Chapter 5

হিচাপ পৰীক্ষণ প্ৰতিবেদন

Audit Report



(অ) ১ নং থকা প্রশ্ন (Question having 1 Mark) 

(ক) শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা (Determine True/False)

১) হিচাপ পৰীক্ষাৰ প্ৰতিবেদন হ’ল প্রত্যেক হিচাপ পৰীক্ষাৰেই চূড়ান্ত ফল।  

Audit Report is the final product of every audit.

উত্তৰঃ শুদ্ধ

২) হিচাপ পৰীক্ষাৰ মতামত হিচাপ পৰীক্ষা সম্পাদনৰ এটা স্তৰ নহয়। 

Conclusion of audit is not one of the phases of conducting decision. 

উত্তৰঃ অশুদ্ধ

৩) হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখন নিশ্চয়তাকৰণ সেৱা হিচাপে সিদ্ধান্ত গ্ৰহণৰ অৰ্থে তৃতীয় পক্ষক প্ৰদান কৰা হয়।

The audit report is provided to third parties as an assurnace service for the purpose of making decision.

উত্তৰঃ শুদ্ধ

৪) হিচাপ পৰীক্ষাৰ প্ৰতিবেদন এখনৰ উপযুক্ত শিৰোনামা থাকিব লাগে। 

An audit report must have appropriate title.

উত্তৰঃ শুদ্ধ

৫) হিচাপ পৰীক্ষাৰ প্ৰতিবেদন এখন সম্পূৰ্ণ কৰাৰ কোনো ধৰণৰ নিৰ্দিষ্ট সময় নাথাকে। (অশুদ্ধ) 

There is no definit time frame for completion of auditor report.

৬) কোম্পানীৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখনত পৰিচালনাক সম্বোধন কৰিব লাগিব।

Audit Report of a company must address to the management

উত্তৰঃ অশুদ্ধ

৭) কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ বাবে হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ আৱশ্যকতা নাথাকে। 

There is no importance of audit report for Central and state Government.

উত্তৰঃ অশুদ্ধ

৮) কোম্পানীৰ অংশধাৰকসকলক বোনাচ অংশ পৰিশোধৰ সময়ত হিচাপ পৰীক্ষাৰ প্ৰমাণপত্ৰৰ আৱশ্যক হয়। 

At the time of payment of bonus to company's shareholder Audit certificate is needed.

উত্তৰঃ শুদ্ধ

৯) হিচাপ পৰীক্ষাৰ প্ৰমাণ পত্ৰত প্ৰতিষ্ঠানৰ সামগ্ৰিক হিচাপ অন্তৰ্ভুক্ত হৈ নাথাকে 

Audit certificate does not cover the entitle accounts of the concern. 

উত্তৰঃ শুদ্ধ

১০) GAAPৰ নিৰ্দেশনাৰ ভিত্তিত হিচাপ পৰীক্ষাৰ প্ৰতিবেদন প্রস্তুত কৰা নহয়। 

Audit Report is not prepared in accordance with GAAP. 

উত্তৰঃ  শুদ্ধ

(খ) খালী ঠাই পূৰণ কৰা (Fill up the blank)

১। হিচাপ পৰীক্ষাৰ প্ৰতিবেদন এখনত উদ্দেশধর্মী ________ থাকিব লাগিব। 

The audit report should be based on objective ________ 

উত্তৰঃ সাক্ষ্য (Evidence)

২। হিচাপ পৰীক্ষাৰ প্ৰতিবেদন হ’ল এটা _______ যাৰ দ্বাৰা পৰীক্ষকে হিচাপৰ ওপৰত মতামত প্ৰকাশ কৰে। 

Audit Report is the ________ of expressing opinion on the account audited. 

