UNIT-5 

Chapter 2  

[২] তথ্যজনাৰ অধিকাৰ আইন, ২০০৫

 RIGHT TO INFORMATION ACT,  ACT 2005 


অনুশীলনী

(ক) শুদ্ধ/ অশুদ্ধ লিখা ___

 ১। তথ্য জনাৰ অধিকাৰ আইন ২০০৫ , জম্মু আৰু কাশ্মীৰতো প্রচলন হয় । 

উত্তৰঃ 

২। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লগবুক আৰু মেমো তথ্যৰ অন্তৰ্ভুক্ত । 

উত্তৰঃ

৩। চৰকাৰৰ পৰোক্ষবা প্রত্যক্ষ হস্তক্ষেপত গঠিত বেচৰকাৰী সংস্থা ৰাজহুৱা কৰ্তৃপক্ষৰ অন্তর্ভুক্ত নহয় । 

উত্তৰঃ


৪ ৷ তথ্যৰ বাবে আবেদন কৰা ব্যক্তিৰ আবেদন অগ্রাহ্য কৰিলে শুদ্ধ তথ্য বিষয়জনে ব্যক্তিজনক জনোৱাৰ আৱশ্যক নাই ।

উত্তৰঃ

 ৫ । লোকসভাৰ বিৰোধী দলপতি কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্ত নিযুক্তিৰ কৰ্তৃপক্ষ  নহয় । 

উত্তৰঃ 

( খ ) খালী ঠাই পূৰ্ণ কৰা—

১। কেন্দ্ৰীয় মুখ্য তথ্য আয়ুক্তজনৰ উচ্চতম বয়স ৭০ বছৰ।

উত্তৰঃ 

২। ৰাজ্যিক তথ্য আয়োগত , ৰাজ্যিক তথ্য আয়ুক্তৰ সংখ্যা ১০ জনৰ অধিক হ’ব  নোৱাৰে ৷ 

উত্তৰঃ 

৩। ৰাজ্যিক মুখ্য তথ্য আয়ুক্তগৰাকীয়ে পুনৰ নিযুক্তিৰ সুবিধা লাভ কৰে । 

উত্তৰঃ 

৪। ৰাজ্যিক তথ্য আয়ুক্তৰ কাৰ্যকাল পাঁচ বছৰৰ অধিক হ'ব পাৰে ।

উত্তৰঃ

 ৫। মুখ্য তথ্য আয়ুক্তজন দেউলীয়া হ'লেও ৰাষ্ট্ৰপতিয়ে তেওঁক অপসাৰণ নকৰিব পাৰে ।

উত্তৰঃ 

 ( গ ) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া— 

১ । তলত দিয়া পদাৱলী সমুহৰ অৰ্থ তথ্যজনাৰ অধিকাৰ আইন ২০০৫ - ৰ অধীনত উল্লেখ কৰা — 


( ১ ) যথোপযুক্ত চৰকাৰ 

উত্তৰঃ

( ২ ) উপযুক্ত কর্তৃপক্ষ 

উত্তৰঃ 

( ৩ ) তথ্য 

উত্তৰঃ 

( ৪ ) ৰাজহুৱা চৰকাৰী কৰ্তৃপক্ষ ।

উত্তৰঃ 

( ৫ ) প্রতিলিপি

উত্তৰঃ

( ৬ ) তথ্যজনাৰ অধিকাৰ

উত্তৰঃ 

২। ৰাজহুৱা / চৰকাৰী কৰ্তৃপক্ষৰ দ্বায়বদ্ধতা সমুহ চমুকৈ লিখা।  

উত্তৰঃ

৩। তথ্য জনাৰ অধিকাৰ আইন ২০০৫ কাৰ্যকৰী হোৱাৰ সময়ত প্ৰকাশ কৰিবলগীয়া ১০ টা প্ৰসংগ উল্লেখ কৰা । 

