Chapter 4 

[১] অংশীদাৰী আইন  

INDIAN PARTNERSHIP ACT 1932 

প্ৰশ্নাৱলী


তলৰ প্ৰশ্নবোৰৰ শুদ্ধ / অশুদ্ধ বিচাৰ কৰা 

ক ) ভাৰতীয় অংশীদাৰী আইন ১৯৩২ ৰ পূৰ্বে অংশীদাৰী ব্যবসায় সম্পৰ্কীয় ব্যৱস্থাৱলী ইংলেণ্ডৰ অংশদাৰী আইন , ১৮৪৫ ত সন্নিৱিষ্ট আছিল ৷

উত্তৰঃ 

 খ ) অংশীদাৰী চুক্তিপত্র লিখিত হ'বই লাগিব । 

উত্তৰঃ 

 গ ) সংশ্লিষ্ট পক্ষসমূহৰ আচৰণৰ দ্বাৰাও অংশীদাৰিত্বৰ গঠন হ’ব পাৰে ।

উত্তৰঃ  

ঘ )নতুন অংশীদাৰ এজনৰ দায়বদ্ধতা তেওঁ যোগদান কৰিম বুলি ভবা তাৰিখৰ  পৰা আৰম্ভ হয় ।

উত্তৰঃ  

ঙ ) অংশৰ গ্ৰহণ কৰা অংশীদাৰ এজন , তেওঁ ৰাজহুৱকৈ জাননী নিদিয়া পর্যন্ত ব্যৱসায়খনৰ কাৰ্যকলাপৰ বাবে দায়বদ্ধ হৈ থাকিব । 

উত্তৰঃ 

খালী ঠাই পূৰণ কৰা— 

 ক ) অংশীদাৰী আইন ১৯৩২ ধাৰা ______ত অংশীদাৰী ব্যৱসায়ৰ সূত্ৰ দিয়া হৈছে ।

উত্তৰঃ  


(খ) এজন অংশীদাৰৰ দেউলীয়াত্বই স্বয়ংক্রিয়ভাৱে এখন অংশীদাৰী ________ ব্যৱসায়ৰ ঘটাব পাৰে ।

উত্তৰঃ 

গ ) অংশীদাৰী ব্যৱসায়ৰ ________ কাৰ্যালয়ত এনে ব্যৱসায়ৰ পঞ্জীয়ন হয় । 

উত্তৰঃ  

ঘ ) এখন অংশীদাৰী ব্যৱসায়ৰ যিকোনা অংশীদাৰৰ অন্তর্নিহিত কৰ্তৃত্ব সীমিত বা _________ হ'ব পাৰে । 

উত্তৰঃ 

ঙ ) চুক্তিপত্ৰত একো নাথাকিলে , অংশীদাৰে দিয়া অগ্রিম / ঋণৰ ওপৰত সুতৰ হাৰ হ'ব _______শতাংশ ।

উত্তৰঃ  

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া— 

১। অংশীদাৰী প্ৰতিষ্ঠানৰ সুত্ৰ দিয়া— 

উত্তৰঃ 

২ । ভাৰতীয় অংশীদাৰী আইনৰ ধাৰা অনুসৰি অংশীদাৰত্ব বুলিলে কি বুজা ।

উত্তৰঃ 

৩ । অংশীদাৰীত্ব , অংশীদাৰ আৰু প্ৰতিস্থান কি ?

উত্তৰঃ 

 ৪ । অংশীদাৰীত্বৰ বাবে প্রয়োজনীয় উপাদান বা প্রকৃতি সমুহ কি কি ? 

উত্তৰঃ   

৫ । অংশীদাৰী কাৰবাৰ , কাৰবাৰৰ নাম আৰু কাৰবাৰ সংক্ৰান্তত ভাৰতীয় অংশীদাৰী আইনত সন্নিৱিষ্ট নিয়মাৱলী সমুহ লিখা ।

উত্তৰঃ  

৬। তলত দিয়া বোৰৰ পার্থক্য লিখা ? 

( ক ) অংশীদাৰীত্ব আৰু সহ - মালিকানাধীন ব্যৱসায় )

উত্তৰঃ  

( খ ) অংশীদাৰীত্ব আৰু যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়

উত্তৰঃ  

( গ ) অংশীদাৰীত্ব আৰু যৌথ কোম্পানী ) 

