Chapter 1

হিচাপ পৰীক্ষণৰ ধাৰণা

Auditing Concept

১) খালী ঠাই পূৰ কৰা (Fill up the Blanks)

(ক) ________ হিচাপ পৰীক্ষা নিয়োগকৰ্তাৰ কৰ্মীৰ দ্বাৰা সম্পন্ন কৰা হয়। 

উত্তৰঃ আভ্যন্তৰীণ/ Internal

(খ) আভ্যন্তৰীণ হিচাপ পৰীক্ষাৰ প্ৰতিবেদন _______ ওচৰত দাখিল কৰা হয়। 

উত্তৰঃ পৰিচালনাৰ মুখ্য বিষয়াৰ/Chief of Management team

(গ) কোম্পানী আইন ১৯৫৬ৰ অধীনত পুঞ্জীভুক্ত সকলো কোম্পানীৰ বাবে __________ হিচাপ পৰীক্ষা বাধ্যতামূলক। 

উত্তৰঃ বিধিবদ্ধ/Statutory

ঘ) আই চি এ আইৰ দ্বাৰা বিলিকৃত হিচাপ পৰীক্ষণৰ মানদণ্ড ২০০ এ হিচাপ পৰীক্ষকৰ বাবে প্ৰয়োজনীয় _________ প্ৰসংগৰ লগত জড়িত

উত্তৰঃ  নীতিশাস্ত্রীয়/ Ethical

(ঙ) আই চি এ আইৰ দ্বাৰা প্ৰকাশিত হিচাপ পৰীক্ষণ আৰু নিশ্চিতকৰণৰ মানক-১ _________ বিষয়ৰ লগত সম্পর্কিত।

উত্তৰঃ হিচাপ পৰীক্ষা পৰিচালনাৰ প্রাথমিক নীতি/Basic principles governing an audit

চ) য’ত হিচাপবিদ্যাৰ পৰিসমাপ্তি, হিচাপ পৰীক্ষণৰ _______ ।

উত্তৰঃ  আৰম্ভ/Start

ছ) পাৰিপাৰ্শ্বিক হিচাপ পৰীক্ষণৰ অন্য এটা নাম হ’ল ______ 

উত্তৰঃ সেউজ হিচাপ পৰীক্ষণ/Green Audit

জ) ___________ ভাষাৰ পৰা ইংৰাজী শব্দ ‘অডিট’ৰ উৎপত্তি হয়। 

উত্তৰঃ লেটিন/ Latin

ঝ) হিচাপ পৰীক্ষকজন তেজপিয়া কুকুৰ নহয় ________  কুকুৰহে। 

উত্তৰঃ পহৰাদাৰী/Watch

ঞ) হিচাপ পৰীক্ষণ _________ ‘কৌশলৰ ওপৰত নিৰ্ভৰশীল। 

উত্তৰঃ প্রতিচয়ন/ Sampling

২। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা (True & False)

ক) ব্যক্তিগত আৰু ৰাজহুৱা সকলো প্ৰকাৰৰ প্ৰতিষ্ঠানেই হিচাপ পৰীক্ষণ কৰাটো বাধ্যতামূলক। 

উত্তৰঃ অশুদ্ধ।

খ) আভ্যন্তৰীণ হিচাপ পৰীক্ষা নিয়োগকর্তাৰ কৰ্মচাৰীৰ দ্বাৰা সম্পাদন কৰা হয় 

উত্তৰঃ শুদ্ধ

গ) ভুল-ভ্ৰান্তিৰ প্ৰতিকাৰ আৰু প্ৰতিৰোধেই হৈছে হিচাপ পৰীক্ষণৰ মুখ্য উদ্দেশ্য। 

উত্তৰঃ অশুদ্ধ

ঙ) হিচাপৰ বিবৃতি, দাতা, প্রতিবেদনৰ মৰণোত্তৰ পৰীক্ষাই হৈছে হিচাপ পৰীক্ষণ। 

উত্তৰঃ শুদ্ধ

চ) হিচাপৰ কাৰ্য সম্পাদন কৰা ব্যক্তিয়েই হৈছে হিচাপ পৰীক্ষক। 

উত্তৰঃ অশুদ্ধ

(ছ) ভাৰতবৰ্ষৰ সকলো প্ৰকৃতিৰ কোম্পানীৰ বাবে নিৰৱচ্ছিন্ন হিচাপপৰীক্ষণ বাধ্যতামূলক। 

উত্তৰঃ অশুদ্ধ 

জ) ব্যৱস্থাপনা হিচাপ পৰীক্ষা স্বেচ্ছাকৃত আৰু ইচ্ছাধীন। 

উত্তৰঃ শুদ্ধ

ঝ) হিচাপ পৰীক্ষণে অর্থনৈতিক উদ্দেশ্যৰ প্ৰতিও সঁহাৰি জ্ঞাপন কৰে। 

উত্তৰঃ শুদ্ধ

ঞ) ভাৰত চৰকাৰে ১৯৪৯ চনত চাৰ্টাৰ্ড একাউণ্টেণ্ট এক্ট গৃহীত কৰে। 

উত্তৰঃ শুদ্ধ

৩) দীর্ঘ প্রশ্ন (Long Questions )

