Chapter 3

হিচাপ পৰীক্ষাৰ নমুনা
Auditing Sampling

১। শুদ্ধ/অশুদ্ধ নিৰ্ণয় (Say True/False)

ক) সত্য আৰু শুদ্ধ হিচাপ পৰীক্ষাৰ মতামতৰ বাবে হিচাপ পৰীক্ষকে উপযুক্ত সাক্ষ্য সংগ্ৰহৰ প্ৰয়োজনীয়তা আহি পৰে। Auditor needs to collect appropriate audit to give truth and fair opinion of financial statement. 

উত্তৰঃ সত্য/True

নমুনা পৰীক্ষাই হিচাপ পৰীক্ষণৰ সময় ৰাহি নকৰে।
Test checking does not save the time of an audit.

উত্তৰঃ অশুদ্ধ/False

গ) নমুনা পৰীক্ষাই শুদ্ধ ফলাফল দিব পাৰে। 
Test checking can give accurate result.

উত্তৰঃ অশুদ্ধ/False

ঘ) প্ৰতিচয়নৰ গোট প্রয়োজন সাপেক্ষে আর্থিক একক নহ'বও পাৰে। 
Sampling unit is not necessarily a monetory unit. 

উত্তৰঃ সত্য True

(ঙ) প্ৰতিচয়ন যি বৈজ্ঞানিক আৰু প্ৰতিনিধিত্বমূলক নহয়, তাক সমগ্র বিশ্বতেই গ্রহণযোগ্য নহয়।
Sampling which is not scientific and representative is not recognised by all over the world 

উত্তৰঃ সত্য/True

চ) পৰিসংখ্যেকীয় প্রতিচয়নে প্ৰতিচয়নৰ বিপদাশংকা জোখ-মাখ কৰিব নোৱাৰে।
Statistical Sampling does not measure the Sampling risk.

উত্তৰঃ অসত্য/False

ছ) নমুনা পৰীক্ষা হ’ল সর্বাত্মক পৰীক্ষাৰ পৰিপূৰক।
Test checking is a substitute for detailed checking.

উত্তৰঃ সত্য/True

জ) তাৎকালীন কাৰক নমুনা পৰীক্ষাৰ এটা বৈশিষ্ট্য নহয়।  Surprise element is not the feature of test checking.

উত্তৰঃ শুদ্ধ/True

ঝ) বেংক মিলনকৰণ বিবৃতি নমুনা পৰীক্ষাৰ বহির্ভূত প্ৰসংগ। Bank reconciliation statement is one item which is excluded from test checking.

উত্তৰঃ সত্য/True

ঞ) নিয়মিত পৰীক্ষণে আৰম্ভণি পৰ্যায়তেই ভুল আৰু ভ্ৰান্তি ধৰা পেলোৱাত সহায় নকৰে।  
Routine checking does not help in detecting fraud and errors at an earlier time.

উত্তৰঃ অশুদ্ধ/False

২। খালী ঠাই পূৰণ কৰা (Fill up the blank) 
ক) অনা পৰিসংখ্যেকীয় প্ৰতিচয়নৰ আন এটা নাম হৈছে________ প্রতিচয়ন। (2014 GU.)
Another name of Non-Statistical Sampling is __________ Sampling. 

উত্তৰঃ বিবেচ্য/Judgemental

খ) গভীৰ্তম হিচাপ পৰীক্ষণ কৌশলটো প্ৰধানকৈ নিৰ্ভৰ কৰে __________ পৰীক্ষণৰ ওপৰত। 
Audit in depth technique is chiefly relied on __________ checking.

উত্তৰঃ Test/নমুনা

গ) পৰিসংখ্যেকীয় প্রতিচয়ন __________ প্রতিচয়ন বুলিও জনা যায়। (2013 G.U.)
Statistical cheking is also called __________  checking.

উত্তৰঃ সম্ভাৱনীয়তা/Probability

(ঘ) প্রতিচয়ন সম্ভাৱনীয়তাৰ__________ নীতিৰ ওপৰত নিৰ্ভৰশীলতা।
Sampling is based on _________ law probability. 