উত্তৰঃ (Medium)

৩। হিচাপ পৰীক্ষাৰ গুণ নিৰ্ণয় কৰা হয় হিচাপ পৰীক্ষাৰ __________ওপৰত নিৰ্ভৰ কৰি। 

The quality of the audit is judged in accordance with auditing ______ 

উত্তৰঃ মানদণ্ডৰ (Standard)

৪। হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত হিচাপ পৰীক্ষকজনৰ _________ ঠিকনা থাকিব লাগিব। 

Audit Report should contain the auditors _________ address. 

উত্তৰঃ ডাক কাৰ্যালয়ৰ (Postal Office)

৫। _______ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনেই হৈছে কোম্পানীয়ে লাভ কৰা আটাইতকৈ নিম্ন পৰ্যায়ৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন। 

A ________ audit report is the worst audit report a company can recieve. 

উত্তৰঃ দাবীহীন (disclaimer)

৬। হিচাপ পৰীক্ষাৰ প্ৰতিবেদন এখন কোম্পানীৰ ________ নামত বিলি  কৰা হয়।  

Audit Report is addressed to the ________ of the company. 

উত্তৰঃ সদস্যৰ (Member) 

৭। হিচাপ পৰীক্ষা সম্পাদনৰ পিছত বিশেষ বিষয় কিছুমানৰ শুদ্ধতা আৰু সত্যতাৰ নিৰ্দিষ্টকৰণেই হৈছে হিচাপ পৰীক্ষাৰ ______। 

Audit (-) is the confirmation of truth or correctness of specific issues after conducting the audit. 

উত্তৰঃ প্রমাণপত্র (Certificate)

৮। হিচাপ পৰীক্ষণ সম্পাদনৰ পিছত হিচাপ পৰীক্ষক গৰাকীয়ে _______ আৰু ________ বিষয়ে জ্ঞাত কৰোৱাটো আৱশ্যক। 

The auditor is required to state the ________ and ______ while conducting the audit. 

উত্তৰঃ হিচাপ পৰীক্ষাৰ মানদণ্ডৰ আৰু প্ৰকৰণৰ (Auditing standard and practice)

৯। হিচাপ পৰীক্ষাৰ প্ৰতিবেদনখনে কোম্পানীৰ _________ অৱস্থানৰ বিষয়ে চূড়ান্ত সাক্ষ্য দাঙি ধৰে। 

Audit Report proves the conclusive evidence about the company's ______ position. 

উত্তৰঃ বিত্তীয় (Financial)

১০। যেতিয়া হিচাপ পৰীক্ষকে কিছুমান বিশেষ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি মতামত ব্যক্ত কৰে, তেনে মতামতেই হৈছে _______ মতামত। 

When an auditor gives a ________ opinion. 

উত্তৰঃ অৰ্হতাসম্পন্ন (Qualified)

(আ) ১০ নম্বৰৰ দীৰ্ঘ উত্তৰৰ প্ৰশ্ন (Long question having 10 Marks) 

১। হিচাপ পৰীক্ষাৰ প্ৰতিবেদন বুলিলে কি বুজা। ইয়াৰ বৈশিষ্ট্যসমূহ চমুকৈ

লিখা। What do you mean by Audit Report? Write shortly its features.

উত্তৰঃ

২। সুস্থ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ আৱশ্যকীয় উপাদানসমূহ বর্ণনা কৰা। Discuss the essentials of a good Audit Report.

উত্তৰঃ

৩। হিচাপ পৰীক্ষাৰ প্ৰতিবেদনৰ বিষয়বস্তুৰ বিষয়ে সংক্ষেপে উল্লেখ কৰা। Elaborate briefly the contents of Audit Report.

উত্তৰঃ

81 হিচাপ পৰীক্ষণৰ গুৰুত্বৰ ওপৰত এটি টোকা চমুকৈ লিখা। Write a brief note on the importance of Audit Report.

উত্তৰঃ

৫। হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত পৰিস্ফুট হোৱা প্ৰতিচ্ছবি বা তথ্যসমূহ আলোচনা কৰা।

Discuss the facts to be mentioned in Audit Report.