ক) ভাৰতবৰ্ষৰ হিচাপ পৰীক্ষণৰ ইতিহাস চমুকৈ বৰ্ণনা কৰা। (Discuss shortly the history of Auditing in India) 

উত্তৰঃ

খ) হিচাপ পৰীক্ষণৰ অৰ্থ লিখা। হিচাপ পৰীক্ষণৰ প্ৰকৃতিসমূহ আলচ কৰা।

(Give the meaning of Auditing. Also mention the nature of Auditing)

উত্তৰঃ

গ) হিচাপ পৰীক্ষাৰ লগত সম্পর্কিত মৌলিক/প্রাথমিক নীতিসমূহ ব্যাখ্যা কৰা।

(State the fundamental principles associated with Auditing)

উত্তৰঃ

ঘ) হিচাপ পৰীক্ষাৰ উদ্দেশ্য বহলাই আলোচনা কৰা। (Explain broadly the objets of Auditing)

উত্তৰঃ

ঙ) হিচাপ পৰীক্ষণৰ সংজ্ঞা লিখা। হিচাপ পৰীক্ষণৰ বৈশিষ্ট্যসমূহ কি কি লিখা।

(Write the definition of Auditing. What are the features of Auditing, Write)

উত্তৰঃ

চ) হিচাপৰক্ষণ আৰু হিচাপবিদ্যা কি? হিচাপবিদ্যা আৰু হিচাপ পৰীক্ষণৰ মাজত থকা পার্থক্যসমূহ লিখা।

(What is Book Keeping and Accounting and Auditing) 

উত্তৰঃ

ছ) হিচাপ পৰীক্ষাৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ লিখা। (Write the advantages and limitations of Auditing)

উত্তৰঃ

জ) হিচাপ পৰীক্ষাৰ শ্ৰেণীসমূহ ইয়াৰ প্ৰতিটোৰ বৈশিষ্ট্যৰ সৈতে বৰ্ণনা কৰা।

(Describe the classification of Audit with their repective features)

উত্তৰঃ

ঝ) ত্রুটি আৰু প্ৰতাৰণা ধৰা পেলোৱা আৰু ইয়াক বাধা দিয়াৰ ক্ষেত্ৰত হিচাপ পৰীক্ষকৰ কৰ্তব্য আলোচনা কৰা।

(Discuss the Auditor's duty regarding detection and prevention of errors and frauds)

উত্তৰঃ

ঞ) ভুলৰ প্ৰকাৰসমূহ উল্লেখ কৰা। কেইবিধমান কার্য সম্পাদনৰ ভুলৰ বিষয়ে চমুকৈ লিখা।

(Classify the errors in Audting. Write briefly about some errors of Commission)

উত্তৰঃ

ট) হিচাপ পৰীক্ষণৰ অন্তৰ্গত প্ৰতাৰণা আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে সংক্ষেপে লিখা।

(Write about different types of fraud concerned with Auditing)

উত্তৰঃ

ঠ) হিচাপ পৰীক্ষকৰ শংকা মানে কি? হিচাপ পৰীক্ষক এগৰাকীয়ে সমুখীন হোৱা বিভিন্ন প্ৰকাৰৰ শংকা/সংশয়সমূহ কি কি?

What do you mean by Auditor's Threats? What are t he different types of Threats face by an Auditor?

উত্তৰঃ

ড) নৈতিক শাস্ত্ৰৰ নীতি মানে কি? হিচাপ পৰীক্ষণত নৈতিকতাৰ নীতিৰ আৱশ্যকতাৰ বিষয়ে লিখা।

What is Ethical Principles? Write about the needs of Ethical principle in Auditing.

উত্তৰঃ

ঢ ) হিচাপ পৰীক্ষকৰ স্বতন্ত্ৰতাৰ ধাৰণা দিয়া। হিচাপ পৰীক্ষণৰ স্বতন্ত্ৰতাৰ প্রকৃতিসমূহ উল্লেখ কৰা।

Give the concept of Auditor's independence. Write the nature of Auditor's independence in Auditing.

উত্তৰঃ

ণ) হিচাপ পৰীক্ষণে সম্পাদন কৰা কাৰ্যাৱলীসমূহ চমুকৈ লিখা। Discuss briefly the functions performed by Auditing. 

উত্তৰঃ

ত) হিচাপ পৰীক্ষকৰ গুণাৱলীসমূহ বহলাই লিখা। 

State briefly the qualities needed for an Auditor.

উত্তৰঃ

থ) তলৰ বিষয়ৰ লগত হিচাপ পৰীক্ষাৰ সম্পৰ্কসমূহ লিখা : Write the relation of Auditing with the following:

ক) হিচাপৰক্ষণ আৰু অর্থনীতি। (Auditing & Economics)

খ) হিচাপ পৰীক্ষা আৰু আইন। (Auditing & Law) 

গ) হিচাপ পৰীক্ষণ আৰু কম্পিউটাৰ (Auditing & Computer)

উত্তৰঃ

Question Type - Ishan Dev Bora.....................





Post ID :DABP005172