Chapter 4

স্থিতিস্থাপকতা 

[Elasticity]

প্ৰশ্নাৱলী  

১। চাহিদাৰ স্থিতিস্থাপকতা প্ৰত্যয়টো ব্যাখ্যা কৰা। দ্ৰব্যৰ দৰ-স্থিতিস্থাপকতা নিৰ্ণয়কাৰী উপাদানসমূহ কি কি ব্যাখ্যা কৰা ।

Explain the concept of price elasticity of demand. what are factors on which price elasticity of demand. What are factors on which price elasticity of demand depend?

উত্তৰঃ 

২।চমুটোকা লিখা (Write Short Notes)

(ক)     চাহিদাৰ দৰ-স্থিতিস্থাপকতা (Price elasticity of Demand)

উত্তৰঃ

(খ)     চাহিদাৰ আয় স্থিতিস্থাপক (Income elasticity of Demand)

উত্তৰঃ

(গ)    চাহিদাৰ তিৰ্যক স্থিতিস্থাপক (Cross elasticity of Demand)

উত্তৰঃ 

৩। উদাহৰণৰ সৈতে স্থিতিস্থাপক আৰু অস্থিতিস্থাপক চাহিদাৰ পাৰ্থক্য দেখুওৱা কোনো  এটা বস্তুৰ স্থিতিস্থাপকতা কি কি উপাদানে নিৰ্ধাৰণ কৰে ।

Distinguish between elastic and Unelastic demand with example. What are the features on which elasticity of demand for a commodity demand ?

উত্তৰঃ 

৪। চাহিদাৰ মূল্য স্থিতিস্থাপকতাৰ পাৰ্থক্য বিচাৰ কৰা । চাহিদাৰ দৰ স্থিতিস্থাপকতা নিৰ্ণয় কৰা বিভিন্ন পদ্ধতিৰ ওপৰত এটা আলোচনা আগবঢ়োৱা । 

Distinguish between price elasticity and income elasticity of demand . Discuss the different methods of determining price elasticity of demand .

উত্তৰঃ  

৫। হিদাৰ আয় স্থিতিস্থাপকতা আৰু তির্যক স্থিতিস্থাপকতা আলোচনা কৰা । চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ণয়কাৰী উপাদানবোৰ ব্যাখ্যা কৰা । Explain Income elasticity and cross elasticity . What are factors on which the elas ticity of demand for a commodity demand ?

উত্তৰঃ  

৬। চাহিদাৰ তির্যক স্থিতিস্থাপকতাৰ সংজ্ঞাটো চিত্ৰসহ ব্যাখ্যা কৰা। 

Explain with the help of a diagram the concept cross elasticity of demand .

উত্তৰঃ  

৭। শুদ্ধ উত্তৰ দিয়া ( Give the correct Answers : ) - 

(ক) চাহিদা ৰেখাৰ মধ্যবিন্দুৰ দৰ স্থিতিস্থাপকতা হ’ব – । ( এক / এককতকৈ সৰু / এককতকৈ ডাঙৰ ) 

At the mid point of demand change price elasticity is ( equal to 1 / less than 1 / more than 1 )

উত্তৰঃ

(খ) একক স্থিতিস্থাপক চাহিদাৰ ক্ষেত্ৰত বস্তুৰ দৰ 7 % হ্রাস পালে ইয়াৰ চাহিদা-  

 In case of unitary elastic demand when price fall by 7 % , its demand will rise by ......

উত্তৰঃ  

৮ । চাহিদাৰ বিন্দু স্থিতিস্থাপকতা আৰু বৃত্তাংশ স্থিতিস্থাপকতাৰ মাজত পাৰ্থক্য দেখুওৱা ।

Distinguish between Point elasticity and arc elasticity of demand.

উত্তৰঃ  

৯। স্থিতিস্থাপক চাহিদা আৰু অস্থিতিস্থাপক চাহিদাৰ প্ৰভেদ দেখুওৱা । 

 Distinguish between elastic and an elastic demand .

উত্তৰঃ  

১০। X অক্ষৰ সমান্তৰাল এডাল চাহিদা ৰেখাৰ আৰু Y অক্ষৰ সমান্তৰাল এডাল চাহিদা ৰেখাৰ স্থিতিস্থাপকতা কিমান ?  

What is the elasticity of demand for a demand curve which is horizontal to X axis and that of a demand curve which in horizontal to Y axes .

উত্তৰঃ

 ১১। তলৰ দ্ৰব্যকেইটাৰ চাহিদা স্থিতিস্থাপক নে অস্থিতিস্থাপক? কাৰণ দৰ্শোৱা । 

(ক) বিদ্যু      (খ) চিগাৰেট      (গ) এজন দৰিদ্ৰ মানুহৰ বাবে মাখন     (গ) তোমাৰ পাঠ্যপুথি 

Give reason whether the demand for the following commodites are elastic or unelastic.

( a ) Electricity ( b ) Cigerattes ( c ) Butter for a poor man ( d ) Your Textbook 

  

১২ ।  দীর্ঘকালত দ্ৰব্যৰ চাহিদাৰ স্থিতিস্থাপকতা বেছি কিয় ?

 Why is the long run the elasticity of demand for commodity is more ? 

উত্তৰঃ 

১৩ । এটা দ্রব্যৰ দৰ 6 টকাৰ পৰা ৪ টকালৈ বৃদ্ধি হোৱা সত্ত্বেও ইয়াৰ চাহিদা অপৰিৱৰ্তিত হৈ আছে । দ্ৰৱ্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা কিমান ? 

What is the price elasticity of demand for commodity when demand remains unchanged inspite of a increase in its price from Rs . 6 per unit to Rs 8 per unit ?

উত্তৰঃ 

১৪। এজন উপভোক্তাই এটা দ্ৰব্যৰ দৰ ৪ টকা থাকেঁাতে ইয়াৰ 10 টা গোট আৰু দ্ৰব্যটোৰ দৰ 6 টকালৈ হ্রাস পাওঁতে চাহিদা 14 টকালৈ বৃদ্ধি পাইছে । দ্ৰব্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা কিমান শতাংশ পদ্ধতিত নির্ণয় 

Using percent method determine the price elasticity of demand for a commodity whose demand remains from 10 to the 14 units as a result of fall in the price from Rs . 8 to Rs.6 per units ?

উত্তৰঃ 

 ১৫ । যোগানৰ দৰ স্থিতিস্থাপকতা বুলিলে কি বুজা ? যোগানৰ স্থিতিস্থাপকতা কেনেকৈ নিৰ্ণয় কৰা হয় ব্যাখ্যা কৰা ৷ 

What do you mean by elasticity of supply ? How it is determined?

উত্তৰঃ 

১৬। একক স্থিতিস্থাপক , এককতকৈ কম আৰু পূর্ণ অস্থিতিস্থাপক যোগান কাক কয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ৷ 

Explain with the help of diagram elasticity of supply equal to 1 , less than 1 and perfectly elastic . 

উত্তৰঃ

১৭। দুডাল যোগান ৰেখাই যদি এডালে আনডালক ছেদ কৰে , তেতিয়া কোনডালৰ যোগানৰ স্থিতিস্থাপকতা অধিক হ’ব চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ৷ 

If the two supply curve intersect one another then which curve will have higher elasticity . Explain with the help of a diagram .

উত্তৰঃ 


Type: Krishna Bora



Post ID :DABP005195