উত্তৰঃ গাণিতিক/Mathmatical

ঙ) বিশ্লেষণাত্মক পুনৰীক্ষণ পদ্ধতি হিচাপ পৰীক্ষণৰ ______ উন্নয়নৰ অৰ্থে প্ৰয়োগ কৰা হয়।  Analytical review procedure are applied to improve the . of audit. 

উত্তৰঃ ফলপ্রসূতা/Efficiency

চ) নমুনা পৰীক্ষাক পৰীক্ষাৰ পৰিপূৰক হিচাপে প্ৰয়োগ কৰিব পাৰি।
Test checking may be applied as a substitute for. ___checking.

উত্তৰঃ সমুদায়/সৰ্বাত্মক/detailed

ছ) তাৎকালীন হিচাপ পৰীক্ষা প্রতিষ্ঠানক _________ নিদিয়াকৈ সম্পাদন কৰা হয়। 
Surprise checks are conducted without any _________ to the enterprise.

উত্তৰঃ জাননী/Notice

জ) শৃংখলাবদ্ধ বা সমষ্টিগত প্ৰতিচয়ন হৈছে ________ প্ৰতিচয়নৰ এটা ভাগ।
Systematic or cluster sampling is one of the _________ technique of sampling.

উত্তৰঃ পৰিসাংখ্যেকীয়/Statistical

ঝ) পৰিসংখ্যেকীয় প্ৰতিচয়নত নমুনাৰ বিষয়সমূহ নিৰ্বাচিত কৰা হয়। 
In statistical sampling the sample items are selected

উত্তৰঃ Randomly/যাদৃচ্ছিকভাৱে


ঞ) প্ৰতিচয়নৰ আৱশ্যকতা আই চি এ আইৰ হিচাপকৰণৰ মান  ________ সন্নিৱিষ্ট হৈ আছে।
Requirement of sampling is contained in SA ______ of ICAL. 

উত্তৰঃ ৫৩০/530 

৩। দীর্ঘ উত্তৰৰ প্ৰশ্ন (Long type Answer)

ক) প্ৰতিচয়নৰ ধাৰণা দিয়া। হিচাপ পৰীক্ষণ প্ৰতিচয়নৰ উদ্দেশ্যসমূহ লিখা।
Give the concept of sampling. Write what are the objectives of audit sampling.

উত্তৰঃ

খ) প্ৰতিচয়নৰ প্ৰকাৰসমূহ কি কি? পৰিসংখ্যেকীয় আৰু অনা পৰিসংখ্যেকীয় প্ৰতিচয়নৰ পাৰ্থক্য লিখা।
What are the different types of Sampling. Distinguish between Statistical and Non-Statistical Sampling.

উত্তৰঃ


গ) প্ৰতিচয়নৰ আৱশ্যকীয সমূহ কি কি? প্রতিচয়ন আৰু অনা-প্ৰতিচয়ন বিপদাশংকাৰ ধাৰণা দিয়া। (GU: 2105)
Mention the requirements for Sampling. Give the con cept of Sampling and Non-Sampling risk.

উত্তৰ :

ঘ) নমুনা পৰীক্ষা বুলিলে কি বুজা। নমুনা পৰীক্ষাৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
What do you mean by test checking. Mention the eatures of test cheking.

উত্তৰঃ

ঙ) নমুনা পৰীক্ষাৰ প্ৰয়োগত হিচাপ পৰীক্ষক এগৰাকীয়ে ল’বলগীয়া সতর্কতাসমূহ চমুকৈ লিখা।
Discuss shortly the pre-cautions to be taken for application of test checking by an auditor.

উত্তৰঃ

চ) নমুনা পৰীক্ষাৰ সূত্ৰ লিখা। নমুনা পৰীক্ষাৰ আকাৰ নিৰ্ধাৰণৰ বিবেচ্য উপাদানসমূহ চমুকৈ লিখা।
Give the definition of test check. Elucidate briefly fac tors to be considered in determining the size of sample in test checking.