উত্তৰঃ

৪ । চৰকাৰী তথ্য বিষয়াৰ পদবীৰ সংক্ৰাস্তত থকা নিয়মাৱলী সমূহ চমুকৈ আলোচনা কৰা । 

উত্তৰঃ 

৫ । তথ্য প্রাপ্তিৰ অনুৰোধৰ ক্ষেত্ৰত Right to information Act , 2005 ৰ ৬ নং ধাৰাৰ নিয়ম সমূহ লিখা ।

উত্তৰঃ

৬। তথ্য জনাৰ অ ত থকা ব্যবস্থাৱলী সমূহ কি কি চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ

৭। ৰাজহুৱা কৰ্তৃপক্ষই তথ্য প্রদানত বাধ্যতাৰ সৃষ্টি কৰা বিষয়সমূহ উল্লেখ কৰা । 

উত্তৰঃ

৮। তথ্য পৃথকীকৰণ সংক্রান্তত এই আইনত থকা নিয়মাৱলী সমূহ লিখা ।

উত্তৰঃ 

 ৯। তৃতীয় পক্ষ বুলিলে কি বুজা ? তথ্য জনাৰ অধিকাৰ আইন ২০০৫ অত তৃতীয় পক্ষৰ দ্বাৰা তথ্য সংক্রান্তীয় ব্যবস্থাৱলী সমূহ লিখা ।

উত্তৰঃ 


১০। কেন্দ্রীয় তথ্য আয়োগৰ গঠনৰ ওপৰত এটি টোকা প্রস্তুত কৰা ৷

উত্তৰঃ

 ১১। কেন্দ্ৰীয় তথ্য আয়োগৰ বিষয়ববীয়া সকলৰ সেবাৰ চৰ্ত আৰু কাৰ্য্যকাল সম্পৰ্কীয় নিয়ম ম সমুহ কি কি ? 

উত্তৰঃ

১২। কি কি অজুহাতত মুখ্য তথ্য আয়ুক্ত বা তথ্য আয়ুক্ত সকলক কামৰ পৰা অপসাৰণ কৰাব পৰা যায় , লিখা ।

উত্তৰঃ 

 ১৩৷ ৰাজ্যিক তথ্য আয়োগৰ গঠন সম্পৰ্কে আইনত সন্নিবিষ্ট ব্যৱস্থাৱলী সমূহ বিষদভাবে আলোচনা কৰা ৷ 

উত্তৰঃ

১৪। ৰাজ্যিক তথ্য আয়োগৰ বিষয়াসকলৰ কাৰ্য্যকাল আৰু সেৱাৰ চৰ্তৰ সবিশেষ বর্ণনা কৰা । 

উত্তৰঃ

১৫। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত আৰু ৰাজ্যিক তথ্য আয়ুক্তক তেওঁৰ পদবীৰ পৰা কেতিয়া অপসাৰণ কৰিব পৰা যায় ?

উত্তৰঃ

১৬। তথ্য আয়োগৰ কাৰ্য্য আৰু ক্ষমতা সমূহ বর্ণনা কৰা । 

উত্তৰঃ

১৭। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আপীল কৰাৰ পদ্ধতি সমূহ কি কি ? 

উত্তৰঃ

১৮। আপীল সংক্রান্তত কেন্দ্ৰীয় তথ্য আয়োগ বা ৰাজ্যিক তথ্য আয়োগৰ ক্ষমতাবোৰ উল্লেখ কৰা ৷

উত্তৰঃ ১৯। তথ্য জনাৰ অধীকাৰ আইন ২০০৫ ৰ দণ্ড বা শাস্তি সম্পৰ্কীয় বিধান সমূহ উল্লেখ কৰা । 

উত্তৰঃ 

২০। তলত দিয়াবোৰৰ সম্পূৰ্ণ ৰূপ লিখা— 

Write the full form of the following 

Term                Full form 

RTLA            Right to information Act 

SIC                State    Information    Commission/ Commissioner

SCIC               State  Chief Information Commission 


Type: Krishna Bora 

 

  





Post ID : DABP005375