উত্তৰঃ 

৭। অংশীদাৰী প্ৰতিষ্ঠানৰ প্ৰকাৰৰ ওপৰত এটি চমুটোকা যুগুত কৰা ৷

উত্তৰঃ  

৮ ৷ তলত দিয়া বোৰৰ সুত্ৰ দিয়া— 

 ( ক ) ইচ্ছাধীন অংশীদাৰী ব্যৱসায 

উত্তৰঃ 

( খ ) নির্দিষ্ট সময় কালীন অংশীদাৰীত্ব

উত্তৰঃ  

( গ ) বিশেষ অংশীদাৰীত্ব

উত্তৰঃ  

( ঘ ) সাধাৰণ অংশীদাৰীত্ব

উত্তৰঃ 


৯। অংশীদাৰী চুক্তি পত্ৰ কি ? ভাৰতীয় অংশীদাৰী আইনৰ আধাৰত ইয়াত সন্নিবিষ্ট বিষয় সমূহ উল্লেখ কৰা ।

উত্তৰঃ  

১০। অংশীদাৰী প্ৰতিষ্ঠানৰ অংশীদাৰ সকলৰ অধিকাৰ আৰু কৰ্তব্য সমূহ বৰ্ণনা কৰা । 

উত্তৰঃ 

১১। তৃতীয় পক্ষৰ লগত অংশীদাৰৰ সম্পৰ্ক সম্বন্ধে আইনত থকা নিয়ম সমূহ লিখা । 

উত্তৰঃ 

১২। অংশীদাৰৰ প্রকাশ্য আৰু অন্তৰ্নিহিত কৰ্তৃত্ব বুলিলে কি বুজা ? 

উত্তৰঃ 

১৩। অন্তর্নিহিত কাৰ্য্যৰ চৰ্ত সমূহ কি ? অন্তর্নিহিত কাৰ্য্যৰ পৰিধি উল্লেখ কৰা ।

উত্তৰঃ  

১৪। অন্তর্নিহিত কৰ্তৃত্বৰ বহির্ভূত কাৰ্য্যসমূহ কি লিখা ? 

উত্তৰঃ 

১৫। অন্তর্নিহিত কৰ্তৃত্বৰ সম্প্ৰসাৰণ বা বাধ্যবাধকতা সম্পর্কে উক্ত আইনৰ ব্যৱস্থাৱলীসমূহ লিখা ।

উত্তৰঃ  

১৬। তৃতীয় পক্ষৰ হকে অংশীদাৰৰ দ্বায়বদ্ধতা সমুহ উল্লেখ কৰা ৷

উত্তৰঃ  

১৭। অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়ন বুলিলে কি বুজা ? উক্ত কাৰবাৰ পঞ্জীয়ন কৰাৰ পদ্ধতি সমূহ আলোচনা কৰা ৷

উত্তৰঃ  

১৮। অংশীদাৰী প্রতিষ্ঠান এখন পঞ্জীয়ন নকৰিলে সম্মুখীন হবলগীয়া পৰিণতি সমূহ চমুকৈ লিখা ৷ 

উত্তৰঃ 

১৯। পঞ্জীয়ন সম্পর্কে থকা আইনগত ব্যতিক্রম সমূহ লিখা ।

উত্তৰঃ 

 ২০। অংশীদাৰী প্ৰতিষ্ঠানৰ বিলুপ্তি বুলিলে কি বুজা ? অংশীদাৰীত্বৰ বিলুপ্তি আৰু প্ৰতিষ্ঠানৰ বিলুপ্তিৰ মাজত থকা পার্থক্য সমূহ লিখা ৷ 

উত্তৰঃ 

২১। আদালতৰ হস্তক্ষেপ অবিহনে প্ৰতিষ্ঠানৰ বিলুপ্তিৰ পদ্ধতিবোৰ কি লিখা । 

উত্তৰঃ

২২। কি কি পৰিস্থিতিত আদালতৰ হস্তক্ষেপৰ দ্বাৰা প্ৰতিষ্ঠান এখনৰ বিলুপ্তি ঘটিব পাৰে চমুকৈ লিখা । 

উত্তৰঃ

২৩। অৱলুপ্তিৰ পিছত অংশীদাৰ সকলে ভোগ কৰা অধিকাৰ সমূহ বর্ণনা কৰা । 

উত্তৰঃ

২৪। অৱলুপ্তিৰ পিছত অংশীদাৰ এজনৰ দেনা - দ্বায়িত্ব সমূহ কি কি ? 

উত্তৰঃ

২৫। অংশীদাৰী প্রতিষ্ঠান এটাৰ অৱলুপ্তিৰ পিছত হিচাপ নিষ্পত্তিৰ সংক্ৰান্তত থকা নিয়মাৱলী সমূহ আলোচনা কৰা ।

উত্তৰঃ 

 ২৬। বিলুপ্তিৰ সময়ত সুনাম বিক্রী সম্বন্ধে থকা আইনগত ব্যৱস্থাৱলীৰ ওপৰত এটি টোকা লিখা ৷

উত্তৰঃ 


Type: Krishna Bora 




Post ID : DABP005367