UNIT-5

Chapter 1

 

[১] হস্তান্তৰযোগ্য দলিল আইন, ১৮৮১

NEGOTIABLE INSTRUMENT ACT, 1881 


অনুশীলনী

(ক) খালী ঠাই পূৰণ কৰা___

১। ______ হৈছে হস্তান্তৰযোগ্য দলিলৰ আটাইতকৈ প্ৰয়োজনীয় বৈশিষ্ট্য । 

উত্তৰঃ 

২। বিনিময় পত্ৰ হৈছে টকা পৰিশোধৰ এখন ______ নিৰ্দেশ । 

উত্তৰঃ 

৩। পৃষ্ঠাংকনত দলিলৰ ______ পিনে পৃষ্ঠাংকনদাতাৰ স্বাক্ষৰ থাকে । 

উত্তৰঃ 

৪। হস্তান্তৰযোগ্য দলিলৰ আইনৰ _____ ধাৰাত চেকৰ সূত্ৰ দিয়া হৈছে । 

উত্তৰঃ 

৫। চেকৰ ক্ষেত্ৰত _______ আৱশ্যকতা আহি নপৰে। 

উত্তৰঃ 

( খ ) শুদ্ধ / অশুদ্ধ লিখা—

 ১। দলিল এখনৰ আংশিক পৃষ্ঠাংকন বৈধ নহয় ।

উত্তৰঃ  

২ । প্রতিশ্রুতি পত্ৰক ৰেখাংকিত কৰিব পাৰি ৷

উত্তৰঃ

 ৩। সকলো ধনাদেশেই বিনিময় পত্র ।

উত্তৰঃ

 ৪। সকলো বিনিময় পত্রই চেক নহয় ।

উত্তৰঃ

৫ । বিনিময় পত্ৰৰ সাধাৰণতে তিনিটা পক্ত থাকে ।

উত্তৰঃ

 ( গ ) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া— 

১। হস্তাস্তযোগ্য দলিলৰ অৰ্থ লিখা । ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা ৷ 

উত্তৰঃ 

২। প্রতিশ্রুতি পত্র কি ? প্রতিশ্রুতি পত্ৰৰ আৰু বিনিময় পত্ৰৰ পাৰ্থক্য লিখা । 

উত্তৰঃ

৩। বিনিয়মপত্র কি ? বিনিময় পত্ৰৰ বৈশিষ্ট্যবোৰ কি ?  ৫ । ৬ । 

উত্তৰঃ

৪ ৷ ধনাদেশ বুলিলে কি বুজা ? ধনাদেশ আৰু বিনিময় পত্ৰৰ পাৰ্থক্যসমূহ লিখা ।

উত্তৰঃ  

৫। চেকৰ ৰেখাংকন বুলিলে কি বজা । উদাহৰণৰ সৈতে ৰেখাংকনৰ প্ৰকাৰসমূহ উল্লেখ কৰা ৷

উত্তৰঃ 

৬। যথাবিহিত ধাৰক কোন ? এনে ধাৰকৰ বিশেষাধিকাৰসমূহ উল্লেখ কৰা ৷

উত্তৰঃ  

৭।পৃষ্ঠাংকন মানে কি ? এই সংক্রান্তত থকা হস্তান্তযোগ্য দলিল আইনৰ নীতি নিয়মসমূহ উল্লেখ কৰা ৷

উত্তৰঃ  

৮ । চেকৰ অগ্রাহ্যকৰণ কি ? চেক অগ্রাহ্যকৰণৰ হেতু বা কাৰকসমূহ লিখা । 

উত্তৰঃ

৯। হস্তান্তৰযোগ্য দলিলৰ প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ

 ১০। ‘ ধাৰক ’ কোন ? ধাৰক এজনৰ অধিকাৰবোৰ কি কি ?

উত্তৰঃ 


Type: Krishna Bora    

 




Post ID : DABP005373