উত্তৰঃ

ছ) নমুনা পৰীক্ষাৰ বিভিন্ন কৌশলসমূহ উল্লেখ কৰা। লগতে নমুনা পৰীক্ষাৰ বহির্ভূত বিষয়সমূহ লিখা।
Mention the different technique of test checking. Also write the items which are not included in test checks.

উত্তৰঃ

জ) নমুনা পৰীক্ষাৰ সুবিধা আৰু সীমাবদ্ধসমূহ চমুকৈ লিখা। Write briefly about the merits and limitation of test checking.

উত্তৰঃ

ঝ) নিয়মিত পৰীক্ষা বুলিলে কি বুজা। নিয়মিত পৰীক্ষণৰ উদ্দেশ্য লিখা লগতে ইয়াৰ দুটাকৈ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
What do you mean by regular checking. Write the objectives of regular checking. Also mention two merits and demerits of regular checking

উত্তৰঃ

ঞ) নিয়মিত পৰীক্ষা কি? নিয়মিত পৰীক্ষণ আৰু নমুনা পৰীক্ষাৰ মাজত থকা পার্থক্যসমূহ লিখা।
What is regular checking. Distinguish between test check and regular checking.

উত্তৰঃ

ট) তাৎকালীন/তাৎক্ষণিক পৰীক্ষা কি? তাৎকালীন পৰীক্ষাৰ উদ্দেশ্যবোৰ কি কি? এই পৰীক্ষা সংক্রান্তত আই চি এ আইৰ নিৰ্দেশনাৱলীসমূহ চমুকৈ লিখা। (GU: 2015)
What is surprise check? What are its objectives? In this regard discuss shortly the guidelines issued by ICAL.

উত্তৰঃ

ঠ) তাৎক্ষণিক পৰীক্ষা বুলিলে কি বুজা? তাৎকালীন পৰীক্ষা আৰু নমুনা পৰীক্ষাৰ মাজত পার্থক্য লিখা।
What do you mean by Surprise Check? Distinguish between Surprise and Test Checking.

উত্তৰঃ

ড) বিভিন্ন শ্ৰেণীৰ প্ৰতিচয়ন কৌশল সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা। Discuss shortly the different types of Sampling Technique.

উত্তৰঃ

ঢ) গভীৰ্তম হিচাপ পৰীক্ষণৰ ধাৰণা দিয়া । গভীতম হিচাপ পৰীক্ষণৰ পদক্ষেপসমূহ ব্যাখ্যা কৰা।
Give the concept of audit in depth. Discuss the steps/ stage of audit in depth.

উত্তৰঃ

ণ) বিশ্লেষণাত্মক পুনৰীক্ষণ পদ্ধতি কি? ইয়াৰ উদ্দেশ্যবোৰ কি? কোনবোৰ ক্ষেত্ৰত এনে পদ্ধতি প্রয়োগ কৰা হয় লিখা।
What is analytical review technique? What are its purpose? Write the aspects of using analytical review technique.

উত্তৰঃ
৪। চমুটোকা লিখা (Write Short Notes)

ক) পৰিসংখ্যেকীয় প্রতিচয়ন (Statistical Sampling) GU: 2013 খ) নমুনা পৰীক্ষা (Test Checking) GU: 2013
গ) গভীতম হিচাপ পৰীক্ষণ (Audit in Depth) GU: 2014 ঘ) হিচাপ পৰীক্ষাৰ প্ৰতিচয়নৰ উদ্দেশ্য (Objectives of Audit Sampling) GU: 2014
ঙ) প্ৰতিচয়নৰ পদ্ধতি (Sampling Methods) GU: 2014
চ) আইনী পৰীক্ষণ (Compliance Test)
ছ) আৱশ্যকীয় পৰীক্ষণ (Substantive Test)

উত্তৰঃ

Question Type - Ishan Dev Bora...................






Post ID :DABP005174