. 

উত্তৰঃ 

৭। চাহিদাৰ পৰিৱৰ্তনৰ সংজ্ঞা দিয়া ।

Define a change in demand. 

উত্তৰঃ

৮। যোগানৰ সম্প্ৰসাৰণ-  সংকোচন আৰু হ্ৰাস- বৃদ্ধিৰ মাজত থকা পাৰ্থক্য উদাহৰণসহ ব্যাখ্যা কৰা ।

Explain with the help of an example the distination between extersion-contraction and increase-decrease in supply. 

উত্তৰঃ 

৯। বজাৰৰ চাহিদা আৰু যোগানৰ ভিত্তিত ভাৰসমতা কেনেকৈ নিৰ্ণয় হয়,তাক এখন তালিকা আৰু ইয়াৰ ভিত্তিত এটা চিত্ৰ উপস্থাপন কৰি ব্যাখ্যা কৰা ।

Explain with the help of a table and a diagram based on it how market equilibrium is determined. 

উত্তৰঃ

১০। চাহিদা বিধিটো ৰৈখিক চিত্ৰৰ সহায়ত ব্যাখ্যাকৰা । চাহিদা ৰেখাডাল কিয় সোঁফালে তললৈ নামি আহে ?

Explain the law of demand with the help of diagram. Why demad curve shift to the right? 

উত্তৰঃ

১১। চাহিদা ৰেখাৰ ঢাল স্বাভাৱিক বস্তুৰ ক্ষেত্ৰত কিয় ঋণাত্মক হয়, ব্যাখ্যা কৰা । গিফনে দ্ৰব্যৰ চাহিদা ৰেখাৰ ঢাল কিয় ঋণাত্মক নহয়? 

Why demand curve of a normal good has a negative slope? Why the slope of the demand curve of Giffen good is not negative? 

উত্তৰঃ 

চমু প্ৰশ্ন (Short Questions)

১। ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদাৰ পাৰ্থক্য বিচাৰ কৰা। 

Distinguish between individual demand and market demand.

উত্তৰঃ 

২। প্ৰতিকল্পন দ্ৰব্যৰ সংজ্ঞা দিয়া । [Define Substitute goods.]

উত্তৰঃ

৩। যদি X দ্ৰব্যৰ দৰ বৃদ্ধি হোৱাৰ কাৰণে Y দ্ৰব্যৰ চাহিদা হ্ৰাস হয়, তেতিয়া দ্ৰব্যদুটাৰ সম্পৰ্ক প্ৰতিকল্পন নে পৰিপূৰক ? 

Whether the relation between good X and good Y is substitute or complementary if an increase in price of X leeds to the fall in demand for Y. 

উত্তৰঃ 

৪। নিকৃষ্ট দ্ৰব্যৰ সংজ্ঞা দিয়া । [Define inferior goods.]

উত্তৰঃ 

৫। নিকৃষ্ট দ্ৰব্যৰ চাহিদা ৰেখা অংকন কৰা । [Draw the demand curve of an inferior goods.] 

উত্তৰঃ

৬। চাহিদা বিধিৰ দুটা অনুমতি স্বাকীৰ্য ব্যাখ্যা কৰা । 

Explain tow assumptions of the law of demand. 

উত্তৰঃ 

৭। চাহিদাৰ পৰিৱৰ্তনৰ সংজ্ঞা দিয়া । 

Define a change in demand . 

৮। এটি দ্ৰব্যৰ বজাৰৰ চাহিদা পৰিৱৰ্তন ঘটোৱা দুটা উপাদান উল্লেখ কৰা । 

Mention tow factors that result in market demand. 

উত্তৰঃ 

৯। চাহিদাৰ সম্প্ৰসাৰণ আৰু চাহিদা বৃদ্ধিৰ পাৰ্থক্য বিচাৰ কৰা।

Distinguish between extension and increase in demand.

উত্তৰঃ 

১০। তলত এটা দ্ৰব্যৰ প্ৰতি দুজন উপভোক্তা A আৰু B ৰ লগতে দ্ৰব্যটোৰ বজাৰৰ চাহিদাৰ তালিকা দিয়া আছে। যদি দ্ৰব্যৰ গ্ৰাহক কেৱল ৩ জন বুলি ধৰা হয়, তেতিয়া C ব্যক্তিৰ ব্যক্তিগত চাহিদা কেনে হ'ব তাক তলৰ তালিকাৰ ভিত্তিত দেখুওৱা।

The table below shows the quantity demand by the consumer A and B and their market demand . Let us assume that there is another consumer C whose individual demand in also included in the said market demand schedule. Indicate his demand schedule by filling up the gap of the table.

দৰ

 

6

 

7

 

8

 

9

 

A

 

20

 

18

 

15

 

10

উপভোক্তা

B

 

15

 

14

 

12

 

10

C

বজাৰ চাহিদা (ব্যক্তিগত)

51


46


40

28

১১। যোগান আৰু মজুতৰ পাৰ্থক্য বিচাৰ কৰা ।

Distinguish between Supply and Stocks.

১২। যোগানৰ পৰিমাণৰ পৰিৱৰ্তন আৰু যোগানৰ পৰিৱৰ্তনৰ মাজত থকা পাৰ্থক্য উদাহৰণসহ ব্যাখ্যা কৰা। 

Distinguish between change in demand. 

১৩। তলৰ যোগানৰ অনুসূচীখন পূৰণ কৰা । 

Fill in the following table. 

দ্ৰব্যৰ দৰ (টকা প্ৰতি গোট)

ব্যক্তিগত যোগান

 

বিক্ৰেতা  

বজাৰৰ যোগান

 

 

10

12

14

16

12

20

22

10

18

20

24

16

26

33

48

62

 শুদ্ধ নে অশুদ্ধ কাৰণে দৰ্শোৱা (State true or false)

১। বিজুলী বাতিৰ দাম বৃদ্ধি হ'লে ইয়াৰ চাহিদা ৰেখা বাঁওদিশে স্থানান্তৰ হ'ব ।

When the price of electric bulb rises its demand curve shift to the left. 

২। তিৰ্যক চাহিদা কেৱল প্ৰতিকল্পন দ্ৰব্যৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। 

Cross demand is appliable only to the Substitute goods. 

উত্তৰঃ 

৩। যোগানৰ হ্ৰাস-বৃদ্ধি একেডাল যোগান ৰেখাই প্ৰতিনিধিত্ব কৰে ।

 The increase-decrease in supply in represented by the Same supply curve.

উত্তৰঃ


Type: Krishna Bora





Post ID : DABP005197