উত্তৰঃ

৬ বিভিন্ন প্ৰকৃতিৰ হিচাপ পৰীক্ষকৰ প্ৰতিবেদনৰ মতামতৰ বিষয়ে সংক্ষেপে আলচ কৰা উদাহৰণৰ সৈতে।

Elaborate with proper example about different types of auditors opinion.

উত্তৰঃ

৭। স্পষ্ট/পৰিষ্কাৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনত, য'ত প্ৰতিষ্ঠানৰ শাখা কাৰ্যালয় নাথাকে তাৰ এখন আৰ্হি প্ৰস্তুত কৰা।

Prepare a specimen of clean or clear report of a company when there is no brance office.

উত্তৰঃ

৮। যিবোৰ পৰিস্থিতিত হিচাপ পৰীক্ষকে তেওঁৰ প্ৰতিবেদন গুণবিশিষ্ট কৰিবলগীয়া হয়, সেইবোৰ উল্লেখ কৰা, লগতে মানযুক্ত প্রতিবেদন প্রস্তুতকৰণৰ বিবেচ্য উপাদানসমূহ লিখা।

Write the situation where the auditor has to qualify his report. Also mention the elements to be considered in qualifying audit report.

উত্তৰঃ

৯। ধনাত্মক প্রতিবেদনৰ মতামত কি? প্রতিকূল আৰু দাবীহীন প্রতিবেদনৰ মতামতৰ বিষয়েচমুকৈ লিখা।

What is negative opinion. Write shortly about the kinds of negative opinion.

উত্তৰঃ 

১০। ঋণাত্মক প্রতিবেদনৰ মতামতৰ ধাৰণা দিয়া। স্পষ্ট/পৰিষ্কাৰ আৰু অৰ্হতাযুক্ত প্রতিবেদনৰ মাজত থকা পার্থক্য লিখা।

Give the concept of negative opinion. Distinguish between clean and qualified report.

উত্তৰঃ

১১। হিচাপ পৰীক্ষাৰ প্ৰমাণ পত্ৰ বুলিলে কি বুজা। এনে প্রমাণ পত্ৰসমূহৰ বিভিন্ন প্ৰকাৰ চমুকৈ বৰ্ণনা কৰা।

What do you mean by Audit Certificate? Discuss elaborately different types of Audit Certificate.

উত্তৰঃ

১২। নির্দেশনাৱলী টোকা কি? এই উদ্দেশ্যত বিলি কৰা আইনী বিধানসমূহ কি কি লিখা।

What is Guidance Note? In this regard write the legal provisions mentioned by ICAI.

উত্তৰঃ

১৩। হিচাপ পৰীক্ষকৰ প্ৰমাণ পত্ৰ কি? হিচাপ পৰীক্ষকৰ প্ৰতিবেদন আৰু হিচাপ পৰীক্ষকৰ প্ৰমাণ পত্ৰৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। 

What is Auditors Certificate? Write the difference between Audit Report and Audit Certificate.

উত্তৰঃ

১৪। হিচাপ পৰীক্ষকৰ প্ৰত্যায়িতকৰণ কি? প্রত্যায়িতকৰণ সেৱাৰ কেইটামান উদাহৰণ দিয়া ।

What is Audit Attestation? Give some examples of Audit Attestation Services.

উত্তৰঃ

১৫। হিচাপৰ প্ৰত্যায়িতকৰণ আৰু প্ৰমাণ পত্র দান একেনে? বাস্তৱ ক্ষেত্ৰত হিচাপ পৰীক্ষাৰ প্ৰত্যায়িতকৰণৰ ওপৰত এটি টোকা লিখা। 

Is Audit Attestation similar to Audit Certificate? Prepare a note about Audit Attestation in practice.

উত্তৰঃ 


Question Type- Ishan Dev Bora..................





Post ID : DABP005176